• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি কেতিয়াবা যদি চন্দ্ৰলৈ যায় তেন্তে জানি থওক দূৰত্ব আৰু সময়ৰ হিচাপ

আপুনি কেতিয়াবা যদি চন্দ্ৰলৈ যায় তেন্তে জানি থওক দূৰত্ব আৰু সময়ৰ হিচাপ

1 year ago
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

8 minutes ago
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

1 hour ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

1 hour ago
এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

1 hour ago
বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

2 hours ago
কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

2 hours ago
ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?

ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?

3 hours ago
IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

3 hours ago
খাদ্য অপচয় ভুলতো নকৰিব, অন্যথা ৮১ লাখ জৰিমনা…খাদ্য অপচয় ৰোধক লৈ কোন দেশত এই কঠোৰ আইন?

খাদ্য অপচয় ভুলতো নকৰিব, অন্যথা ৮১ লাখ জৰিমনা…খাদ্য অপচয় ৰোধক লৈ কোন দেশত এই কঠোৰ আইন?

3 hours ago
IPLত চেম্পিয়নৰ দৰেই আৰম্ভণি বাংগালুৰুৰ, ২০২ ৰানত অনায়াসে জয় হায়দৰাবাদৰ বিৰুদ্ধে

IPLত চেম্পিয়নৰ দৰেই আৰম্ভণি বাংগালুৰুৰ, ২০২ ৰানত অনায়াসে জয় হায়দৰাবাদৰ বিৰুদ্ধে

3 hours ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

11 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপুনি কেতিয়াবা যদি চন্দ্ৰলৈ যায় তেন্তে জানি থওক দূৰত্ব আৰু সময়ৰ হিচাপ

আপুনি কেতিয়াবা যদি চন্দ্ৰলৈ যায় তেন্তে জানি থওক দূৰত্ব আৰু সময়ৰ হিচাপ

editor by editor
October 26, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
আপুনি কেতিয়াবা যদি চন্দ্ৰলৈ যায় তেন্তে জানি থওক দূৰত্ব আৰু সময়ৰ হিচাপ
0
SHARES
256
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জোনবাইৰ দেশলৈ এতিয়া ৰিং এটাৰহে বাট। সৰুৰে পৰাই আইতাৰ মুখত শুনি অহা সাধুকথাৰ জোনবাইৰ বুকুত ভাৰতীয় প্ৰজ্ঞানে অভিযান চলালে। ইছৰোৰ চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত উপস্থিত হৈ অভিযান চলোৱাৰ পাছতেই  একাংশই  চন্দ্ৰত মাটি কিনাৰ সপোনো ন’কৈ দেখিবলৈ আৰম্ভ কৰিছে।

চন্দ্ৰত মাটি কিনিব ঠিকেই কিন্তু কেতিয়াবা যদি সঁচাকৈয়ে চন্দ্ৰলৈ যোৱাৰ সুযোগ মিলে তেন্তে কেনেকৈ যাব? চন্দ্ৰলৈ পৃথিৱীৰ পৰা দূৰত্ব কিমান ইত্যাদি বিষয়সমূহ জানিবলৈ আগ্ৰহী হৈ উঠিছে। পৃথিৱী আৰু চন্দ্ৰৰ মাজত দূৰত্ব সম্পৰ্কীয় বিষয়টো নিৰ্ভৰ কৰে ৰকেটৰ গতিৰ ওপৰত। বৰ্তমানলৈকে কেৱল নাছাইহে কম সময়তে চন্দ্ৰত উপস্থিত হোৱাৰ ৰেকৰ্ড গঢ়িছে। নাছাৰ মহাকাশযানখনক চন্দ্ৰ পাবলৈ সময় লাগিছিল ৮ ঘণ্টা ৩৫ মিনিট।

এপল-৮ চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল ৬৯ ঘণ্টা ৮ মিনিটত। অন্য দেশৰ যানতকৈ নাছাৰ যানে সৰ্বাধিক কম সময়ৰ ভিতৰত চন্দ্ৰত উপস্থিত হোৱা বুলি দাবী কৰে নাছাই। উল্লেখ্য যে, পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ গড় দূৰত্ব ২লাখ ৩৮ হাজাৰ ৮৫৫ মাইল বা ৩লাখ ৮৪ হাজাৰ ৪০০ কিঃমিঃ। পৃথিৱীৰ কক্ষপথ যিহেতু সম্পূৰ্ণ গোলাকাৰ নহয় সেয়ে এই দূৰত্ব সঠিককৈ কোৱা সম্ভৱ নহয়।

চন্দ্ৰত উপস্থিত হ’বলৈ কিমান সময় লাগে? এই বিষয়টো সম্পূৰ্ণৰূপে যানখনৰ ওপৰত নিৰ্ভৰশীল। বৰ্তমানলৈকে ১৪০ টা মুন মিছন বিজ্ঞানীয়ে কৰিছে। প্ৰত্যেক মিছনৰেই উদ্দেশ্য বেলেগ বেলেগ। বৰ্তমানলৈকে চলোৱা মিছনৰ ভিতৰত সকলোতকৈ কঠিন মিছন হৈছে এপল-১১। মাত্ৰ ৪দিন ৬ঘণ্টা ৪৫ মিনিটত চন্দ্ৰত উপস্থিত হৈছিল এপল-১১। এপল-১০ সকলোতকৈ দ্ৰুততম মহাকাশযান বুলি বিজ্ঞানীয়ে দাবী কৰি আহিছে। এই যানেই সবাতোকৈ কম সময়ত যাত্ৰীক চন্দ্ৰত উপস্থিত কৰাব পাৰে।

