• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সময়ৰ কি যে পৰিহাস! কোটিপতি নৱজ্যোৎ সিদ্ধু হ’লগৈ জে’লৰ কেৰাণী

সময়ৰ কি যে পৰিহাস! কোটিপতি নৱজ্যোৎ সিদ্ধু হ’লগৈ জে’লৰ কেৰাণী

4 years ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

46 minutes ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

2 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

3 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

3 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

4 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

4 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

5 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

6 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

8 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

9 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

9 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

সময়ৰ কি যে পৰিহাস! কোটিপতি নৱজ্যোৎ সিদ্ধু হ’লগৈ জে’লৰ কেৰাণী

editor by editor
May 26, 2022
in ক্ৰীড়া, ভাৰত, ৰাজনীতি
0
সময়ৰ কি যে পৰিহাস! কোটিপতি নৱজ্যোৎ সিদ্ধু হ’লগৈ জে’লৰ কেৰাণী
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সয়মৰ কি যে পৰিহাস! প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ ৰাজনীতিক আৰু টেলিভিচন তাৰকা কোটিপতি নৱজ্যোৎ সিং সিদ্ধু এতিয়া হ’লগৈ জে’লৰ এগৰাকী সাধাৰণ কেৰাণী৷

জে’লৰ কেৰাণী এই নৱজ্যোৎ সিদ্ধুৰ বৰ্তমানৰ দৈনিক মজুৰি কিমান জানেনে? দৈনিক মজুৰী মাত্ৰ হ’ব ৯০ টকা, তাকো কামৰ ওপৰত ভিত্তি কৰিয়ে৷

উল্লেখ্য যে ১৯৮৮ চনৰ ৰোড ৰেজ গোচৰত অভিযুক্ত হৈ নৱজ্যোৎ সিং সিদ্ধুৱে এবছৰীয়া সশ্ৰম কাৰাদণ্ড লাভ কৰিছে৷ যোৱা ১৯ মে’ত দেশৰ উচ্চতম ন্যায়ালয়ে নৱজ্যোৎ সিং সিদ্ধুক এই কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে৷

লগতে পঢ়ক স্বাধীনতাৰ পিছত প্ৰথমবাৰ হাইস্কুল লাভ অসমৰ চাহ বাগিচাৰ

ইয়াৰ পিছতে পাতিয়ালা কাৰাগাৰত নৱজ্যোৎ সিং সিদ্ধুৱে কয়দী জীৱন আৰম্ভ কৰিছে৷ কাৰাগাৰৰ কেৰাণী ৰূপে কয়দী জীৱন আৰম্ভ কৰা নৱজ্যোৎ সিদ্ধুৱে প্ৰথম তিনি মাহৰ বাবে প্ৰশিক্ষণ লাভ কৰিব৷ এই প্ৰশিক্ষণ কালত আদালতে দিয়া ৰায়বোৰ কেনেদৰে চমুকৈ কাৰাগাৰৰ ৰেকৰ্ডত সংকলিত কৰিব লাগিব সেই বিষয়ে সিদ্ধুক শিকোৱা হ’ব৷

ইফালে প্ৰশিক্ষণ কালতছোৱা অৰ্থাৎ প্ৰথম তিনিমাহ নৱজ্যোৎ সিদ্ধুৱে কোনোধৰণৰ পাৰিতোষিক লাভ নকৰে৷ প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছতহে তেওঁক ৪০ৰ পৰা ৯০ টকাকৈ মজুৰি দিয়া হ’ব৷ তেওঁৰ কামৰ ওপৰত অৰ্থাৎ দক্ষতাৰ ওপৰতহে মজুৰিৰ পৰিমাণ নিৰ্ভৰ কৰিব৷

কাৰাগাৰত লাভ কৰা ধনৰাশি তেওঁৰ বেংক একাউণ্টত জমা কৰা হ’ব৷ হাইপ্ৰফাইল কয়দী হোৱাৰ বাবে নৱজ্যোৎ সিদ্ধুক বেৰেক প্ৰদান কৰা হ’ব আৰু তেওঁ বেৰেকৰ পৰাই নিজৰ কাম সম্পাদন কৰিব লাগিব৷ তেওঁক নিজৰ চেলৰ পৰা উলাবলৈ দিয়া নহ’ব বুলিও প্ৰকাশ কৰিছে কাৰাগাৰটোৰ এজন বিষয়াই৷

লগতে পঢ়ক কুকুৰ হ’বলৈ ১২ লাখ টকা ব্যয় এক যুৱকৰ! কুকুৰ হোৱা এই যুৱক কোন?

বিষয়াগৰাকীৰ মতে সিদ্ধুৱে দুটা শ্বীফ্টত কাম কৰিব লাগিব, পুৱা ৯ বজাৰ পৰা বিয়লি ৩ বজালৈ প্ৰথমটো শ্বীফ্ট আৰু বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৫ বজাৰলৈ দ্বিতীয়টো শ্বীফ্টত কাম কৰিব লাগিব সিদ্ধুৱে৷

ইফালে, সিদ্ধুক ৰখা বেৰেকৰ ভিতৰত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। পাঁচজন ৱাৰ্ডেন আৰু চাৰিজন কাৰাগাৰৰ কয়েদীকো সিদ্ধুৰ ওপৰত নজৰ ৰাখিবলৈ দায়িত্ব দিয়া হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamnavjot singh sidhu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে
বিনোদন

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
Next Post
বিধায়কৰ বান বিলাসিতা! বান বিধ্বস্ত জিলাৰ উপায়ুক্তৰ অনুকৰণীয় কৰ্তব্য নিষ্ঠা

বিধায়কৰ বান বিলাসিতা! বান বিধ্বস্ত জিলাৰ উপায়ুক্তৰ অনুকৰণীয় কৰ্তব্য নিষ্ঠা

স্বেচ্ছামূলক যৌন কৰ্ম বৈধ : যৌনকৰ্মীৰ বিৰুদ্ধে পদক্ষেপ ল’ব নোৱাৰিব আৰক্ষীয়ে

স্বেচ্ছামূলক যৌন কৰ্ম বৈধ : যৌনকৰ্মীৰ বিৰুদ্ধে পদক্ষেপ ল’ব নোৱাৰিব আৰক্ষীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.