আগন্তুক সোমবাৰে ২৪ ফেব্ৰুৱাৰীৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহত মীন ৰাশিত লক্ষ্মী নাৰায়ণ ৰাজযোগ থাকিব৷ মীন ৰাশিত বুধ আৰু শুক্ৰৰ যুঁটিৰ ফলত এই শুভ যোগ গঠিত হ’ব৷ ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত মীন ৰাশিত গোচৰ কৰিব বুধে৷ পূৰ্বে তাতেই অৱস্থান কৰিছে শুক্ৰই৷ জ্যোতিষ অনুসৰি লক্ষ্মী নাৰায়ণ ৰাজযোগত জাতকৰ জীৱনলৈ কেৱল সুখ সমৃদ্ধিয়েই নহয় সমাজতো তেওঁৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷ এই ৰাজযোগৰ প্ৰভাৱত আগন্তুক সপ্তাহত সৌভাগ্য লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক ২৪ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চৰ মাজত এই সপ্তাহত সৌভাগ্যবানৰ তালিকাত কোন কোন আছে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