• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি মহাৰেকৰ্ড ষ্টীভ স্মিথৰ

শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি মহাৰেকৰ্ড ষ্টীভ স্মিথৰ

2 years ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

37 minutes ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

1 hour ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

2 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

10 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

13 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

13 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

13 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

14 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

14 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

15 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

16 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি মহাৰেকৰ্ড ষ্টীভ স্মিথৰ

editor by editor
January 29, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি মহাৰেকৰ্ড ষ্টীভ স্মিথৰ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি মহাৰেকৰ্ড ষ্টীভ স্মিথৰ

ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি মহাৰেকৰ্ড গঢ়িলে অষ্ট্ৰেলিয়াৰ ষ্টীভ স্মিথে। টেষ্ট ক্ৰিকেটত ইতিহাস সৃষ্টি কৰিলে ষ্টিভ স্মিথে। শ্ৰীলংকা ভ্ৰমণত অষ্ট্ৰেলিয়া দলৰ অধিনায়কত্ব কৰা স্মিথে প্ৰথমখন টেষ্ট মেচৰ প্ৰথম দিনাই মাথো এক ৰান সংগ্ৰহ কৰিয়ে টেষ্ট ক্ৰিকেটত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰে।

অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা দুখন মেচৰ শৃংখলাৰ প্ৰথমখন টেষ্টত তেওঁ এই কৃতিত্ব অৰ্জন কৰে। এই টেষ্টৰ পূৰ্বে স্মিথক এই পৰ্যায়ত উপনীত হ’বলৈ মাথো এক ৰানৰ প্ৰয়োজন আছিল। সেই এক ৰানেই লৈ টেষ্টত দহ হাজাৰ ৰান সম্পূৰ্ণ কৰে।

সোঁহতীয়া বেটছমেন ষ্টিভ স্মিথ বিশ্বৰ ১৫ সংখ্যক বেটছমেন আৰু টেষ্টত দহ হাজাৰ ৰান সংগ্ৰহ কৰা অষ্ট্ৰেলিয়াৰ চতুৰ্থ বেটছমেন হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে এলান বৰ্ডাৰ, ষ্টিভ ৱা আৰু ৰিকি পণ্টিঙে অষ্ট্ৰেলিয়াৰ হৈ টেষ্ট ক্ৰিকেটত ১০ হাজাৰ ৰানৰ ঘৰ স্পৰ্শ কৰিছিল।

পাছে এই ক্ষেত্ৰত ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ ৰেকৰ্ড ভংগ কৰি নিজৰ মহাৰেকৰ্ড গঢ়ে স্মিথে। শচীন টেণ্ডুলকাৰৰ মহান অভিলেখ ভংগ কৰি স্মিথে সৰ্বনিম্ন মেচত ১০ হাজাৰ টেষ্ট ৰান সংগ্ৰহ কৰা বিশ্বৰ দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হয়।

এই তালিকাত প্ৰথম আছে-
ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি ব্রায়ান লাৰা- ১১১ খন টেষ্ট খেলি ১০ হাজাৰ টেষ্ট ৰাণ কৰিছিল৷
দ্বিতীয়ত শ্ৰীলংকাৰ ছাংগাকাৰা। ১১৫খন টেষ্ট মেচত এই কৃতিত্ব অৰ্জন কৰিছিল কুমাৰ ছাংগাকাৰাই।
আনহাতে ভাৰতক শচীন তেণ্ডুলকাৰ আছিল এই তালিকাত তৃতীয়ত। ১২২খন টেষ্ট খেলি ১০ হাজাৰ ক্লাৱত প্ৰৱেশ কৰিছিল শচীনে।
কিন্তু এতিয়া স্মিথে ১১৫ সংখ্যক টেষ্ট মেচ খেলিয়ে ১০ হাজাৰ ৰানৰ ক্লাবত প্ৰৱেশ কৰাৰ লগতে শচীনক পিছ পেলাই নিজে ছাংগাকাৰাৰ সৈতে দ্বিতীয়লৈ উন্নীত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketStive Smithtest cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা
ভাৰত

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

September 16, 2026
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

September 16, 2026
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

September 16, 2026
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়
বিনোদন

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

September 15, 2026
Next Post
১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ছেইফৰ আক্ৰমণকাৰকী শ্বাহজাদ

১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ছেইফৰ আক্ৰমণকাৰকী শ্বাহজাদ

১৪ ফেব্ৰুৱাৰীলৈকে ৫ ৰাশি সাৱধানে থাকিব, ভেলেণ্টাইন ডে’ৰ পূৰ্বে হ’ব পাৰে ব্ৰেকআপ

১৪ ফেব্ৰুৱাৰীলৈকে ৫ ৰাশি সাৱধানে থাকিব, ভেলেণ্টাইন ডে’ৰ পূৰ্বে হ’ব পাৰে ব্ৰেকআপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.