• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিনেশ ফোগাট আৰু বজৰং পুনিয়াক কোন দুখন আসনত প্ৰক্ষেপ কৰিব কংগ্ৰেছে? কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰই দিছে তথ্য

বিনেশ ফোগাট আৰু বজৰং পুনিয়াক কোন দুখন আসনত প্ৰক্ষেপ কৰিব কংগ্ৰেছে? কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰই দিছে তথ্য

2 years ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

25 minutes ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

1 hour ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

2 hours ago
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

2 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

3 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

4 hours ago
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

4 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

4 hours ago
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

4 hours ago
ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ সময়ত Mood Swings এ অশান্তি কৰে নেকি? এইদৰে পাব সকাহ

7 hours ago
পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিনেশ ফোগাট আৰু বজৰং পুনিয়াক কোন দুখন আসনত প্ৰক্ষেপ কৰিব কংগ্ৰেছে? কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰই দিছে তথ্য

বিনেশ ফোগাট আৰু বজৰং পুনিয়াক কোন দুখন আসনত প্ৰক্ষেপ কৰিব কংগ্ৰেছে? কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰই দিছে তথ্য

editor by editor
September 4, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
বিনেশ ফোগাট আৰু বজৰং পুনিয়াক কোন দুখন আসনত প্ৰক্ষেপ কৰিব কংগ্ৰেছে? কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰই দিছে তথ্য
0
SHARES
136
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪ ছেপ্টেম্বৰ বুধবাৰে দিল্লীত ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাট আৰু বজৰং পুনিয়াই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰি কংগ্ৰেছত যোগদান কৰিছে৷ সন্মুখত যিহেতু হাৰিয়ানা নিৰ্বাচন সেয়ে  হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত দুয়োগৰাকীয়ে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে বুলি ধাৰণা কৰিছে প্ৰায়সংখ্যকেই৷  সূত্ৰৰ খবৰ অনুসৰি কংগ্ৰেছে চৰখী দাদ্ৰী আসনৰ পৰা বিনেশ ফোগাটক আৰু বাদলী বিধানসভাৰ আসনৰ পৰা বজৰং পুনিয়াক প্ৰক্ষেপ কৰিব পাৰে। কাৰণ, এই দুই আসন কংগ্ৰেছৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ৷

চৰখী দাদ্ৰীৰ আসন বিশেষ কিয়?

২০১৯ চনত চৰখী দাদ্ৰী আসনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী সোমবিৰ চাংৱান জয়ী হৈছিল। তেওঁ বিজেপিৰ ববিতা ফোগাটক পৰাস্ত কৰিছিল। কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক নৃপেন্দ্ৰ সাংৱান আৰু প্ৰাক্তন মন্ত্ৰী সাতপল সাংৱানে এই নিৰ্বাচনত বিশেষ সফলতা দেখুৱাব নোৱাৰিলে। একে সময়তে যদি সাম্প্ৰতিক পৰিস্থিতিৰ কথা কওঁ, নিৰ্দলীয় বিধায়ক সোমবীৰ চাংৱানে কংগ্ৰেছক সমৰ্থন কৰিছে৷ ইফালে মাত্ৰ দুদিন পূৰ্বে বিজেপিত যোগদান কৰিছে প্ৰাক্তন মন্ত্ৰী সাতপল চাংৱানৰ পুত্ৰ সুনীল চাংৱানে।

ইতিমধ্যে ববিতা ফ’গাটে বিজেপিৰ হৈ চাৰখী দাদ্ৰীৰ পৰা নিৰ্বাচন খেলিব পাৰে৷  কংগ্ৰেছে চৰখী দাদ্ৰীৰ পৰা সেয়ে বিনেশ ফ’গাটক প্ৰক্ষেপ কৰাৰ সম্ভাৱনাই যথেষ্ট৷ চৰখী দাদ্ৰী জিলাৰ বালালি গাঁৱত বিনেশ ফোগাটৰ ঘৰ। ১০০ গ্ৰাম ওজন বৃদ্ধিৰ বাবে শেহতীয়াকৈ তেওঁক অলিম্পিকত অযোগ্য ঘোষণা কৰা হৈছিল। যাৰ বাবে তেওঁ মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছত শেহতীয়াকৈ যেতিয়া পেৰিছ অলিম্পিকৰ পৰা বিনেশ ফ’গাট উভতি আহিছিল, তেতিয়া তেওঁক বৃহৎ আদৰণি জনোৱা হয়৷  বিনেশ ফোগাটে ৰাজনীতিত প্ৰৱেশ কৰিলে খাপ পঞ্চায়তৰ পৰাও বিপুল সমৰ্থন আৰু কৃষকৰ পৰাও সমাদৰ লাভ কৰিব বুলি বিশ্বাসী কংগ্ৰেছ দল৷

বাদলীৰ আসনত কেৱল বজৰং পুনিয়া কিয়?

আনহাতে বাদলী বিধানসভাৰ আসনৰ পৰা বজৰং পুনিয়াক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে। বৰ্তমান এই সমষ্টি কংগ্ৰেছৰ দখলত আছে৷ বিধায়ক কুলদীপ ভাটছে কংগ্ৰেছ দলৰ হৈ সেই সমষ্টিৰ বিধায়ক হৈ আছে। ২০১৯ চনৰ নিৰ্বাচনত বিজেপিৰ জ্যেষ্ঠ নেতা পি ধনখৰক ১১২৪৫টা ভোটত পৰাস্ত কৰে কংগ্ৰেছৰ কুলদ্বীপ ভাটছে ৷ ইয়াৰ পূৰ্বে ২০১৪ চনৰ নিৰ্বাচনত বিজেপিৰ অ. পি ধনখৰে কুলদীপ ভাটছক সেই সমষ্টিতেই হৰুৱাইছিল৷ কিন্তু শেহতীয়াকৈ কংগ্ৰেছৰ কুলদ্বীপ ভাটছে ডিগ্ৰীৰ চাৰ্টিফিকেট কেলেংকাৰীত সোমাই পৰিছে৷ যাৰবাবে এইবাৰ এই সমষ্টিত কংগ্ৰেছে বাদলীৰ আসনৰ পৰা বজৰং পুনিয়াক প্ৰক্ষেপ কৰিব পাৰে৷ 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?
ৰাজনীতি

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

August 10, 2026
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন
নিয়োগ

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

August 10, 2026
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?
জীৱনশৈলী

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

August 10, 2026
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী
জীৱনশৈলী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

August 10, 2026
Next Post
বাংলাদেশত ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে চীন, জামাত-ই-ইছলামী দলক সাক্ষাৎ চীনৰ ৰাষ্ট্ৰদূতৰ

বাংলাদেশত ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে চীন, জামাত-ই-ইছলামী দলক সাক্ষাৎ চীনৰ ৰাষ্ট্ৰদূতৰ

পেৰালিম্পিকত অভিলেখ ৰচি গৈ আছে ভাৰতীয় খেলুৱৈয়ে, ২১ টালৈ বৃদ্ধি পদক, চাওক পদক তালিকা

পেৰালিম্পিকত অভিলেখ ৰচি গৈ আছে ভাৰতীয় খেলুৱৈয়ে, ২১ টালৈ বৃদ্ধি পদক, চাওক পদক তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.