• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টেক্সাছৰ শিশু হত্যাকাণ্ড : সঁচাই ট্ৰেন্সজেণ্ডাৰ আছিল নেকি আক্ৰমণকাৰী?

টেক্সাছৰ শিশু হত্যাকাণ্ড : সঁচাই ট্ৰেন্সজেণ্ডাৰ আছিল নেকি আক্ৰমণকাৰী?

4 years ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

3 minutes ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

26 minutes ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

57 minutes ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

3 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

3 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

5 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

13 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

14 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

14 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

15 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

টেক্সাছৰ শিশু হত্যাকাণ্ড : সঁচাই ট্ৰেন্সজেণ্ডাৰ আছিল নেকি আক্ৰমণকাৰী?

editor by editor
May 26, 2022
in অপৰাধ, বিশ্ব
0
টেক্সাছৰ শিশু হত্যাকাণ্ড : সঁচাই ট্ৰেন্সজেণ্ডাৰ আছিল নেকি আক্ৰমণকাৰী?
0
SHARES
83
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মঙলবাৰে টেক্সাছৰ উভাল্ডেত স্কুলত সংঘটিত হোৱা গুলীচালনাৰ কিছু ঘণ্টাৰ ভিতৰতে ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে হত্যাকাৰীজনৰ বিৰুদ্ধে বিভিন্ন প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ ইন্টাৰনেট ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে নৃশংস হত্যাকাৰীজন এগৰাকী ট্ৰেন্সজেণ্ডাৰৰ লগতে আমেৰিকাৰ অবৈধ নিৱাসী আছিল৷

এই অভিযোগে কেৱল ইন্টাৰনেট বিশ্বতে নহয়, মাৰ্কিন যুক্তৰাষ্ট্ৰতো তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিশেষকৈ হত্যাকাৰীজনক টুইটাৰত ট্ৰেন্সজেণ্ডাৰ বুলি দাবী কৰি বৰ্ণ বৈষম্য আৰু লিংগ বৈষম্যমূলক আচৰণ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অৰ্থাৎ উক্ত হত্যাকাণ্ডৰ আচিলাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগতে সমগ্ৰ বিশ্বতে লিংগ আৰু বৰ্ণ বৈষম্য বিৰুদ্ধে সুপৰিকল্পিত আক্ৰমণ সংঘটিত কৰা বুলি অভিযোগ উঠিছে৷

ইণ্টাৰনেটত এই ধৰণৰ ভুৱা প্ৰচাৰ চলোৱাৰ পিছতে এই সম্পৰ্কে ভুৱা তথ্য বিশেষজ্ঞ জেইম লংগোৰিয়াৰে সংবাদ মাধ্যমৰ আগত কয় যে, এই দাবীসমূহে ট্ৰেন্সজেণ্ডাৰসকলৰ প্ৰতি থকা বৰ্ণবাদ আৰু অসহিষ্ণুতাৰ সমস্যাক প্ৰতিফলিত কৰিছে৷ আৰু এই গুলীচালনাৰ বাবে সংখ্যালঘু গোটসমূহক দোষাৰোপ কৰাৰ প্ৰয়াস কৰা হৈছে৷

লগতে পঢ়ক কুকুৰ হ’বলৈ ১২ লাখ টকা ব্যয় এক যুৱকৰ! কুকুৰ হোৱা এই যুৱক কোন?

এইদৰে ইতিমধ্যে তেওঁলোকে অনলাইন হাৰাশাস্তি আৰু ঘৃণাৰ অপৰাধৰ অধিক সহ্য কৰিবলীয়া হৈছে৷ অৰ্থাৎ ভুল তথ্য বিয়পাই তেওঁলোকক পৰিকল্পিতভাৱে ইন্টাৰনেটৰ মাধ্যমেৰে আক্ৰমণ কৰা হয় বুলি কোৱা হৈছে৷

ইফালে গুলীচালনাৰ কেইঘণ্টামানৰ ভিতৰতে বন্দুকধাৰীজনে আমেৰিকাত অবৈধভাৱে বাস কৰা বুলি ভুৱা দাবী কৰা পোষ্ট ভাইৰেল হৈ পৰিছিল৷ আৰু অধিকাংশ মানুহে সেই ভুৱা তথ্যকে সঁচা বুলি বিশ্বাস কৰি বৰ্ণ আৰু লিংগ বৈষম্যমূলক আচৰণ কৰিবলৈ আৰম্ভ কৰিছে৷

