• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

5 months ago
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

34 minutes ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

8 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

9 hours ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

9 hours ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

10 hours ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

10 hours ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

11 hours ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

13 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

13 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

14 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

14 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

editor by editor
March 22, 2026
in জীৱনশৈলী, লেখা, স্বাস্থ্য
0
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্ৰেইন ষ্ট্ৰোক সাধাৰণতে কোনো আগন্তুক সতৰ্কতা অবিহনেই ঘটে৷ হঠাৎ নিঃশব্দে আঘাত হানে৷ মাত্ৰ কেইবামিনিটৰ ভিতৰত হৈ যাব পাৰে মস্তিষ্কৰ অপূৰণীয় ক্ষতি৷ সেই কাৰণেই চিকিৎসকে ষ্ট্ৰোকৰ লক্ষণে দেখা দিয়াৰ পাছত প্ৰথম চাৰি মিনিটক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰে৷ কেইমিনিটেই ঠিক কৰি দিয়ে ৰোগীৰ ভাগ্য৷ বিশেষজ্ঞৰ মতে ষ্ট্ৰোকৰ ক্ষেত্ৰত তৎক্ষণাৎ চিকিৎসা সকলোতকৈ বেছি জৰুৰী৷ এই সময়ত এক ছেকেণ্ড দেৰী মানেই বহু ক্ষতিৰ আশংকা বাঢ়ি যোৱা৷

ব্ৰেইন ষ্ট্ৰোক কিয় হয়?

কোনো কাৰণত মস্তিষ্কৰ ৰক্ত চলাচল বাধাপ্ৰাপ্ত হ’লে ষ্ট্ৰোক হব পাৰে৷ ৰক্তনলী বন্ধ হৈ গৈ এনে কিছু ঘটিব পাৰে যি ইস্কেমিক ষ্ট্ৰোক হিচাপে পৰিচিত৷ মস্তিষ্কৰ হঠাৎ ৰক্তক্ষৰণ হলেও ষ্ট্ৰোক হব পাৰে৷ ইয়াক কোৱা হয় হেমোৰেজিক ষ্ট্ৰোক বুলে৷ মস্তিষ্ক অক্সিজেন অবিহনে এক মুহূৰ্তও টিকিব নোৱাৰে৷ ৰক্ত চলাচল বন্ধ হ’লেই অক্সিজেন সৰবৰাহ বন্ধ হৈ যায়৷ ফলত চলাফিৰাৰ পৰা চিন্তাশক্তিও মাৰাত্মকভাৱে প্ৰভাৱিত হয়৷

কিয় প্ৰথম ৪মিনিট খুবেই গুৰুত্বপূৰ্ণ?

ষ্ট্ৰোকৰ সময়ত প্ৰতি মিনিটত লাখ লাখ মস্তিষ্ক কোষ নষ্ট হয়৷ প্ৰথম চাৰি মিনিটত সঠিক সিদ্ধান্ত আৰু দ্ৰুত পদক্ষেপ ললে ক্ষতিৰ পৰিমাণ বহু পৰিমাণে কমি যায়৷ এই সময়ক সৰ্বাধিক গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হয়৷ প্ৰাথমিক অৱস্থাত দ্ৰুত ব্যৱস্থা নল’লে ৰোগীৰ জীয়াই থকাৰ সম্ভাৱনা আৰু সুস্থভাৱে উভতি অহাৰ সম্ভাৱনা কমি যায়৷ কেৱল হাস্পতালেই নহয় সাধাৰণ সচেতনতাও সমানে জৰুৰী৷

ব্ৰেইন ষ্ট্ৰোক বুজিব কেনেকৈ?

ষ্ট্ৰোক বুজাৰ সকলোতকৈ ভাল উপায় হৈছে FAST

FAST অৰ্থাৎ

F – Face drooping:  মুখৰ এটা চাইড বেকা হৈ যাব পাৰে৷ হাঁহিলে এটা চাইডলৈ হাঁহিটো ৰূপান্তৰিত হয়৷

A – Arm weakness: হাত দাঙিবলৈ অসুবিধা হয় বা শৰীৰৰ এটা চাইড দুৰ্বল হৈ পৰে৷

S – Speech difficulty: কথা লাগি লাগি ধৰে, স্পষ্টভাৱে কথা ক’ব নোৱাৰে৷

T – Time to act: এক মুহূৰ্তও দেৰী নকৰি নিকটবৰ্তী হাস্পতাললৈ লৈ যাব পাৰে৷

প্ৰথম চাৰি মিনিটত কি কৰিব?

ষ্ট্ৰোক সন্দেহ হ’লে খাদ্য, পানী বা কোনো ঔষধ নিদিব৷ টান পোছাক পিন্ধি থাকিলে পোছাক ঢিলা কৰি দিব৷ কেতিয়াৰে পৰা লক্ষণ আৰম্ভ হৈছে সেয়া মন কৰক৷ ৰোগীক শুবলৈ নিদিব৷ সজাগ কৰি ৰখাৰ চেষ্টা কৰক৷ দ্ৰুত নিকটবৰ্তী হাস্পতাললৈ লৈ যাওক৷

ব্ৰেইন ষ্ট্ৰোকৰ চিকিৎসা

ষ্ট্ৰোকৰ ধৰণ বুজাৰ বাবে CT বা MRI কৰা হয়৷ ইস্কেমিক ষ্ট্ৰোকত তেজ গোট মৰা ভঙাৰ ঔষধ বা থ্ৰম্বেকটমিৰ দৰে পদ্ধতিৰে তেজ চলাচল সাধাৰণ কৰা সম্ভৱ৷ যিমানেই দ্ৰুত চিকিৎসা আৰম্ভ হব সিমানেই ভাল ফল পাব৷ ইয়াৰ পাছতেই দ্ৰুত ৰিহেবিলিটেছন আৰম্ভ হলে কথা কোৱা, চলাফিৰা, স্বাভাৱিক জীৱনলৈ উভতাৰ সম্ভাৱনা বাঢ়ে৷ ষ্ট্ৰোকৰ ক্ষেত্ৰত চাৰি মিনিটৰ নিয়ম কোনো তত্ত্ব নহয়, সকলোতকৈ গুৰুত্বপূৰ্ণ এই সময়৷ লক্ষণ চিনি দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিলে জীৱন ৰক্ষা কৰা সম্ভৱ হৈ উঠে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন
জীৱনশৈলী

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

August 7, 2026
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ
প্ৰযুক্তি

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

August 6, 2026
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ
জীৱনশৈলী

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

August 6, 2026
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ
বিনোদন

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

August 6, 2026
Next Post
হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.