• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

3 months ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

7 minutes ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

29 minutes ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

1 hour ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

2 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

2 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

5 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

6 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

7 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

8 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

9 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

10 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

editor by editor
March 22, 2026
in জীৱনশৈলী, ভাৰত, লেখা
0
ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?
0
SHARES
272
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটাই লক্ষ্য, কষ্ট যিমান সম্ভৱ কমকৈ দিয়া! ছুপ্ৰিম কৰ্টৰ নিৰ্দেশত এইমছত হৰিশ ৰানাৰ ইচ্ছামৃত্যুৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পদ্ধতি আৰম্ভ হৈছে৷ তেওঁৰ জীৱন ৰক্ষাকাৰী ব্যৱস্থা, যাৰ মাজত ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে৷ হাস্পতাল সূত্ৰৰ পৰা জনা গৈছে যে বিগত ১৩ বছৰ ধৰি ক’মাত থকা হৰিশ ৰানাক এতিয়া জেনেৰেল বেডলৈ স্থানান্তৰ কৰা হৈছে৷ বৰ্তমান হৰিশ ৰানাৰ অৱস্থা স্থিতিশীল৷ ছুপ্ৰিম কৰ্টে হৰিশ ৰানাক ইচ্ছামৃত্যুৰ অনুমতি দিয়াৰ পাছত এইমছৰ এক মেডিকেল বৰ্ডে তেওঁৰ অৱস্থা পৰ্যবেক্ষণ কৰিছে৷ হৰিশ ৰানাৰ ফিডিং টিউব যদিও খুলি দিয়া হৈছে চিকিৎসকে এতিয়াও কিন্তু তেওঁৰ মস্তিষ্কৰ বাবে আৰামদায়ক ঔষধ দি আছে৷ হৰিশ ৰানাৰ পিতৃ-মাতৃকো কাউন্সেলিং কৰি থকা হৈছে৷ হেলথ এণ্ড মি সহ বিভিন্ন সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি গাজিয়াবাদৰ পৰা হৰিশ ৰানাৰ পিতৃ-মাতৃ আৰু ভায়েকক প্ৰতিদিনেই কাউন্সেলিং কৰোৱা হৈছে৷ তেওঁলোকো এইমছত আছে৷ এইমছৰ এনাস্থেচিয়া আৰু পেলিয়েটিভ মেডিছিন বিভাগৰ প্ৰধান চিকিৎসক সীমা মিশ্ৰৰ নেতৃত্বত এটা দলে হৰিশ ৰানাৰ পেছিভ ইউথানেছিয়া প্ৰক্ৰিয়া সম্পন্ন কৰিছে৷

ৰোগীৰ বিষ কমোৱাৰ বাবে কৰা হৈছে বিশেষ ব্যৱস্থা৷ দিল্লীৰ AIIMS-ৰ অংকো এনাস্থেচিয়া বিভাগৰ প্ৰাক্তন প্ৰধান চিকিৎসক সুষমা ভাটনাগৰৰ মতে এই প্ৰক্ৰিয়াত সাধাৰণতে ধীৰে ধীৰে পুষ্টি সহায়তা বন্ধ কৰা হয় আৰু বিষ নূন্যতম ৰখাটো নিশ্চিত কৰা হয়৷

ভাটনাগৰৰ মতে ৰোগীৰ মৃত্যু যন্ত্ৰণাৰ বাবে উপশমমূলক এনাষ্টেচিয়া দিয়া হয়৷ কৃত্ৰিম পুষ্টি, অক্সিজেন আৰু ঔষধৰ দৰে জীৱন ৰক্ষাকাৰী ব্যৱস্থাসমূহ ধীৰে ধীৰে আঁতৰাই দিয়া হয়৷ ইয়াৰ লক্ষ্য হৈছে মৃত্যুক দীৰ্ঘায়িত কৰা বা ত্বৰান্বিত কৰা কোনোটোৱে নহয়৷

সৰ্বোত্তম স্বাৰ্থ নীতি কি?

ইচ্ছামৃত্যুৰ ক্ষেত্ৰত প্ৰটকল হৈছে সৰ্বোত্তম স্বাৰ্থ নীতি৷ যেতিয়া কোনো ৰোগীয়ে নিজৰ সিদ্ধান্ত ল’ব নোৱাৰে বা মেডিকেল বৰ্ড আৰু পৰিয়ালৰ সদস্যসকলক সোধপোছ কৰাৰ কথা আহি পৰে তেতিয়া এই নীতি অনুসৰণ কৰা হয়৷ হৰিশ ৰানাৰ গোচৰতো এই প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছিল৷ আনকি ছুপ্ৰিম কৰ্টৰ ন্যায়াধীশ জে বি পাৰদিৱালা আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনেও হৰিশ ৰানাক পৰোক্ষ ইচ্ছামৃত্যু মঞ্জুৰ কৰাৰ সিদ্ধান্তত ৰোগীৰ সৰ্বোত্তম স্বাৰ্থৰ কথাই উল্লেখ কৰিছিল৷
হৰিশ ৰানাৰ গোচৰত আদালতে ৩০ দিনৰ বিবেচনাৰ সময়সীমা প্ৰদান কৰিছে৷ কাৰণ মেডিকেল বৰ্ড আৰু পৰিয়ালৰ সদস্যসকলে এই সিদ্ধান্তত উপনীত হৈছিল যে হৰিশ ৰানাক সুস্থ কৰি তোলাটো তেওঁলোকৰ ক্ষমতাৰ বাহিৰত৷ সেয়ে হৰিশ ৰানাৰ বাবে ইচ্ছামৃত্যুৱেই শেষ উপায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 20, 2026
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত
বাণিজ্য

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

June 20, 2026
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!
জীৱনশৈলী

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

June 20, 2026
Next Post
কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.