আনহাতে, মঙলবাৰে টেক্সাছৰ গৱৰ্ণৰ গ্ৰেগ এবটে এক সংবাদমেলত স্পষ্ট কৰি দিছিল যে আক্ৰমণকাৰী ১৮ বছৰীয়া ছালভাডৰ ৰামোছ এজন আমেৰিকাৰ নাগৰিক আছিল।

লগতে পঢ়ক অভিলাষা বৰাক ভাৰতীয় বায়ুসেনাৰ প্ৰথম মহিলা যুদ্ধ বিমান চালক

ইয়াৰ মাজতে একাংশ চ’ছিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ১৮ বছৰীয়া আক্ৰমণকাৰী যুৱকজনক ট্ৰেন্সজেণ্ডাৰ বুলি দাবী কৰি পৰিকল্পিত লিংগ বৈষম্যক আক্ৰমণ আৰম্ভ কৰিছে৷  যুৱকজনৰ ফ’টো ব্যৱহাৰ কৰি তেওঁলোকে দাবী কৰিছে যে আক্ৰমণকাৰীজন ট্ৰেন্সজেণ্ডাৰ (হিজড়া) আছিল৷ কিন্তু এই দাবীৰো কোনো প্ৰকৃত ভিত্তি নাই বুলি দাবী কৰা হৈছে৷

ফেক চেকৰ জৰিয়তে ইন্টাৰনেটত ভাইৰেল যোৱা ফ’টোসমূহ পৰীক্ষা কৰি পোৱা তথ্যমতে  ফটোখনত আচলতে নিউয়ৰ্কৰ বাসিন্দা ছাব্ৰিনা নামৰ এগৰাকী ২২ বছৰীয়া ট্ৰেন্স মহিলাৰ ফ’টোহে, যি ফ’টোক আক্ৰমণকাৰীজনৰ সৈতে ফ’টোশ্বপ কৰি সামাজিক মাধ্যমকত ভাইৰেল কৰা হৈছে।

মুঠতে মাৰ্কিন প্ৰশাসনৰ মতে সামাজিক মাধ্যমত ব্যাপকৰূপত কৰি থকা দুয়োটা দাবীৰে কোনো সত্যতা নাই৷ অৰ্থাৎ দাবী কৰাৰ দৰে আক্ৰমণকাৰীজন আমেৰিকাৰ অবৈধ বাসিন্দা আৰু ট্ৰেন্সজেণ্ডাৰো নহয়৷ মাৰ্কিন জাতীয়তাবাদেহে বৰ্ণ আৰু লিংগ বৈষম্যক পুনৰ হাৰ পানী যোগাবলৈ পৰিকল্পিত আৰু পদ্ধতিগতভাৱে অভিযান চলোৱা চেষ্টা কৰা বুলি প্ৰকাশ পাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam livde 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamTexas shooting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!
বিশ্ব

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

March 29, 2026
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?
জীৱনশৈলী

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

March 29, 2026
খাদ্য অপচয় ভুলতো নকৰিব, অন্যথা ৮১ লাখ জৰিমনা…খাদ্য অপচয় ৰোধক লৈ কোন দেশত এই কঠোৰ আইন?
জীৱনশৈলী

খাদ্য অপচয় ভুলতো নকৰিব, অন্যথা ৮১ লাখ জৰিমনা…খাদ্য অপচয় ৰোধক লৈ কোন দেশত এই কঠোৰ আইন?

March 29, 2026
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!
বিশ্ব

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

March 28, 2026
Next Post
সময়ৰ কি যে পৰিহাস! কোটিপতি নৱজ্যোৎ সিদ্ধু হ’লগৈ জে’লৰ কেৰাণী

সময়ৰ কি যে পৰিহাস! কোটিপতি নৱজ্যোৎ সিদ্ধু হ’লগৈ জে’লৰ কেৰাণী

বিধায়কৰ বান বিলাসিতা! বান বিধ্বস্ত জিলাৰ উপায়ুক্তৰ অনুকৰণীয় কৰ্তব্য নিষ্ঠা

বিধায়কৰ বান বিলাসিতা! বান বিধ্বস্ত জিলাৰ উপায়ুক্তৰ অনুকৰণীয় কৰ্তব্য নিষ্ঠা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.