• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিচ্ছেদৰ নতুন পথ গ্ৰে ডিভোৰ্ছ! ছেহৱাগ-আৰতিয়েও লৈছে গ্ৰে ডিভোৰ্ছ! কিন্তু কি এই গ্ৰে ডিভোৰ্ছ?

বিচ্ছেদৰ নতুন পথ গ্ৰে ডিভোৰ্ছ! ছেহৱাগ-আৰতিয়েও লৈছে গ্ৰে ডিভোৰ্ছ! কিন্তু কি এই গ্ৰে ডিভোৰ্ছ?

2 years ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

23 minutes ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

1 hour ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

2 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

3 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

4 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

5 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

6 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

6 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

7 hours ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

7 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

7 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিচ্ছেদৰ নতুন পথ গ্ৰে ডিভোৰ্ছ! ছেহৱাগ-আৰতিয়েও লৈছে গ্ৰে ডিভোৰ্ছ! কিন্তু কি এই গ্ৰে ডিভোৰ্ছ?

বিচ্ছেদৰ নতুন পথ গ্ৰে ডিভোৰ্ছ! ছেহৱাগ-আৰতিয়েও লৈছে গ্ৰে ডিভোৰ্ছ! কিন্তু কি এই গ্ৰে ডিভোৰ্ছ?

editor by editor
January 28, 2025
in জীৱনশৈলী
0
বিচ্ছেদৰ নতুন পথ গ্ৰে ডিভোৰ্ছ! ছেহৱাগ-আৰতিয়েও লৈছে গ্ৰে ডিভোৰ্ছ! কিন্তু কি এই গ্ৰে ডিভোৰ্ছ?
0
SHARES
4.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্প্ৰতি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বিস্ফোৰক বেটাৰ বীৰেন্দ্ৰ ছেহৱাগ আৰু আৰতিৰ মাজত বিবাহ বিচ্ছেদৰ জল্পনা চলি আছে৷ দীৰ্ঘ প্ৰেমৰ অন্তত ২০০৪ চনত আৰতিৰ সৈতে বিবাহবন্ধনত আৱদ্ধ হৈছিল তৎকালীন বিস্ফোৰক বেটাৰ বীৰেন্দ্ৰ ছেহৱাগ৷ ২১ বছৰীয়া তেওঁলোকৰ এই সম্পৰ্কত ভাঙোন চলাৰ খবৰ চৰ্চালৈ আহিছে৷ দুয়োৱে গ্ৰে ডিভোৰ্ছ ল’ব বুলি তথ্য প্ৰকাশ পাইছে৷

কি এই গ্ৰে ডিভোৰ্ছ?

যেতিয়া দীৰ্ঘ সময় বিবাহ বন্ধনত থকা কোনো জুঁটিয়ে বয়স হৈ যোৱাৰ পাছত বিচ্ছেদৰ সিদ্ধান্ত লয় তেতিয়া তেওঁলোকে লোৱা ডিভোৰ্ছক গ্ৰে ডিভোৰ্ছ বুলি কোৱা হয়৷ গ্ৰে ডিভোৰ্ছ এতিয়া বেছ জনপ্ৰিয় হৈ উঠিছে৷ এই গ্ৰে ডিভোৰ্ছৰ ক্ষেত্ৰত সম্পৰ্ক ভঙাৰ বাবে আইনী জটিলতাসমূহৰ মুখামুখি হ’ব লাগিব৷ ইয়াৰ সৈতে মিউচুৱেল ডিভোৰ্ছ নল’লে ভৰণ পোষণৰ দিশটোত বিশেষ নজৰ দিয়া হয়৷

বিদেশত বহু দিন ধৰি বেছ জনপ্ৰিয় হৈ উঠিছে গ্ৰে ডিভোৰ্ছ৷ মাইক্ৰছফ্ট কোম্পানীৰ প্ৰতিষ্ঠাতা বিল গেটছেও দীৰ্ঘ সময় ধৰি বিবাহিত হৈ থকাৰ পাছত বিচ্ছেদ লৈ পৃথক হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!
জীৱনশৈলী

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

September 21, 2026
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?
জীৱনশৈলী

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

September 21, 2026
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ
জীৱনশৈলী

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

September 21, 2026
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!
জীৱনশৈলী

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

September 21, 2026
Next Post
মহাকুম্ভত বৰ্তমানলৈ পদপিষ্ট হৈ ১৭ নিহত, নিহতৰ এগৰাকী অসমৰ ভক্ত

মহাকুম্ভত বৰ্তমানলৈ পদপিষ্ট হৈ ১৭ নিহত, নিহতৰ এগৰাকী অসমৰ ভক্ত

শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি মহাৰেকৰ্ড ষ্টীভ স্মিথৰ

শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি মহাৰেকৰ্ড ষ্টীভ স্মিথৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.