• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ জীৱনত দেখা সৰ্বশ্ৰেষ্ঠ খেল!’ মেক্সৰ প্ৰশংসাত পঞ্চমুখ শচীন তেণ্ডুলকাৰ

‘মোৰ জীৱনত দেখা সৰ্বশ্ৰেষ্ঠ খেল!’ মেক্সৰ প্ৰশংসাত পঞ্চমুখ শচীন তেণ্ডুলকাৰ

3 years ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

12 minutes ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

28 minutes ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

1 hour ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

2 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

2 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

3 hours ago
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

3 hours ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

20 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

20 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

21 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

21 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ক্ষীণ নে শকত ছোৱালী পচন্দ পুৰুষৰ? সমীক্ষাত পোহৰলৈ আহিছে আচল ৰহস্য

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘মোৰ জীৱনত দেখা সৰ্বশ্ৰেষ্ঠ খেল!’ মেক্সৰ প্ৰশংসাত পঞ্চমুখ শচীন তেণ্ডুলকাৰ

editor by editor
November 8, 2023
in ক্ৰীড়া, বিশ্ব
0
‘মোৰ জীৱনত দেখা সৰ্বশ্ৰেষ্ঠ খেল!’ মেক্সৰ প্ৰশংসাত পঞ্চমুখ শচীন তেণ্ডুলকাৰ
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এখন ভৰিৰ ওপৰতেই জোৰ দি ক্ষমতা দেখুৱালে গ্লেন মেক্সৱেলে। ফিনিচাৰ হিচাপে মেক্সৱেলে কি কৰি দেখুওৱালে সেই কথা পৃথককৈ নক’লেও হ’ব। এখন ভৰিত পোৱা আঘাত সামৰিয়েই দলটোক বিজয়ৰ সোৱাদ দিলে মেক্সৱেলে। মেক্সৱেলৰ ইনিংছত মুগ্ধ শচীন তেণ্ডুলকাৰো। অষ্ট্ৰেলিয়াক ২৯২ ৰানৰ টাৰ্গেট দিছিল আফগানিস্তানে। কিন্তু মেচত নামিয়েই ৯১ ৰানত ৭ উইকেট হেৰুৱাইছিল অষ্ট্ৰেলিয়াৰ দলটোৱে। তাৰপিছতেই বহুতেই ভাৱি পেলাইছিল এইবাৰ অষ্ট্ৰেলিয়াই ছেমিফাইনেলৰ পূৰ্বেই বিদায় ল’ব। এই পৰাজয়মুখী যাত্ৰাৰ পৰা প্ৰত্যাবৰ্তনৰ কথা ভৱিবই পৰা নাছিল কোনোৱে। কিন্তু ভাৱিলেই জানো সকলো কথা সঁচা হয়! অকলেই দলক লৈ গ’ল ছেমিফাইনেললৈকে। মেক্সৱেলক আকৌ এবাৰ বিশ্বৰ ক্ৰিকেটপ্ৰেমীয়ে ছ্যেলুট দিবলৈ বাধ্য হৈছে। মেক্সৱেলে ১২৮ বলত ২০১ ৰান কৰি অপৰাজিত থাকে।

https://x.com/sachin_rt/status/1721935549504864621?s=20

মাইকেল বেভানৰ সৈতে মেক্সৱেলক তুলনা কৰা হৈছে। অষ্ট্ৰেলিয়াৰ মেচৰ পাছতেই এক্স হেণ্ডেলত শচীন তেণ্ডুলকাৰে লিখিছে, ‘মেক্স প্ৰেচাৰৰ পৰা মেক্স পাৰ্ফৰমেন্স। মোৰ জীৱনত দেখা এয়া সৰ্বশ্ৰেষ্ট খেল।’ মেক্সৱেলক প্ৰশংসা কৰিলেও শচীনে পাহৰি যোৱা নাই আফগানিস্থানৰ খেলুৱৈ ইব্ৰাহিম জৰদানক। ইব্ৰাহিম জৰদানেও ভাল ইনিংছ খেলিছে। দ্বিতীয় হাফত ইব্ৰাহিমে শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!
বিনোদন

IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

May 29, 2026
দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ
জীৱনশৈলী

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

May 28, 2026
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

May 27, 2026
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?
জীৱনশৈলী

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

May 27, 2026
Next Post
হঠাৎ অসুস্থ হাৰ্টথ্ৰ’ব জুবিন! নেমকেয়াৰৰ আইচিইউত ভৰ্তি হাৰ্টথ্ৰ’ব জুবিনক

হঠাৎ অসুস্থ হাৰ্টথ্ৰ’ব জুবিন! নেমকেয়াৰৰ আইচিইউত ভৰ্তি হাৰ্টথ্ৰ’ব জুবিনক

বোনাছ দিছে ফেছবুকে! ধন উপাৰ্জনৰ সহজ উপায় উলিয়াইছে মেটাই, আপুনিও ল’ব পাৰে সুযোগ

বোনাছ দিছে ফেছবুকে! ধন উপাৰ্জনৰ সহজ উপায় উলিয়াইছে মেটাই, আপুনিও ল’ব পাৰে সুযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.