• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকুম্ভত বৰ্তমানলৈ পদপিষ্ট হৈ ১৭ নিহত, নিহতৰ এগৰাকী অসমৰ ভক্ত

মহাকুম্ভত বৰ্তমানলৈ পদপিষ্ট হৈ ১৭ নিহত, নিহতৰ এগৰাকী অসমৰ ভক্ত

2 years ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

31 minutes ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

2 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

2 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

3 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

12 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

12 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

13 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

13 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

13 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

13 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

15 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মহাকুম্ভত বৰ্তমানলৈ পদপিষ্ট হৈ ১৭ নিহত, নিহতৰ এগৰাকী অসমৰ ভক্ত

editor by editor
January 29, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
মহাকুম্ভত বৰ্তমানলৈ পদপিষ্ট হৈ ১৭ নিহত, নিহতৰ এগৰাকী অসমৰ ভক্ত
0
SHARES
676
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাকুম্ভত বৰ্তমানলৈ পদপিষ্ট হৈ ১৭ নিহত, নিহতৰ এগৰাকী অসমৰ ভক্ত

মঙলবাৰে গভীৰ নিশা প্ৰয়াগৰাজ মহাকুম্ভত অতিকে শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। পদপিষ্ট হৈ আহত হয় বহু লোক। লগতে দুৰ্ঘটনাটোত বহু ভক্তৰ মাজত হতাহতি হোৱাৰো খবৰ পোৱা গৈছে। চিকিৎসালয়খনত এতিয়াও বহু লোক চিকিৎসাধীন হৈ আছে। এতিয়ালৈকে প্ৰশাসনে মৃত্যু বা আহত লোকৰ সংখ্যা সন্দৰ্ভত কোনো সধিক তথ্য সদৰি কৰা নাই।

কিন্তু প্ৰাথমিক তথ্য অনুসৰি জানিব পৰা মতে, এই দুৰ্ঘটনাটোত বৰ্তমানলৈ ১৭ গৰাকী লোকে প্ৰাণ হেৰুাইছে। ইয়াৰে এগৰাকী লোক অসমৰ বুলি জানিব পৰা গৈছে।

নিহত ব্যক্তিজন হাইলাকান্দিৰ ব্যৱসায়ী নীতিৰঞ্জন পাল। হাইলাকান্দিৰ নীতিৰঞ্জন পালৰ চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ। যোৱা নিশা মৌনি অমাৱস্যাত স্নান কৰিবলৈ গৈ মৃত্যু হয় অসমৰ লোক গৰাকীৰ।

ঘটনাত আহত ১০০ৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি। ইয়াৰে কেইবাগৰাকী লোকৰ অৱস্থা সংকটজনক। ঘটনাৰ পাছতেই বন্ধ কৰি দিয়া হৈছিল ত্ৰিবেণী সংগমৰ অমৃত স্নান। অৱশ্যে কিছু সময়ৰ পাছত পুনৰ আৰম্ভ হব এই অমৃত স্নান। শোকাৱহ ঘটনাক লৈ দেশজুৰি শোকৰ ছাঁ।

ইফালে বিৰোধীয়ে চৰকাৰক আক্ৰমণ কৰিছে এই দুৰ্ঘটনাক লৈ। এই হুলস্থুলক লৈ শোক প্ৰকাশ কৰিছে কংগ্ৰেছে। আনহাতে অখিলেশ যাদৱে যোগী চৰকাৰক লক্ষ্য কৰি লৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: MahakumbhMahakumbh MelaMany DiedPrayagraj
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!
জীৱনশৈলী

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

September 22, 2026
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

September 22, 2026
Next Post
শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি মহাৰেকৰ্ড ষ্টীভ স্মিথৰ

শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি মহাৰেকৰ্ড ষ্টীভ স্মিথৰ

১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ছেইফৰ আক্ৰমণকাৰকী শ্বাহজাদ

১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ছেইফৰ আক্ৰমণকাৰকী শ্বাহজাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.