• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফাল্গুনী নক্ষত্ৰত কাল ইন্দ্ৰ যোগ, হাতলৈ খ্যাতি, ধন আহিব এই ৫ ৰাশিৰ জাতকৰ

ফাল্গুনী নক্ষত্ৰত কাল ইন্দ্ৰ যোগ, হাতলৈ খ্যাতি, ধন আহিব এই ৫ ৰাশিৰ জাতকৰ

3 years ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

13 minutes ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

28 minutes ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

1 hour ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

2 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

2 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

3 hours ago
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

3 hours ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

20 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

20 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

21 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

21 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ক্ষীণ নে শকত ছোৱালী পচন্দ পুৰুষৰ? সমীক্ষাত পোহৰলৈ আহিছে আচল ৰহস্য

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ফাল্গুনী নক্ষত্ৰত কাল ইন্দ্ৰ যোগ, হাতলৈ খ্যাতি, ধন আহিব এই ৫ ৰাশিৰ জাতকৰ

editor by editor
November 7, 2023
in বিবিধ, ভাৰত
0
ফাল্গুনী নক্ষত্ৰত কাল ইন্দ্ৰ যোগ, হাতলৈ খ্যাতি, ধন আহিব এই ৫ ৰাশিৰ জাতকৰ
0
SHARES
42.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৮নৱেম্বৰ ২০২৩ বুধবাৰে চন্দ্ৰই গোচৰ কৰিব প্ৰথমে সিংহ ৰাশিত। তাৰপিছত কন্যা ৰাশিতো গোচৰ কৰিব বুধে? ইয়াৰ ফলত প্ৰথমে ইন্দ্ৰ যোগ তাৰপিছত বৈধৃতি যোগৰ সৃষ্টি হ’ব। ইয়াৰোপৰি থাকিব প্রথম পূৰ্ব ফাল্গুনী আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱ। হিন্দুধৰ্ম অনুসৰি বুধবাৰৰ দিনটো গণপতি বাপ্পাৰ অতি প্ৰিয় দিন। প্ৰচলিত বিশ্বাস অনুসৰি এই দিনটোতেই গজাননে তেওঁৰ ভক্তসকলক সমস্ত বিপদৰ পৰা ৰক্ষা কৰে। জ্যোতিষ গণনা অনুসৰি কাল সিদ্ধিদাতাৰ আশীৰ্বাদত পাঁচ ৰাশিৰ জাতকৰ জীৱনলৈ সুখ আহিব।

মেষ ৰাশি
মেষ ৰাশিৰ জাতকে এই সময়ত কোনো বন্ধুৰ পৰা পাবলগীয়া ধন ওভতাই পাব। এই কাম সম্পন্ন কৰাৰ ফলত সমাজত আপোনাৰ মান সন্মান প্ৰতিপত্তি বৃদ্ধি পাব। ভৱিষ্যতৰ পৰিকল্পনাৰে পৰিয়ালৰ সৈতে বাৰ্তালাপত মিলিত হ’ব। দাম্পত্য জীৱনত দীৰ্ঘদিন ধৰি চলি থকা কোনো সমস্যা এইবাৰ শেষ হ’ব। সামাজিক কামত আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে।

কৰ্কট ৰাশি
কাল গণপতিৰ কৃপাত ভাগ্যোদয় হ’ব কৰ্কট ৰাশিৰ জাতকৰ। যি কামত আপুনি দীৰ্ঘদিন ধৰি ব্যস্ত হৈ আছে সেই কামত সফলতা অৰ্জন কৰিব। পৰিয়ালত কোনো বিষয়ক লৈ সমস্যা হৈ থাকিলে সেই সমস্যাও দূৰ হ’ব। পৰিয়ালৰ সৈতে সুন্দৰ সময় কটাব। কাৰ্যালয়তো প্ৰশংসা লাভ কৰিব।

কন্যা ৰাশি
বুধবাৰে গণেশৰ আশীৰ্বাদত লটাৰী জিকাৰ সুযোগ আছে। শ্বেয়াৰ মাৰ্কেটৰ পৰাও বৃহৎ লাভ হ’ব পাৰে। নিজৰ কামত সফলতা অৰ্জন কৰিব। ব্যৱসায়তো আৰ্থিক লাভৰ মুখ দেখিব।

তুলা ৰাশি
ইন্দ্ৰ যোগৰ প্রভাৱত ৮ নৱেম্বৰত ভাগ্য খুলিব তুলা ৰাশিৰ জাতকৰ। বিশেষকৈ ৰাজনীতিৰ সৈতে যিসকল যুক্ত হৈ থাকে তেওঁলোক এই যোগৰ প্ৰভাৱত লাভাম্বিত হ’ব। কোনো নতুন কামৰ দায়িত্ব লাভ কৰিব পাৰে। নিজৰ কামত প্ৰশংসিত হ’ব। অন্যান্য কামত ব্যস্ত থকাসকলে নিজৰ বাবে সময় ওলিয়াব পাৰিব। প্ৰেমতো শুভ।

কুম্ভ ৰাশি
কাল বুধবাৰে গণপতি বাপ্পাৰ আশীৰ্বাদ থাকিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰতো। উপাৰ্জনৰ নতুন পথ বিচাৰি পাব। ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে। সামাজিক কামকাজত যুক্ত হৈ থকাসকলে বিশেষ কোনো অনুষ্ঠানত অংশ ল’ব পাৰে। কোনো আত্মীয়ৰ ঘৰলৈকো যাব পাৰে। পঢ়াশুনাত ভাল ফলাফল লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ
অসম

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

May 30, 2026
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?
বিনোদন

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

May 30, 2026
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!
জীৱনশৈলী

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

May 30, 2026
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক
জীৱনশৈলী

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

May 30, 2026
Next Post
‘মোৰ জীৱনত দেখা সৰ্বশ্ৰেষ্ঠ খেল!’ মেক্সৰ প্ৰশংসাত পঞ্চমুখ শচীন তেণ্ডুলকাৰ

'মোৰ জীৱনত দেখা সৰ্বশ্ৰেষ্ঠ খেল!’ মেক্সৰ প্ৰশংসাত পঞ্চমুখ শচীন তেণ্ডুলকাৰ

হঠাৎ অসুস্থ হাৰ্টথ্ৰ’ব জুবিন! নেমকেয়াৰৰ আইচিইউত ভৰ্তি হাৰ্টথ্ৰ’ব জুবিনক

হঠাৎ অসুস্থ হাৰ্টথ্ৰ’ব জুবিন! নেমকেয়াৰৰ আইচিইউত ভৰ্তি হাৰ্টথ্ৰ’ব জুবিনক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.