উল্লেখ্য যে বিগত ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাপ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা মহাকাশলৈ ৰাওনা হৈছিল চন্দ্ৰযান-৩। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল ২৩ আগষ্টত। অৰ্থাৎ অৱতৰণৰ প্ৰায় ৪০ দিন পাছত যানখন চন্দ্ৰপৃষ্ঠত উপস্থিত হয়। ইয়াৰপূৰ্বে ২০১০ চনত চীনৰ ছাঙ ই-২ চন্দ্ৰলৈ ৰাওনা হৈছিল। যানখনে মাত্ৰ ৪ দিনতেই চন্দ্ৰপৃষ্ঠত উপস্থিত হয়। তাৰপিছতেই ছোভিয়েট ইউনিয়নৰ ‘লুনা-১’ ৩৬ ঘণ্টাত চন্দ্ৰত উপস্থিত হয়। যিখন ৰকেটত মহাকাশযানক নিক্ষেপ কৰা হৈছিল সেই ৰকেটৰ শক্তিৰ ওপৰতেই যাত্ৰাৰ সময় নিৰ্ভৰ কৰে। ৰাছিয়াৰ লুনা-২৫ মাত্ৰ ১২-১৩ দিনৰ ভিতৰত চন্দ্ৰত উপস্থিত হ’ব বুলি দাবী কৰিছিল ৰাছিয়ান মহাকাশ সংস্থাটোৱে।

শ্বাহৰুখ খানৰো আছে চন্দ্ৰত মাটি

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ চন্দ্ৰত আছে এটুকুৰা মাটি৷ শ্বাহৰুখৰ মাটি থকা অঞ্চলটোৰ নাম ‘ছি অৱ ট্ৰেংকুলি’। ২০০৯ চনত এজন অষ্ট্ৰেলিয়ান অনুৰাগীয়ে তেওঁক এই মাটি প্ৰদান কৰিছে৷ সাক্ষাৎকাৰত শ্বাহৰুখ খানেও এই কথা নিশ্চিত কৰিছে৷ তেওঁ এই সন্দৰ্ভত কয়, ‘অষ্ট্ৰেলিয়ান এগৰাকী মহিলাই প্ৰতি বছৰে মোৰ জন্মদিনত মোৰ বাবে চন্দ্ৰত অলপ মাটি কিনে। তেওঁ ক্ৰয় কৰা মাটিৰ হিচাপ মই  লুনাৰ ৰিপাব্লিক ছ’চাইটিৰ পৰা পাওঁ। বিশ্বজুৰি ইমানবোৰ মানুহৰ মৰম পাই মই নিজকে ধন্য বুলি অনুভৱ কৰোঁ।’ বাদশ্বাহৰ চন্দ্ৰত থকা এই মাটিৰ মূল্য প্ৰায় ৩৭.৫০ মাৰ্কিন ডলাৰ।

সুশান্ত সিং ৰাজপুতৰো মাটি আছিল চন্দ্ৰত

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰো মহাকাশ সন্দৰ্ভত বিশেষ আকৰ্ষণ আছিল৷  ২০১৮ চনত তেওঁ চন্দ্ৰৰ মাৰে মাস্কোভিয়েন্স বা “মাস্কোভিৰ সাগৰ”ৰ মাটি ক্ৰয় কৰি শিৰোনাম দখল কৰিছিল৷ তেওঁ ইয়াৰ বাবে বিনিয়োগ কৰিছিল ৫৫ লাখ টকা।

প্ৰিয়ংকা চৌধুৰী আৰু অংকিত গুপ্তাৰো আছে চন্দ্ৰত মাটি

চন্দ্ৰত মাটি কিনাৰ ক্ষেত্ৰত টেলিভিছন উদ্যোগৰ অভিনেতা অভিনেত্ৰীও পিছ পৰি থকা নাই। “বিগ বছ ১৬”লৈ অহা প্ৰিয়ংকা চৌধুৰী আৰু অংকিত গুপ্তাৰো আছে চন্দ্ৰত ভূমি৷ 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?
খাদ্য

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

March 29, 2026
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য
জীৱনশৈলী

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

March 29, 2026
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ
জীৱনশৈলী

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

March 29, 2026
এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত
জীৱনশৈলী

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

March 29, 2026
Next Post
কিয় ৰতন টাটাৰ উইলত নাম নাই নোয়েল টাটাৰ, কাৰণ জানিলে অবাক হ’ব

কিয় ৰতন টাটাৰ উইলত নাম নাই নোয়েল টাটাৰ, কাৰণ জানিলে অবাক হ’ব

নৱেম্বৰত ১৩ দিন বন্ধ থাকিব বেংক! কেতিয়া কি ছুটি জানক সবিশেষ

নৱেম্বৰত ১৩ দিন বন্ধ থাকিব বেংক! কেতিয়া কি ছুটি জানক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.