• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হৃদৰোগ হৈছে নেকি? হাতত দেখা দিয়া কোনবোৰ লক্ষণ চাই বুজিব?

হৃদৰোগ হৈছে নেকি? হাতত দেখা দিয়া কোনবোৰ লক্ষণ চাই বুজিব?

3 years ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

18 minutes ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

1 hour ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

2 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

2 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

4 hours ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

5 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

6 hours ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

6 hours ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

7 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

8 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

9 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হৃদৰোগ হৈছে নেকি? হাতত দেখা দিয়া কোনবোৰ লক্ষণ চাই বুজিব?

editor by editor
April 23, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
হৃদৰোগ হৈছে নেকি? হাতত দেখা দিয়া কোনবোৰ লক্ষণ চাই বুজিব?
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমশ বাঢ়িছে। অস্বাস্থ্যকৰ জীৱনযাপন, অতিৰিক্ত মানসিক চাপ, বাহিৰত খাদ্য খোৱাৰ প্ৰৱণতা এইসমূহ কাৰণতে এটা বয়সৰ পাছত প্ৰায়সংখ্যক লোকেই হাৰ্টৰ ৰোগত ভোগে। উচ্চ ৰক্তচাপ, কল’ষ্টেৰল, ডায়বেটিছ আদি থকা লোকেও অধিক সতৰ্ক হোৱাটো প্ৰয়োজন। ইয়াৰোপৰি হৃদৰোগৰ লক্ষণসমূহৰ সম্পৰ্কেও জনাটো খুবেই প্ৰয়োজন। বুকু বিষ, শ্বাসপ্ৰশ্বাসত কষ্ট, অতিৰিক্ত ঘাম ওলোৱা আদি লক্ষণৰ উপৰিও হৃদৰোগৰ অন্য কেইবাটাও লক্ষণ আছে।

আঙুলিৰ গাঁঠি ফুলি উঠা
আঙুলিৰ গাঁঠি ফুলি যোৱাটো হৃদৰোগৰ এটা লক্ষণ। ফুলি যোৱাৰ ওপৰিও হৃদৰোগৰ সমস্যা থাকিলে নখৰ বৃদ্ধিও হ্ৰাস পায়। কিন্তু সকলো আঙুলিৰে নহয়। তৰ্জনী আৰু বুঢ়া আঙুলিতেই মূলত হৃদযন্ত্ৰৰ সমস্যাৰ লক্ষণসমূহ ফুঁটি উঠে।

হাতৰ তলুৱা বিৱৰ্ণ হৈ যোৱা
হাতৰ তলুৱা ৰঙা পৰা, বাদামী বা বিবৰ্ণ হৈ পৰা আদি হাৰ্টৰ সমস্যাৰ মূল লক্ষণ। হৃদযন্ত্ৰ আৰু তাৰ পাৰ্শ্ববৰ্তী ৰক্তনলিকাত বেক্টেৰীয়াৰ সংক্ৰমণৰ ফলত এই সমস্যাই দেখা দিয়ে। এই লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো জৰুৰী।

নখৰ তলত হালধীয়া ৰেখাই দেখা দিয়ে
লক্ষ্য কৰিলে দেখা যায় যে বহুসময়ত নখৰ তলত ৰঙা বা পাতল বেঙুনীয়া ৰঙৰ দাগ পৰে। চিকিৎসকৰ এই লক্ষণটোক প্লিণ্টাৰ হেমাৰোজিং নামেৰে জনা যায়। এই লক্ষণ হৃদৰোগৰ অন্যতম এক লক্ষণ। নখৰ তলত এনে ৰেখা ওলোৱাৰ উপৰিও মাজে মাজে জ্বৰ বা অনিয়মিত হৃদস্পন্দনৰ দৰে সমস্যা দেখিলেও অচিৰেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম
জীৱনশৈলী

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

July 28, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

July 28, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

July 28, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

July 28, 2026
Next Post
ক্ৰিকেটৰ ভগৱানে বয়সেৰেও কোবালে হাফ চেঞ্চুৰী! জীৱনৰ হাফ চেঞ্চুৰী কোবোৱাৰ সময়ত শচীনে সোঁৱৰিলে পুৰণা দিনৰ কথা…

ক্ৰিকেটৰ ভগৱানে বয়সেৰেও কোবালে হাফ চেঞ্চুৰী! জীৱনৰ হাফ চেঞ্চুৰী কোবোৱাৰ সময়ত শচীনে সোঁৱৰিলে পুৰণা দিনৰ কথা...

প্ৰচাৰ বিমুখ শচীন, বহুতেই নাজানে শচীনৰ এইসমূহ কথা…

প্ৰচাৰ বিমুখ শচীন, বহুতেই নাজানে শচীনৰ এইসমূহ কথা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.