• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

1 hour ago
কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

9 minutes ago
ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

32 minutes ago
ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

54 minutes ago
কন্দাকটা-কাজিয়া-অশান্তি একো নাই,  Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

2 hours ago
দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

3 hours ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

15 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

16 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

17 hours ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

editor by editor
March 22, 2026
in জীৱনশৈলী
0
গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত
0
SHARES
389
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ২৩ মাৰ্চৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হ’ব সেই সপ্তাহত থাকিব মালব্য ৰাজযোগ আৰু গজকেশৰী ৰাজযোগৰ প্ৰভাৱ৷ মাৰ্চ মাহৰ চতুৰ্থ সপ্তাহৰ আৰম্ভণিতেই থাকিব মালব্য ৰাজযোগ৷ ইয়াৰ পাছতেই গঠিত হ’ব গজকেশৰী ৰাজযোগ৷ এই সপ্তাহৰ আৰম্ভণিতেই মীন ৰাশিত শুক্ৰৰ গোচৰৰ ফলত মালব্য ৰাজযোগ গঠিত হব৷ ইয়াৰ পাছতেই সপ্তাহৰ মাজত মিথুন ৰাশিত চন্দ্ৰৰ গোচৰৰ ফলত চন্দ্ৰ আৰু বৃহস্পতিৰ যুঁটি গঠন হব৷ এই যুঁটিৰ প্ৰভাৱত গঠিত হ’ব গজকেশৰী ৰাজযোগ৷ জ্যোতিষ গণনা অনুসৰি কাইলৈৰ পৰা সপ্তাহজুৰি ৰাজযোগ ভোগ কৰিব কোন কোন ৰাশিৰ জাতকে?

মেষ ৰাশি

আগন্তুক সপ্তাহ অত্যন্ত লাভজনক হব মেষ ৰাশিৰ বাবে৷ কেৰিয়াৰ আৰু পঢ়াশুনা সংক্ৰান্তিয় ভাল খবৰ আপুনি পাব৷ যিসকলে চাকৰি পৰিবৰ্তন কৰিব খুজিছে তেওঁলোকে এই সময়ত ভাল চাকৰিৰ প্ৰস্তাব পাব পাৰে৷ সপ্তাহৰ আৰম্ভণিতে ধৰ্মীয় কাম কাজত অংশ লোৱাৰ সুযোগ আহিব৷ অফিচত চিনিয়ৰে কামৰ প্ৰশংসা কৰিব৷

মিথুন ৰাশি

নতুন সপ্তাহে সৌভাগ্য আৰু সুখ কঢ়িয়াই আনিব মিথুন ৰাশিৰ বাবে৷ এই সময়ত আপুনি সকলো কামতে সৌভাগ্যক কাষত পাব৷ সপ্তাহৰ আৰম্ভণিতে কোনো সুখবৰ পাব পাৰে৷ জ্ঞান, বুদ্ধি কামত লগাই বৃহৎ সাফল্য পাব পাৰে মিথুন ৰাশিৰ জাতকে৷ দীৰ্ঘদিন কোনো সমস্যাত ভূগি থাকিলে মুক্তি পাব পাৰে৷ উপাৰ্জনৰ নতুন পথ খুলিব আপোনাৰ সন্মুখত৷

সিংহ ৰাশি

মাৰ্চৰ চতুৰ্থ সপ্তাহত ভাগ্যক কাষত পাব সিংহ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ ভিতৰত প্ৰচুৰ এনাৰ্জি আৰু আত্মবিশ্বাস থাকিব৷ সকলো কাম সহজে আৰু সময়মতে সম্পন্ন কৰিব পাৰিব৷ ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়ে ডাঙৰ পদ আৰু প্ৰতিষ্ঠা পাব পাৰে৷ সন্তানৰ বিষয়ে কোনো ভাল খবৰ পাব পাৰে৷ স্বাস্থ্য ভালে থাকিব৷

বৃশ্চিক ৰাশি

২৩ মাৰ্চৰ পৰা আৰম্ভ হোৱা সপ্তাহত সকলো কামত সৌভাগ্য লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ বিনিয়োগৰ পৰা মোটা টকা লাভ কৰিব পাৰে৷ নতুন বিনিয়োগৰ বাবেও এই সময় শুভ৷ শুভাকাংখীৰ পৰামৰ্শ ল’ব পাৰে৷ কাৰো সৈতে ৰূঢ় ব্যৱহাৰ নকৰিব৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰা সাফল্য পাব৷

ধনু ৰাশি

২৩-২৯ মাৰ্চৰ ভিতৰৰ এই সপ্তাহত আৰ্থিকভাৱে দুৰ্দান্ত লাভ কৰাৰ যোগ আছে ধনু ৰাশিৰ জাতকৰ৷ সপ্তাহৰ আৰম্ভণিতে অতিৰিক্ত উপাৰ্জন কৰিব পাৰে৷ আৰ্থিক পৰিস্থিতি ভালে থাকিব৷ সপ্তাহৰ আৰম্ভণিতে কৰোবালৈ যাত্ৰা কৰিব পাৰে৷ এই যাত্ৰা আপোনাৰ বাবে লাভজনক হব৷ অফিচত চিনিয়ৰ আৰু জুনিয়ৰসকলৰ সমৰ্থন পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ
জীৱনশৈলী

কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

March 22, 2026
ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?
জীৱনশৈলী

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

March 22, 2026
ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

March 22, 2026
কন্দাকটা-কাজিয়া-অশান্তি একো নাই,  Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?
জীৱনশৈলী

কন্দাকটা-কাজিয়া-অশান্তি একো নাই, Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

March 22, 2026
Next Post
ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন