• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, ১৫ ছেপ্টেম্বৰৰ ভিতৰত সফলতা আহিব ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, ১৫ ছেপ্টেম্বৰৰ ভিতৰত সফলতা আহিব ৫ৰাশিৰ জাতকৰ

2 years ago
৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

2 hours ago
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

2 hours ago
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

2 hours ago
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

3 hours ago
কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

3 hours ago
অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

4 hours ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

5 hours ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

5 hours ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

6 hours ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

6 hours ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

8 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, ১৫ ছেপ্টেম্বৰৰ ভিতৰত সফলতা আহিব ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, ১৫ ছেপ্টেম্বৰৰ ভিতৰত সফলতা আহিব ৫ৰাশিৰ জাতকৰ

editor by editor
September 9, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, ১৫ ছেপ্টেম্বৰৰ ভিতৰত সফলতা আহিব ৫ৰাশিৰ জাতকৰ
0
SHARES
443
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেপ্টেম্বৰ ২০২৪ৰ দ্বিতীয় সপ্তাহত থাকিব বুধাদিত্য ৰাজযোগ৷ ৯ ছেপ্টেম্বৰ সোমবাৰৰ পৰা আৰম্ভ হোৱা এই সপ্তাহত সিংহ ৰাশিত একত্ৰ অৱস্থান কৰিব সূৰ্য আৰু বুধে৷ সিংহ ৰাশিত সূৰ্য আৰু বুধৰ যুঁটিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ এই ৰাজযোগৰ প্ৰভাৱত কোনো কোনো ৰাশিৰ জাতকে নতুন সপ্তাহত প্ৰচুৰ সম্পদ আৰু সৌভাগ্য লাভ কৰিব৷ ইয়াৰোপৰি কেৰিয়াৰত উন্নতি কৰিব পাৰিব এইকেইটা ৰাশিৰ জাতকে৷ সমাজত সন্মান লাভ কৰিব এওঁলোকে৷ এইবাৰ ৯ ছেপ্টেম্বৰৰ পৰা ভাগ্য খুলিব এইকেইটা ৰাশিৰ জাতকৰ৷

মেষ ৰাশি

ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত বৃহৎ আৰ্থিক লাভৰ যোগ আছে মেষ ৰাশিৰ জাতকৰ সন্মুখত৷ এই সময়ত আপুনি নানান সূত্ৰৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰিব৷ ব্যৱসায়িক দিশৰ পৰা লাভৱান হ’ব৷ কৰ্মক্ষেত্ৰত নিজৰ লক্ষ্য অৰ্জনৰ পথত আৰু এঢাপ আগুৱাই যাব মেষ ৰাশিৰ জাতকে৷ পুৰণি শত্ৰুৰ পৰা সাৱধানে থাকক৷ প্ৰেম জীৱনত পাৰ্টনাৰক নিজৰ কাষত পাব৷

মিথুন ৰাশি

বুধাদিত্য যোগৰ প্ৰভাৱত নতুন সপ্তাহত নিজকে চিনি পাব মিথুন ৰাশিৰ জাতকে৷ কেৰিয়াৰত কিছু সমস্যাৰ মুখত পৰিব৷ সকলো সমস্যা সাহস আৰু বুদ্ধিৰে সমাধান কৰিব৷ আগন্তুক সপ্তাহত আপোনাৰ জীৱনত সাফল্যৰ নতুন অধ্য্যায় ৰচনা কৰিব৷ যি কামতেই আপুনি হাত দিয়ে তাতেই সফলতা লাভ কৰিব৷ নতুন কাম আৰম্ভ কৰাৰ বাবে এয়াই শুভ সময়৷

কৰ্কট ৰাশি

ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহ লাভজনক হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ এই সপ্তাহত আপুনি নিজৰ সপোনক উপলব্ধি কৰিব পাৰিব৷ আপুনি সঠিক পথত নিজৰ কাম কৰিলে সাফল্য লাভ কৰিবই৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতেও আলাপ হ’ব পাৰে কৰ্কট ৰাশিৰ জাতকৰ৷ দীৰ্ঘদিন ধৰি চাকৰিৰ চেষ্টা কৰিলে সাফল্য লাভ কৰিব৷

তুলা ৰাশি

ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহ আশীৰ্বাদ হৈ আহিব তুলা ৰাশিৰ জাতকৰ জীৱনত৷ নিজৰ পেছাগত জীৱনত কোনো বৃহৎ সাফল্য পাব পাৰে আপুনি৷ যিসকলে বিদেশত ব্যৱসায়ত যুক্ত হৈ আছে তেওঁলোক বিশেষভাৱে লাভৱান হ’ব৷ সম্পত্তি ক্ৰয় বিক্ৰয়ত আপুনি লাভৱান হ’ব৷ শহুৰৰ ঘৰৰ পৰা কিছু লাভ কৰিব পাৰে৷ ব্যৱসায় সূত্ৰে কোনো ভ্ৰমণ কৰিব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ বাবে ছেপ্টেম্বৰত দ্বিতীয় সপ্তাহত নানান সুখ আৰু সাফল্য পূৰ্ণ হ’ব৷ এই সপ্তাহত আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব৷ আৰ্থিকভাৱে কিছু সচেনত থাকিব লাগিব৷ এই সময়ত কৰোৱাত বিনিয়োগ কৰাৰ কথা ভাৱিলে সকলো দিশৰ পৰাই শুভ৷ দাম্পত্য জীৱন সুখেৰে কটাব৷ পৰিয়ালত সকলোৰে সৈতে ভাল সময় কটাব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল
জীৱনশৈলী

৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

April 1, 2026
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?
জীৱনশৈলী

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

April 1, 2026
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ
জীৱনশৈলী

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

April 1, 2026
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?
জীৱনশৈলী

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

April 1, 2026
Next Post
কষ্ট কৰিও এইকেইটা ভুলৰ বাবেই সফল হ’ব পৰা নাই আপুনি, কি কি ভুল নকৰিব?

কষ্ট কৰিও এইকেইটা ভুলৰ বাবেই সফল হ’ব পৰা নাই আপুনি, কি কি ভুল নকৰিব?

দৈনিক ৰাশিফল- আজি এই ২ ৰাশিৰ লোকৰ সৌভাগ্যই আহি চুমা দিব ভৰিত, মা লক্ষ্মীৰ কৃপা থাকিব

দৈনিক ৰাশিফল- আজি এই ২ ৰাশিৰ লোকৰ সৌভাগ্যই আহি চুমা দিব ভৰিত, মা লক্ষ্মীৰ কৃপা থাকিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.