• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাতে সিদ্ধান্ত, অভিনয় কেৰিয়াৰৰ শীৰ্ষত থকাৰ সময়তে অভিনয়ক বিদায় বিক্ৰান্ত মেছীৰ, কিয়?

হঠাতে সিদ্ধান্ত, অভিনয় কেৰিয়াৰৰ শীৰ্ষত থকাৰ সময়তে অভিনয়ক বিদায় বিক্ৰান্ত মেছীৰ, কিয়?

1 year ago
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

42 minutes ago
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

1 hour ago
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

1 hour ago
কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

2 hours ago
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

3 hours ago
কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

3 hours ago
PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

4 hours ago
তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

4 hours ago
আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

4 hours ago
বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

5 hours ago
দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

6 hours ago
ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

হঠাতে সিদ্ধান্ত, অভিনয় কেৰিয়াৰৰ শীৰ্ষত থকাৰ সময়তে অভিনয়ক বিদায় বিক্ৰান্ত মেছীৰ, কিয়?

editor by editor
December 2, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
হঠাতে সিদ্ধান্ত, অভিনয় কেৰিয়াৰৰ শীৰ্ষত থকাৰ সময়তে অভিনয়ক বিদায় বিক্ৰান্ত মেছীৰ, কিয়?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হঠাতে সিদ্ধান্ত, অভিনয় কেৰিয়াৰৰ শীৰ্ষত থকাৰ সময়তে অভিনয়ক বিদায় বিক্ৰান্ত মেছীৰ, কিয়?

সুদক্ষ অভিনেতা হিচাপে নাম কৰিছিল হে। চিনেমাৰ ক্ষেত্ৰখনত অভিনয়ৰ লোহা গৰম কৰিছিলহে। সকলোফালে অভিনয়ৰ বাবে নাম গঢ়িছিলহে। বলীউডক সফল ছবি উপহাৰ দিবলৈ আৰম্ভ কৰিছিল হে , তেনেহে আহে এক খবৰ। অভিনয়ক বিদায় জনালে বিক্ৰান্ত মেছীয়ে।

হয় , ঠিকেই ধৰিছে ১২ফেইল ছবিৰে সমগ্ৰ দেশৰে বোলছবি অনুৰাগীৰ মনত স্থান বনোৱা বিক্ৰান্তে হঠাতে লয় এই সিদ্ধান্ত। মাথো ৩৭ বছৰ বয়সতে লোৱা এই সিদ্ধান্তই এতিয়া আচৰিত কৰি তুলিছে ভাৰতীয় চিনেমা জগত।

ভাৰতীয় টেলিভিছন জগতত সৰু চৰিত্ৰৰে অভিনয় কেৰিয়াৰ আৰম্ভ কৰা বিক্ৰান্তে নিজৰ অভিনয় দক্ষতাৰে লাহে লাহে টেলিভিছন জগতত খোপনি পুতি পাছত বলীউডলৈ হাত মেলে। কিন্তু অন্য তাৰকাৰ দৰে এখন দুখন কৰিয়ে নোহোৱা হৈ নাযায় বিক্ৰান্ত।

বলীউডক লাহে লাহে দি যায় এখনৰ পাছত সিখন সফল ছবি। তাৰে ভিতৰত বিশেষ বাৱে উল্লেখ যোগ্য- দীপিকা পাডুকনৰ সৈতে ‘ছপাক’ (২০২০), তাপচি পান্নুৰ সতে ‘হচীনা দিলৰুবা’ (২০২১), ‘লিপষ্টিক আণ্ডাৰ মাই বোৰ্খা’ (২০১৬), ‘লাভ হোষ্টেল’ (২০২২), ‘ফৰেনচিক’ (২০২২), ‘১২ ফেইল’ (২০২৩), ‘ছেক্টৰ ৩৬’ (২০২৪) , ছাবৰমতী এক্সপ্ৰেছ (২০২৪) আদি।

পাছে বহু কম সময়তে ইমানবোৰ সফল ছবি দিয়ো কিয় হঠাতে অভিনয়ৰ পৰা বিদায় ল’লে বিক্ৰান্তে। এই ক্ষেত্ৰত বিক্ৰান্তে দিয়া মন্তব্য অনুসৰি- তেওঁ এতিয়া এজন ভাল স্বামী, পিতৃ আৰু পুত্ৰ হোৱাৰ ওপৰত গুৰুত্ব দিব। অভিনেতাগৰাকীয়ে ২০২৫ চনত শেষবাৰৰ বাবে লগ হ’ব বুলি জানিবলৈ দিয়ে।

বিক্ৰান্তই তেওঁৰ পোষ্টত লিখিছে- নমস্কাৰ, যোৱা কেইবছৰমান বহুত ভাল হৈছে। আপোনালোক সকলোকে আপোনালোকৰ অসাধাৰণ সহায়ৰ বাবে ধন্যবাদ জনাইছো। কিন্তু আগবাঢ়ি যোৱাৰ লগে লগে মই উপলব্ধি কৰিছো যে মোৰ বাবে নিজকে টানি ঘৰলৈ উভতি অহাৰ সময় আহি পৰিছে। স্বামী, পিতৃ-পুত্ৰ হিচাপে… আৰু অভিনেতা হিচাপেও।

লগতে ইয়াকো লিখিছে যে- আগন্তুক ২০২৫ চনত মই অভিনেতা হিচাপে আপোনালোকক শেষবাৰৰ বাবে লগ পাম, যেতিয়ালৈকে সময় সঠিক নহয়। যোৱা ২ খন ছবি আৰু বহু বছৰৰ স্মৃতি। ইয়াৰ মাজত ঘটা সকলোবোৰ আৰু সকলো কথাৰ বাবে আপোনালোক সকলোকে আকৌ এবাৰ ধন্যবাদ। তাৰ বাবে মই আপোনাৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actorBollywoodbollywood actorVikrant Messy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?
বিবিধ

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

June 1, 2026
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত
জীৱনশৈলী

চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

June 1, 2026
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?
ক্ৰীড়া

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

June 1, 2026
কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য
জীৱনশৈলী

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

June 1, 2026
Next Post
ফুটবল খেলৰ মাজত হঠাতে হাহাকাৰ, পৰিস্থিতি ইমানেই বিষম যে, ১০০ লোকে হেৰুৱালে প্ৰাণ

ফুটবল খেলৰ মাজত হঠাতে হাহাকাৰ, পৰিস্থিতি ইমানেই বিষম যে, ১০০ লোকে হেৰুৱালে প্ৰাণ

কেনে যাব আপোনাৰ ডিচেম্বৰ মাহটো, আৰ্থিক দিশত এই সকল ৰাশিৰ অতিকে শুভ

কেনে যাব আপোনাৰ ডিচেম্বৰ মাহটো, আৰ্থিক দিশত এই সকল ৰাশিৰ অতিকে শুভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.