• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভোগালী বিহুৰ পহিলা দিনটোতে গুৱাহাটীত ৪বন্ধুৰ হাতত প্ৰাণ হেৰুৱালে বন্ধুৱে

ভোগালী বিহুৰ পহিলা দিনটোতে গুৱাহাটীত ৪বন্ধুৰ হাতত প্ৰাণ হেৰুৱালে বন্ধুৱে

2 years ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

23 minutes ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

2 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

2 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

3 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

4 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

4 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

5 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

6 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

7 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

9 hours ago
কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

9 hours ago
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভোগালী বিহুৰ পহিলা দিনটোতে গুৱাহাটীত ৪বন্ধুৰ হাতত প্ৰাণ হেৰুৱালে বন্ধুৱে

editor by editor
January 15, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ভোগালী বিহুৰ পহিলা দিনটোতে গুৱাহাটীত ৪বন্ধুৰ হাতত প্ৰাণ হেৰুৱালে বন্ধুৱে
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভোগালী বিহুৰ পহিলা দিনটোতে গুৱাহাটীত ৪বন্ধুৰ হাতত প্ৰাণ হেৰুৱালে বন্ধুৱে

বন্ধুৰ সৈতে পাৰ্টি কৰোতে সাৱধান! কিয়নো পাৰ্টি কৰি উঠি বন্ধুৱে প্ৰাণ ল’লে বন্ধুৰ। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই ঘটনা। ৪ বন্ধুৰ হাততে প্ৰাণ গ’ল এজন বন্ধুৰ।

মাঘ বিহুৰ আনন্দৰ উল্লাহৰ মাজতে পহিলা দিনটোতে অৰ্থাৎ ১৪ জানুৱাৰীৰ দিনা মহানগৰীত নৃশংস ঘটনা। গুৱাহাটীৰ কাহিলীপাৰাত পোষ্ট অফিচৰ সমীপত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড।

ঘৰৰ ওচৰৰে ৪বন্ধুৱে প্ৰাণ ল’লে আকাশ চৌধুৰী নামৰ যুৱকৰ। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ৫ বন্ধুৱে মিলি ভোগালী বিহু বুলি পাৰ্টি কৰি আছিল। কিন্তু তাৰে মাজতে কথাৰ কটা-কটি হৈ প্ৰথমে তৰ্ক-বিতৰ্ক, কাজিয়া তাৰপিছতে মাৰপিট আৰু অৱশেষত হত্যাকাণ্ড।

৪ বন্ধুৱে মিলি হত্যা কৰে আকাশক। আনকি হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ বাবে ট্ৰাকৰ সন্মুখত পেলাই দিয়ে আকাশ চৌধুৰীৰ নিথৰ দেহ।

অত্যাধিক সুৰাপান কৰি আছিল কেউজন বন্ধুৱে। কিন্তু অৱশেষত সকলো ধৰা পৰে আৰক্ষীৰ হাতত। আৰক্ষীৰ জালত হত্যাকাৰী বনজিত ৰাজবংশী, দেৱব্ৰত মল্লিক, তপন বুঢ়াগোহাঁই আৰু জিয়াৰুল আলী।

কালি নিশা প্ৰায় ৯মান বজাত সংঘটিত হয় এই জঘন্য নৃশংস ঘটনা। উল্লেখ্য যে, ৰেপিড’ চলোৱাৰ লগতে শ্বপিং মলত কাম কৰিছিল নিহত আকাশ চৌধুৰীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamguwahatiGuwahati Murder caseKahilipara
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?
অসম

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

September 1, 2026
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ
অসম

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

August 31, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

August 30, 2026
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
Next Post
আই আই টি বম্বেৰ প্ৰাক্তন মহাকাশ অভিযন্তা এতিয়া মহাকুম্ভত বৈৰাগ্য বাবা, IIT বাবাই দৃষ্টি কাঢ়িছে সকলোৰে

আই আই টি বম্বেৰ প্ৰাক্তন মহাকাশ অভিযন্তা এতিয়া মহাকুম্ভত বৈৰাগ্য বাবা, IIT বাবাই দৃষ্টি কাঢ়িছে সকলোৰে

অসমৰ এক ঠাইত সন্ধিয়া ৭বজাৰ পিছত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব মুছলমান মহিলা

অসমৰ এক ঠাইত সন্ধিয়া ৭বজাৰ পিছত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব মুছলমান মহিলা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.