• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন, তিনিদিনীয়াকৈ বৰ্ণাঢ্য আয়োজনেৰে জন্মদিন পালন সমষ্টিবাসীৰ

4 years ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

10 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

11 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

12 hours ago
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

13 hours ago
প্ৰতিকী ছবি

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

13 hours ago
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

14 hours ago
৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

15 hours ago
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজি হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন, তিনিদিনীয়াকৈ বৰ্ণাঢ্য আয়োজনেৰে জন্মদিন পালন সমষ্টিবাসীৰ

editor by editor
February 1, 2022
in অসম, গুৱাহাটী, ভাৰত
0
আজি হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন, তিনিদিনীয়াকৈ বৰ্ণাঢ্য আয়োজনেৰে জন্মদিন পালন সমষ্টিবাসীৰ
0
SHARES
417
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন। ৫৩ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মুখ্যমন্ত্ৰীগৰাকীৰ ওপজা দিন উপলক্ষে সমষ্টিবাসীৰ মাজত ব্যাপক উচাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। সমষ্টিবাসীয়ে তিনিদিনীয়াকৈ আয়োজন কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। সজাই-পৰাই তুলিছে সমষ্টিৰ অংশ বিশেষ। মালিগাঁৱতো দেখা গৈছে আলোকসজ্জা। বেনাৰ-পোষ্টাৰেৰ সজাই-পৰাই তোলা হৈছে পাণ্ডু-মালিগাঁও অঞ্চল৷

প্ৰিয় নেতাগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে যজ্ঞৰ আয়োজন কৰা হৈছে ৰেষ্টকেম্প কালিবাৰীত৷ ৰাজ্যৰ আন আন প্ৰান্ততো মুখ্যমন্ত্ৰীৰ জন্মদিনৰ ব্যাপক আয়োজন কৰা হৈছে৷

মুখ্যমন্ত্ৰীৰ জন্মদিনত অংশ ল’বলৈ মাজুলীৰ পৰা আহিছে এদল কিশোৰ। আজি পুৱাই মাজুলীৰ বৈষ্ণৱ ভাগিনসকল ওলাইছে গুৱাহাটীলৈ। মাজুলীৰ আউনিআটী আৰু দক্ষিণপাট সত্ৰৰ পৰা আহিছে ৪৭টি শিশু-কিশোৰৰ দলটো। মাজুলীৰ পৰা অহা এই শিশু-কিশোৰৰ দলটোৱে গুৱাহাটীত সত্ৰীয়া নৃত্য-গীত প্ৰদর্শন কৰিব। তেওঁলোকে উপহাৰস্বৰূপে লৈ আহিছে শৰাই, গামোচা, পকামিঠৈৰ টোপোলা। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে জন্মদিনৰ লগত সংগতি ৰাখি কেইবাটাও ভিন্ন কার্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰথমে তেওঁ উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ দর্শন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 dititalcm birthdayhimanta biswa sharma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?
জীৱনশৈলী

March 26, 2026
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?
বাণিজ্য

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

March 26, 2026
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?
জীৱনশৈলী

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

March 26, 2026
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ
জীৱনশৈলী

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

March 26, 2026
Next Post
আগন্তুক ২৫ বছৰৰ বাবে অৰ্থনৈতিক ব্লুপ্ৰিণ্ট বাজেট-২০২২ত, কৃষকৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰ

বাজেট ২০২২ৰ হাইলাইট : গুৰুত্ব লাভ কৰা শীৰ্ষ ১০ টা দিশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন