• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিকৃষ্ট, ভাৰতৰ পতাকা বাদ দি কেৱল ৭ দলৰ পতাকা উৰিল পাকিস্তানৰ ষ্টেডিয়ামত

নিকৃষ্ট, ভাৰতৰ পতাকা বাদ দি কেৱল ৭ দলৰ পতাকা উৰিল পাকিস্তানৰ ষ্টেডিয়ামত

1 year ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

11 minutes ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

1 hour ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

2 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

3 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

4 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

14 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

14 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

14 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

15 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

নিকৃষ্ট, ভাৰতৰ পতাকা বাদ দি কেৱল ৭ দলৰ পতাকা উৰিল পাকিস্তানৰ ষ্টেডিয়ামত

editor by editor
February 17, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
নিকৃষ্ট, ভাৰতৰ পতাকা বাদ দি কেৱল ৭ দলৰ পতাকা উৰিল পাকিস্তানৰ ষ্টেডিয়ামত
0
SHARES
960
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিকৃষ্ট, ভাৰতৰ পতাকা বাদ দি কেৱল ৭ দলৰ পতাকা উৰিল পাকিস্তানৰ ষ্টেডিয়ামত

চেম্পিয়নছ ট্ৰফীত বিচিচিআই আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মাজত হোৱা সংঘাতৰৰ বাবে এইবাৰ আন এক নতুন দিশ দেখিবলৈ পোৱা গৈছে। পাকিস্তানৰ ষ্টেডিয়ামত পতাকা উত্তেলনৰ সময়ত দেখিবলৈ পোৱা যায কেৱল ৭ দেশৰ পতাকা।

আই চি চি চেম্পিয়নছ ট্ৰফীৰ আয়োজক পাকিস্তানে লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত ভাৰতৰ পতাকা উত্তোলন কৰা নাছিল পাকিস্তান ক্ৰিকেট বৰ্ডে। ভাৰতক বাদ দি বাকি কেউখন দেশৰ পতাকা উৰুৱাইছিল পাকিস্তান ক্ৰিকেট বৰ্ডে।

উল্লেখ্য যে, যিকোনো প্ৰতিযোগিতাৰ আয়োজক দেশৰ বাবে সকলো দলৰ পতাকা উত্তোলন কৰাটো বাধ্যতামূলক, কিন্তু এই নিয়ম থকাৰ পাছতো ভাৰতীয় পতাকা বাদে লাহোৰত সাতখন দেশৰ পতাকা উত্তোলন কৰা হয়।

পাকিস্তানৰ এই ঘৃণনীয় কাণ্ডৰ ভিডিঅ’ বৰ্তমানে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ভাৰতীয় অনুৰাগীয়ে ধিক্কাৰ দিছে পাকিস্তানৰ এনে কাৰ্যত।

https://x.com/Rnawaz31888/status/1891070145314906408

পিচিবিয়ে এই পতাকা উৰি থকা এটা ভিডিঅ’ মুকলি কৰাৰ লগে লগে ভাইৰেল হৈ পৰে। অনুৰাগীসকলে লগে লগে দাবী কৰে যে পাকিস্তানে ইচ্ছাকৃতভাৱে এই কাম কৰে কাৰণ ভাৰতে সুৰক্ষাজনিত কাৰণত পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিছিল। যি কাৰ্যত অপমানবোধ কৰিছিল দেশখনে।।

মন কৰিবলগীয়া যে দীৰ্ঘদিন ধৰি পিচিবি আৰু বিচিচিআইৰ মাজত অচলাৱস্থা চলি আহিছে। বিচিচিআইয়ে স্পষ্ট কৰি দিছিল যে যিহেতু ভাৰত চৰকাৰে দলটোক পাকিস্তান যাবলৈ অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল, সেয়ে ভাৰতীয় ক্ৰিকেট দলে পাকিস্তানলৈ নাযায় প্ৰতিযোগিতাখন খেলিবলৈ। দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত অৱশেষত দুয়োপক্ষই এই কথাত সন্মতি প্ৰকাশ কৰিছিল যে ভাৰতে নিজৰ সকলো খেল নিৰপেক্ষ স্থান অৰ্থাৎ ডুবাইত খেলিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Champions TrophyChampions Trophy 2025indian teamPakistan-cricket-boardviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট
বিনোদন

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

April 7, 2026
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!
জীৱনশৈলী

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

April 7, 2026
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ
বাণিজ্য

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
Next Post
মেট্ৰিক পৰীক্ষা দি ঘৰ নাপালেগৈ তিনি পৰীক্ষাৰ্থী, ভয়ংকৰ পথ দুৰ্ঘটনা

মেট্ৰিক পৰীক্ষা দি ঘৰ নাপালেগৈ তিনি পৰীক্ষাৰ্থী, ভয়ংকৰ পথ দুৰ্ঘটনা

অপেক্ষাৰ অন্ত, কেতিয়ালৈ চাবলৈ পাব ছলমানৰ খানৰ বহু প্ৰত্যাশিত ‘সিকন্দৰ’

অপেক্ষাৰ অন্ত, কেতিয়ালৈ চাবলৈ পাব ছলমানৰ খানৰ বহু প্ৰত্যাশিত 'সিকন্দৰ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.