• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বেচ্ছামূলক যৌন কৰ্ম বৈধ : যৌনকৰ্মীৰ বিৰুদ্ধে পদক্ষেপ ল’ব নোৱাৰিব আৰক্ষীয়ে

স্বেচ্ছামূলক যৌন কৰ্ম বৈধ : যৌনকৰ্মীৰ বিৰুদ্ধে পদক্ষেপ ল’ব নোৱাৰিব আৰক্ষীয়ে

4 years ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

3 minutes ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

33 minutes ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

1 hour ago
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

2 hours ago
দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

3 hours ago
এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

4 hours ago
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

5 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

অত্যাধিক মৰমে ধ্বংস কৰে সংসাৰ! এই ৫ টিপছেৰে সংগীক ৰাখক নিজৰ কাষত

5 hours ago
হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

6 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

কেনে যাব আজি আপোনাৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

7 hours ago
সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

স্বেচ্ছামূলক যৌন কৰ্ম বৈধ : যৌনকৰ্মীৰ বিৰুদ্ধে পদক্ষেপ ল’ব নোৱাৰিব আৰক্ষীয়ে

editor by editor
May 26, 2022
in জীৱনশৈলী, ভাৰত
0
স্বেচ্ছামূলক যৌন কৰ্ম বৈধ : যৌনকৰ্মীৰ বিৰুদ্ধে পদক্ষেপ ল’ব নোৱাৰিব আৰক্ষীয়ে
0
SHARES
299
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যৌন কৰ্মৰ সম্পৰ্কে উচ্চতম ন্যায়ালয়ৰ পৰা উল্লেখযোগ্য নিৰ্দেশনা আহিছে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কয় যে যৌনকৰ্মীৰো অন্য ৫ টা বৃত্তিৰ মানুহৰ দৰেই মৰ্যাদা আৰু সমান অধিকাৰ আছে। এই বিষয়টো সোঁৱৰাই দিয়াৰ উপৰিও দেশৰ উচ্চতম ন্যায়ালয়ে সন্মতিসূচক আৰু স্বেচ্ছামূলক এনে কামত আৰক্ষীৰ হস্তক্ষেপ আৰু অপৰাধমূলক গোচৰ ৰুজু কৰাতো বন্ধ কৰিবলৈ কোৱা হৈছে।

ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে এই সন্দৰ্ভত ৬ টা নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ জৰিয়তে যৌনকৰ্মীৰ অধিকাৰ সুৰক্ষিত হ’ব বুলি উচ্চতম ন্যায়ালয়ে মত প্ৰকাশ কৰিছে। ‘আইনৰ দৃষ্টিত যৌনকৰ্মীসকলো সমান সুৰক্ষাৰ অধিকাৰী’ বুলি বিচাৰপীঠে উল্লেখ কৰিছে।

নিৰ্দেশনাটোত কোৱা হৈছে, যেতিয়া এইটো স্পষ্ট হৈ পৰে যে এজন যৌনকৰ্মীয়ে এজন প্ৰাপ্তবয়স্ক লোকৰ সৈতে সন্মতি সাপেক্ষে যৌনতা বিক্ৰী কৰিছে তেতিয়া আৰক্ষীয়ে অযথা হস্তক্ষেপৰ পৰা বিৰত থাকিব লাগিব আৰু কোনো ধৰণৰ অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব।

লগতে পঢ়ক সময়ৰ কি যে পৰিহাস! কোটিপতি নৱজ্যোৎ সিদ্ধু হ’লগৈ জে’লৰ কেৰাণী

সৰ্বোচ্চ ন্যায়ালয়ে লগতে কয় যে সংবিধানৰ ২১ নং অনুচ্ছেদে এই দেশৰ প্ৰতিজন নাগৰিকৰ মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ অধিকাৰ সুনিশ্চিত কৰিছে।

ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে পতিতালয়ত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত যৌনকৰ্মীক গ্ৰেপ্তাৰ, শাস্তি বা হাৰাশাস্তি কৰা উচিত নহয়। কাৰণ যৌনতা অবৈধ নহয়, কেৱল পতিতালয় চলোৱাটোহে অবৈধ।

উচ্চতম ন্যায়ালয়ে ৰায়টোত আৰু কয় যে মাতৃগৰাকী যৌন কৰ্মত নিয়োজিত বুলি দোহাই দি শিশুটিক মাতৃৰ পৰা আঁতৰাই নিব নোৱাৰিব। তদুপৰি যদি কোনো যৌনকৰ্মীয়ে তেওঁৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ অভিযোগ লৈ আৰক্ষীৰ ওচৰলৈ যায়, তেন্তে আৰক্ষীয়ে অন্য সাধাৰণ নাগৰিক অভিযোগ শুনাৰ দৰেই মনোযোগেৰে বিষয়টো গুৰুত্ব দিব দিব লাগিব৷

লগতে পঢ়ক টেক্সাছৰ শিশু হত্যাকাণ্ড : সঁচাই ট্ৰেন্সজেণ্ডাৰ আছিল নেকি আক্ৰমণকাৰী?

বিশেষকৈ যদি যৌনকৰ্মীয়ে তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতন বা অপৰাধৰ অভিযোগ উত্থাপন কৰে তেন্তে আৰক্ষীয়ে ক্ষিপ্ৰ শাৰীৰিক পৰীক্ষা আৰু তদন্ত আৰম্ভ কৰিব লাগিব। এনে ক্ষেত্ৰত এজন যৌনকৰ্মী বুলিয়েই পৃথকে চাব নোৱাৰিব অৰ্থাৎ এজন সাধাৰণ নাগৰিকৰ দৰেই আৰক্ষীয়ে যৌনকৰ্মীক সুৰক্ষা দিয়াটো নিশ্চিত কৰিব লাগিব।

আনহাতে, কোনো অবাঞ্চিত ঘটনা সংঘটিত সংঘটিত হ’লে আৰক্ষীয়ে যৌনকৰ্মীৰ পৰিচয় ৰাজহুৱা কৰিব নালাগে বুলিও স্পষ্ট নিৰ্দেশ দিছে ন্যায়ালয়ে।

উল্লেখ্য যে এই পৰামৰ্শ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ মতামতও বিচাৰিছিল। অহা ২৮ জুলাইত এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব আৰু সেইদিনাই উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কেন্দ্ৰৰ উত্তৰ শুনানি গ্ৰহণ কৰিব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamsex work legalsex workerssupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ
জীৱনশৈলী

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

May 27, 2026
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!
জীৱনশৈলী

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

May 27, 2026
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!
জীৱনশৈলী

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

May 27, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

May 27, 2026
Next Post
মিথ্যাচাৰী প্ৰধানমন্ত্ৰী বৰিছ জনচন : কিয় ক্ষমা খুজিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে?

মিথ্যাচাৰী প্ৰধানমন্ত্ৰী বৰিছ জনচন : কিয় ক্ষমা খুজিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে?

মুকেশ আম্বানীৰ পৰা ছালিল পাৰিখলৈ, শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ দৰমহা কিমান?

মুকেশ আম্বানীৰ পৰা ছালিল পাৰিখলৈ, শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ দৰমহা কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.