• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ ৰাধাষ্টমীত দিনজুৰি থাকিব প্ৰীতি যোগ, শ্ৰী ৰাধাৰ আশীৰ্বাদত ভাগ্য খুলিব কোন কোন ৰাশিৰ?

কাইলৈ ৰাধাষ্টমীত দিনজুৰি থাকিব প্ৰীতি যোগ, শ্ৰী ৰাধাৰ আশীৰ্বাদত ভাগ্য খুলিব কোন কোন ৰাশিৰ?

2 years ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

39 minutes ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

57 minutes ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

2 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

3 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

3 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

4 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

5 hours ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

15 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

15 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

15 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

16 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ ৰাধাষ্টমীত দিনজুৰি থাকিব প্ৰীতি যোগ, শ্ৰী ৰাধাৰ আশীৰ্বাদত ভাগ্য খুলিব কোন কোন ৰাশিৰ?

কাইলৈ ৰাধাষ্টমীত দিনজুৰি থাকিব প্ৰীতি যোগ, শ্ৰী ৰাধাৰ আশীৰ্বাদত ভাগ্য খুলিব কোন কোন ৰাশিৰ?

editor by editor
September 10, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাইলৈ ৰাধাষ্টমীত দিনজুৰি থাকিব প্ৰীতি যোগ, শ্ৰী ৰাধাৰ আশীৰ্বাদত ভাগ্য খুলিব কোন কোন ৰাশিৰ?
0
SHARES
312
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১১ ছেপ্টেম্বৰ ২০২৪ বুধবাৰে চন্দ্ৰই দিনজুৰি বৃশ্চিক ৰাশিত অৱস্থান কৰিব৷ নিশা ৯ বাজি ২২ মিনিটৰ পাছত ধনু ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথি৷ কাইলৈ দিনটো ৰাধাষ্টমী অৰ্থাৎ শ্ৰী ৰাধাৰ জন্মদিন হিচাপে পালিত হয়৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব আয়ুষ্মান যোগ, ৰবি যোগ আৰু প্ৰীতি যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ নিশা ৯ বাজি ২২ মিনিট পৰ্যন্ত থাকিব জ্যেষ্ঠা নক্ষত্ৰ আৰু মূলা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ ইয়াৰোপৰি কাইলৈ পালিত হ’ব মাহেকীয়া দুৰ্গাষ্টমীও৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব?

বৃষ ৰাশি

কাইলৈ ১১ ছেপ্টেম্বত লাভৱান হ’ব বৃষ ৰাশিৰ জাতক৷ কাইলৈ ভাগ্যৰ দুৱাৰ খুল খাব আপোনাৰ৷ কেৰিয়াৰত কাইলৈ আপুনি কোনো উন্নতি কৰিব পাৰে৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা ডাঙৰ লাভ কৰিব পাৰিব বৃষ ৰাশিৰ জাতকে৷ আয়ুষ্মান যোগৰ প্ৰভাৱত আৰ্থিক পৰিস্থিতিও কাইলৈ উন্নত হ’ব৷

 কৰ্কট ৰাশি

কাইলৈ প্ৰীতি যোগৰ শুভ ফল থাকিব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ সমাজত আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বহুপৰিমানে বৃদ্ধি পাব৷ কাইলৈ নতুন চাকৰি লাভৰো যোগ আছে৷ ৰাধাৰাণীৰ আশীৰ্বাদত কাইলৈ ব্যৱসায়ত উন্নতি কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷ ৰবি যোগৰ প্ৰভাৱত কাইলৈ পৰিয়ালত আনন্দৰ পৰিবেশ থাকিব৷

বৃশ্চিক ৰাশি

আয়ুষ্মান যোগৰ প্ৰভাৱত কাইলৈ সৌভাগ্য লাভ কৰিব বৃশ্চিক ৰাশি জাতকে৷ পূৰ্বে কৰা আপোনাৰ সকলো পৰিকল্পনাৰ পৰা কাইলৈ সাফল্য লাভ কৰিব৷ গণপতি বাপ্পাৰ আশীৰ্বাদত সমাজত মান সন্মান বৃদ্ধি পাব৷ পিতৃৰ সৈতে কাইলৈ সম্পৰ্ক ভাল হ’ব সিংহ ৰাশিৰ জাতকৰ৷ ব্যৱসায়ত লাভ বাঢ়িব৷ বিশেষ কোনো ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে  লাভজনক হ’ব৷

ধনু ৰাশি

ৰবি যোগৰ শুভ প্ৰভাৱত কাইলৈ দুৰ্দান্ত দিন কটাব ধনু ৰাশিৰ জাতকে৷ কাইলৈ বিদেশ যাত্ৰাৰ কোনো বৃহৎ সুযোগ আপোনাৰ সন্মুখলৈ আহিব৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব ধনু ৰাশিৰ জাতকৰ৷ শ্ৰীৰাধাৰ আশীৰ্বাদত কাইলৈ আপুনি এনে কোনো কাম কৰিব পাৰে, যাৰ বাবে আপোনাৰ সংসাৰত আনন্দৰ পৰিবেশ থাকিব৷

মীন ৰাশি

জ্যেষ্ঠা নক্ষত্ৰৰ প্ৰভাৱত মীন ৰাশিৰ জাতকৰ বাবে কাইলৈ দিনটো বেছ শুভ হ’ব৷ সিদ্ধিদাতাৰ আশীৰ্বাদত কাইলৈ আপুনি কোনো সুখবৰ পাব পাৰে৷ আৰ্থিক পৰিস্থিতি বহুপৰিমানে মজবুত হ’ব মীন ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?
জীৱনশৈলী

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

September 30, 2026
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!
বিনোদন

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

September 30, 2026
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ
প্ৰযুক্তি

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

September 30, 2026
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে
অসম

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

September 30, 2026
Next Post
ইমান কম খৰচত আনলিমিটেড কলিং! দাম বঢ়োৱাৰ পাছতেই এইবাৰ সুখবৰ দিছে জিঅ’ই

ইমান কম খৰচত আনলিমিটেড কলিং! দাম বঢ়োৱাৰ পাছতেই এইবাৰ সুখবৰ দিছে জিঅ’ই

এই ভিটামিনৰ অভাৱ হ’লেই হ’ব পাৰে বন্ধ্যাত্বও

এই ভিটামিনৰ অভাৱ হ’লেই হ’ব পাৰে বন্ধ্যাত্বও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.