• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ বছৰৰ মূৰকত ৰঞ্জী ট্ৰফী খেলিব কোহলীয়ে, লগত আছে পন্ত, দিল্লী দলত নাম প্ৰকাশ

১৩ বছৰৰ মূৰকত ৰঞ্জী ট্ৰফী খেলিব কোহলীয়ে, লগত আছে পন্ত, দিল্লী দলত নাম প্ৰকাশ

2 years ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

12 minutes ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

13 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

14 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

14 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

15 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

15 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

16 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

17 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

17 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

18 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

18 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১৩ বছৰৰ মূৰকত ৰঞ্জী ট্ৰফী খেলিব কোহলীয়ে, লগত আছে পন্ত, দিল্লী দলত নাম প্ৰকাশ

editor by editor
January 14, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
১৩ বছৰৰ মূৰকত ৰঞ্জী ট্ৰফী খেলিব কোহলীয়ে, লগত আছে পন্ত, দিল্লী দলত নাম প্ৰকাশ
0
SHARES
223
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৩ বছৰৰ মূৰকত ৰঞ্জী ট্ৰফী খেলিব কোহলীয়ে, লগত আছে পন্ত, দিল্লী দলত নাম প্ৰকাশ

বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ হাতত টিম ইণ্ডিয়াৰ পৰাজয়ৰ পিছত ভাৰতীয় বেটছমেনক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। এই সমগ্ৰ ছিৰিজত বিৰাট কোহলী, শুভমন গিলৰ পৰা আৰম্ভ কৰি অধিনায়ক ৰোহিত শৰ্মালৈকে সকলোৱে ফ্লপ বুলি প্ৰমাণিত হয়।

ইয়াৰ পিছতে প্ৰাক্তন ক্ৰিকেটাৰসকলে টিম ইণ্ডিয়াৰ সকলো খেলুৱৈকে ঘৰুৱা ক্ৰিকেট খেলিবলৈ পৰামৰ্শ দিয়ে। সেই পৰামৰ্শৰ পাছতে এতিয়া ৰঞ্জী ট্ৰফী খেলিবলৈ সাজু হৈছে বিৰাট কোহলী আৰু ঋষভ পন্ত।

২৩ জানুৱাৰীৰ পৰা আৰম্ভ হব দ্বিতীয় পৰ্যায়ৰ ৰঞ্জী ট্ৰফী। এতিয়া দ্বিতীয় পৰ্যায়ৰ ৰঞ্জী ট্ৰফীৰ বাবে প্ৰকাশ হৈছে দিল্লী দলৰ দল। সেই দিল্লী দলতেই বিৰাট কোহলী আৰু ঋষভ পন্তৰ নামো সন্নিবিষ্ট কৰা হৈছে।

ৰঞ্জী ট্ৰফী ২০২৪-২৫ ছিজনৰ দ্বিতীয় পৰ্যায়ৰ বাবে দিল্লীৰ সম্ভাৱ্য দলত অন্তৰ্ভুক্ত হৈছে বিৰাট কোহলী, ঋষভ পণ্ট আৰু হৰ্ষিত ৰানাৰ দৰে খেলুৱৈ। দিল্লী আৰু জিলা ক্ৰিকেট সন্থাই ঘোষণা কৰা ৪১ জনীয়া সম্ভাৱ্য দলত অন্তৰ্ভুক্ত হৈছে আয়ুষ বদোনী, নৱদীপ ছাইনী আৰু যশ ধুল আদিয়ো।

উল্লেখ্য যে, বিৰাট কোহলীয়ে ২০১২ চনত শেষৰখন ৰঞ্জী মেচ খেলিছিল। উত্তৰ প্ৰদেশৰ বিৰুদ্ধে খেলা এই মেচখনত কোহলীয়ে প্ৰথম ইনিংছত ১৪ ৰান আৰু দ্বিতীয় ইনিংছত ৪২ ৰান সংগ্ৰহ কৰিছিল। তাৰ পিছৰ পৰা কোহলীয়ে কোনো ৰঞ্জী মেচ খেলা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndian CricketRanji TrophyRishabh Pantvirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?
শিক্ষা

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

August 23, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

August 23, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

August 23, 2026
Next Post
ভোগালী বিহুৰ পহিলা দিনটোতে গুৱাহাটীত ৪বন্ধুৰ হাতত প্ৰাণ হেৰুৱালে বন্ধুৱে

ভোগালী বিহুৰ পহিলা দিনটোতে গুৱাহাটীত ৪বন্ধুৰ হাতত প্ৰাণ হেৰুৱালে বন্ধুৱে

আই আই টি বম্বেৰ প্ৰাক্তন মহাকাশ অভিযন্তা এতিয়া মহাকুম্ভত বৈৰাগ্য বাবা, IIT বাবাই দৃষ্টি কাঢ়িছে সকলোৰে

আই আই টি বম্বেৰ প্ৰাক্তন মহাকাশ অভিযন্তা এতিয়া মহাকুম্ভত বৈৰাগ্য বাবা, IIT বাবাই দৃষ্টি কাঢ়িছে সকলোৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.