• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰত বহিয়েই মাহিলী ৭৫০০ আয় কৰিব খোজে নেকি? জানক এই বিশেষ প্ৰকল্প, ধন নেহেৰুৱাৰো আছে গেৰাণ্টি

ঘৰত বহিয়েই মাহিলী ৭৫০০ আয় কৰিব খোজে নেকি? জানক এই বিশেষ প্ৰকল্প, ধন নেহেৰুৱাৰো আছে গেৰাণ্টি

7 months ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

39 minutes ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

1 hour ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

2 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

2 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

3 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

3 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

4 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

5 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

6 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

7 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

ঘৰত বহিয়েই মাহিলী ৭৫০০ আয় কৰিব খোজে নেকি? জানক এই বিশেষ প্ৰকল্প, ধন নেহেৰুৱাৰো আছে গেৰাণ্টি

ঘৰত বহিয়েই মাহিলী ৭৫০০ আয় কৰিব খোজে নেকি? জানক এই বিশেষ প্ৰকল্প, ধন নেহেৰুৱাৰো আছে গেৰাণ্টি

editor by editor
August 18, 2025
in বাণিজ্য, ভাৰত
0
ঘৰত বহিয়েই মাহিলী ৭৫০০ আয় কৰিব খোজে নেকি? জানক এই বিশেষ প্ৰকল্প, ধন নেহেৰুৱাৰো আছে গেৰাণ্টি
0
SHARES
949
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি এটা নিৰাপদ আৰু নিয়মিত মাহিলী আয় কৰিব খুজিছে? ডাকঘৰ মাহিলী আয় স্কিমে আপোনাৰ প্ৰয়োজন পূৰণ কৰিব পাৰে৷ চৰকাৰ সমৰ্থিক এই স্কিমে বাৰ্ষিক ৭.৪শতাংশ সুদৰ হাৰত এটা নিৰ্দিষ্ট মাহিলী আয় প্ৰদান কৰে যি প্ৰতিমাহে আপোনাৰ একাউণ্টত জমা হয়৷ নিৰাপদ এই স্কিম বিনিয়োগকাৰীৰ বাবে এক স্থিতিশীল আৰু নিৰ্ভৰযোগ্য বিকল্প হিচাপে প্ৰমাণিত হয়৷

এম আই এছ একাউণ্ট খুলিবলৈ বিনিয়োগৰ সীমা কিমান আৰু প্ৰতিমাহে ৭৫০০ টকা আয় কৰিবলৈ কিমান বিনিয়োগ কৰিব লাগিব?

কোনে কোনে এম আই এছ একাউণ্ট খুলিব পাৰে?

যিকোনো প্ৰাপ্তবয়স্ক ব্যক্তি (একক একাউণ্ট)

২-৩ জন প্ৰাপ্তবয়স্কৰ মাজত যৌথ একাউণ্‌ট

অভিভাৱকৰ মাধ্যমেৰে নাবালক বা মানসিকভাৱে অসুস্থ ব্যক্তিৰ বাবে একাউণ্ট

১০ বছৰতকৈ বেছি বয়সীয়া নাবালকে তেওঁলোকৰ নামত এটা একাউণ্ট খুলিব পাৰে৷

বিনিয়োগৰ নিয়ম আৰু সীমা?

একাউণ্টটো সৰ্বনিম্ন ১০০০ টকা দি খুলিব পাৰে আৰু তাৰপিছত ১০০০ টকাৰ গুণিতকত আপুনি বিনিয়োগ কৰিব পাৰে৷

এজন ব্যক্তিয়ে সৰ্বোচ্চ ৯ লাখ টকা বিনিয়োগ কৰিব পাৰে৷

এটা একাউণ্টত মুঠ বিনিয়োগ সৰ্বোচ্চ ১৫ লাখ টকা পৰ্যন্ত হব পাৰে৷ যাতে সকলো বিনিয়োগকাৰীৰ সমান অংশ থাকে৷

অপ্ৰাপ্তবয়স্কসকলৰ বাবে অভিভাৱক একাউণ্টৰ সীমা ভিন্ন৷

সুদ আৰু অৰ্থ প্ৰদান?

প্ৰতিমাহে একাউণ্টত সুদ জমা হব৷

এম আই এছ একাউণ্ট থকা সুবিধাভোগীৰ অট ক্ৰেডিট বা ই চি এছৰ মাধ্যমেৰে যিকোনো চিবিএছ পোষ্ট অফিচ সঞ্চয় একাউণ্টত তেওঁলোকৰ সুদ জমা হব বা ওলিয়াবও পাৰিব৷

সুদৰ ওপৰত আয়কৰ প্ৰযোজ্য৷

কিমান টকা বিনিয়োগ কৰিলে মাহিলী পাব ৭৫০০ টকা?

পোষ্ট অফিচত মাহিলী আয় প্ৰকল্পত ৭.৪শতাংশ সুদৰ হাৰত প্ৰতি মাহে ৭৫০০ টকা আয় কৰিব খুজিলে আপুনি প্ৰায় ১২.১৬ লাখ টকা বিনিয়োগ কৰিব লাগিব৷ অন্যহাতে ১৩ লাখ টকা বিনিয়োগ কৰিলে বিনিয়োগকাৰীয়ে প্ৰতি মাহত পাব ৮০১৭ টকা৷ যিসকলে নিৰাপদ বিনিয়োগৰ মাধ্যমেৰে নিয়মিত মাহিলী আয়ৰ পৰিকল্পনা কৰিব খুজিছে তেওঁলোকৰ বাবে এই প্ৰকল্পটো আদৰ্শ৷ ইয়াৰ মাধ্যমেৰে বিনিয়োগকাৰীয়ে নিৰ্দিষ্ট ৰিটাৰ্ণ পাব আৰু ধন হেৰুৱাৰো কোনো ভয় নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!
বাণিজ্য

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

March 30, 2026
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!
বাণিজ্য

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

March 30, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
বাণিজ্য

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

March 29, 2026
Next Post
আগন্তুক ৪মাহত অৰ্থৰ জোৱাৰত ভাঁহিব এই ৪ৰাশি! গ্ৰহ আৰু কৰ্মৰ যোগত কোটিপতি হ’ব কোন কোন ৰাশিৰ জাতক?

আগন্তুক ৪মাহত অৰ্থৰ জোৱাৰত ভাঁহিব এই ৪ৰাশি! গ্ৰহ আৰু কৰ্মৰ যোগত কোটিপতি হ’ব কোন কোন ৰাশিৰ জাতক?

গজকেশৰী যোগত দুৰ্দান্ত লাভ, কাইলৈ সন্ধিয়াৰ পূৰ্বেই কোনে কোনে সুখবৰ পাব?

গজকেশৰী যোগত দুৰ্দান্ত লাভ, কাইলৈ সন্ধিয়াৰ পূৰ্বেই কোনে কোনে সুখবৰ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.