• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

1 year ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

4 hours ago
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

4 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

5 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

6 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

6 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

7 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

7 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

8 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

8 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

9 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

editor by editor
July 12, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ বিমানখন বিগত ১২ জুনত আহমেদাবাদত দুৰ্ঘটনাত পতিত হৈছিল৷ ৰানৱে এৰাৰ কেই ছেকণ্ডৰ ভিতৰতেই জ্বলি ছাই হৈছিল বিমানখন৷ বিশেষজ্ঞই জনাইছে যে বিমানখনৰ দুটা ইঞ্জিনেই বিকল হৈ পৰিছিল৷ বিমান দুৰ্ঘটনাৰ তদন্ত কৰিছে এয়াৰক্ৰাফ্ট অক্সিডেণ্ট ইনভেষ্টিগেছন ব্যুৰই৷ তেওঁলোকে শনিবাৰে প্ৰকাশ কৰিছে ১৫ পৃষ্ঠাৰ তদন্ত ৰিপৰ্ট৷ তাতেই দেখা গৈছে শেষ মুহূৰ্তত কেনেকৈ ইঞ্জিন ষ্টাৰ্ট কৰাৰ চেষ্টা কৰিছিল দুই পাইলটে৷ সক্ৰিয় কৰিছিল বিকল্প এক যন্ত্ৰও৷ কিন্তু তেতিয়ালৈ আৰু জীয়াই উঠাৰ সকলো পথ বন্ধ হৈ পৰিছিল৷ লাভ হোৱা নাছিল বিকল্প ইঞ্জিন ষ্টাৰ্ট কৰিও৷ এটা ইঞ্জিন ষ্টাৰ্ট হলেও দ্বিতীয় ইঞ্জিন ষ্টাৰ্ট কৰিব নোৱাৰিলে৷ ফলত মুহূৰ্তৰ ভিতৰতেই বিমানখনে চিকিৎসা মহাবিদ্যালয় হোষ্টেলত খুন্দা মাৰে৷

এয়াৰ ইণ্ডিয়াৰ বোয়িং সংস্থাৰ ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানখন আহমেদাবাদৰ পৰা লণ্ডনৰ গেটউইকৰ উদ্দেশ্যে ৰাওনা হৈছিল৷ যাত্ৰী আৰু বিমানকৰ্মীসহ তাত আছিল মুঠ ২৮২ জন৷ বিমানখনে নিকটবৰ্তী এক চিকিৎসালয় হোষ্টেলত ধাক্কা মাৰি বিস্ফোৰিত হয়৷ এই বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও৷ বিমানখনৰ মাত্ৰ এজন যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিছে৷ চৰকাৰী হিচাপ অনুসৰি দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৬০ জন৷ এ এ আই বিৰ ৰিপৰ্টত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় জনা গৈছে৷

  • বিমানখনে ৰানৱে এৰাৰ পাছতেই ইঞ্জিন-১ আৰু ইঞ্জিন-২ বিকল হৈ যায়৷ ইঞ্জিনে ইন্ধন লাভ কৰা নাছিল ফলত বন্ধ হৈ গৈছিল ইঞ্জিন৷ ইন্ধনৰ ছুইচ ৰানৰ পৰা কাট অফলৈ গৈছিল এক ছেকেণ্ডৰ ভিতৰতেই৷
  • ককপিটৰ যি অডিঅ’ ৰেকৰ্ডিং তদন্তকাৰীৰ হাতলৈ আহিছে, তাত শুনা গৈছে এজন পাইলটে আনজনক প্ৰশ্ন কৰিছিল, ‘কিয় তুমি ইন্ধন বন্ধ কৰি দিলা?’ অন্যজনে উত্তৰ দিছিল, ‘মই নাই কৰা৷’ কোনজন পাইলটে কি কৈছিল সেই কথাহে স্পষ্ট হোৱা নাই৷ ইয়াৰপাছতেই কোনজন পাইলটে মে ডে কল কৰিছিল সেয়াও ধৰিব পৰা হোৱা নাই৷
  • ইঞ্জিন আৰম্ভ কৰাৰ বাবে ইয়াৰ পাছতেই ৰাম এয়াৰ টাৰ্বাইন আৰম্ভ কৰা হৈছিল৷ এয়া সৰু এটা বিকল্প যন্ত্ৰ৷ যিয়ে ইঞ্জিনলৈ স্বয়ংক্ৰিয়ভাৱে জৰুৰী ভিত্তিত বিদ্যুৎ বা হাইড্ৰলিক পাৱাৰ যোৱাত সহায় কৰে৷ উৰন্ত বিমানৰ বাহিৰৰ পৰা এই যন্ত্ৰ দেখা যায়৷ সৰু ব্লেডৰ দৰে দেখাত এই যন্ত্ৰ৷ বিমানবন্দৰৰ পৰা যি চিচিটিভি ফুটেজ সংগ্ৰহ কৰা হৈছে তাত এই যন্ত্ৰ বাহিৰলৈ অহাও দেখা গৈছে৷
  • ইঞ্জিন দ্ৰুততৰভাৱে আৰম্ভ কৰাৰ চেষ্টা কৰিছিল পাইলটে৷ এটা ইঞ্জিন আংশিক আৰম্ভও হৈছিল৷ কিন্তু অন্য ইঞ্জিনটো কোনোধৰণেই ষ্টাৰ্ট কৰিব পৰা নগ’ল৷
  • বিমানখনৰ থ্ৰাষ্ট লিভাৰসমূহ নিষ্ক্ৰিয় অৱস্থাত পোৱা গৈছে৷ কিন্তু ব্লেক বক্সৰ তথ্যই কৈছে বিমানখন এৰাৰ পাছত থ্ৰাষ্ট ঠিকেঠাকেই আছিল৷ হঠাতহে সংযোগ বিচ্ছিন্ন হৈ যোৱা বুলি তথ্য দিছে ব্লেক বক্সে৷
  • বিমানখন উৰণৰ সময়ত ইন্ধনো ঠিকমতেই লাভ কৰি আছিল৷ ইন্ধন ভৰোৱাৰ সময়তো কোনো খেলিমেলি হোৱা নাছিল৷ তদন্তত তেনে কোনো বিসংগতিৰ প্ৰমাণ পোৱা নাই৷
  • বিমান উৰাৰ সময়ত ফ্লেপ চেটিং আৰু গিয়েৰৰ অৱস্থাও স্বাভাৱিক আছিল বুলি মত তদন্তকাৰীৰ৷ দুৰ্ঘটনাৰ সময়ত বিমানৰ গতিপথত কোনো চৰাই চিৰিকটি নাছিল৷ বতৰো ফৰকাল আছিল৷ দৃশ্যমানতাত কোনো সমস্যা হোৱা নাছিল৷
  • দুই পাইলটেও শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ আছিল৷ পৰ্যাপ্ত বিশ্ৰাম পাইছিল তেওঁলোকে৷ তেওঁলোকৰ শাৰীৰিক দিশৰ পৰা কোনো ত্ৰুটি নাছিল৷
  • প্ৰাথমিকভাৱে অন্তৰ্ঘাতৰ কোনো প্ৰমাণো পোৱা নাই৷ এফ এ এ ইন্ধনৰ ছুইচৰ খেলিমেলি সম্পৰ্কে এক বিজ্ঞাপ্তি জাৰি কৰি ৰাখিছিল৷ এয়াৰ ইণ্ডিয়াই সেই কথাত কিন্তু গুৰুত্ব দিয়া নাছিল৷ বিমানৰ ওজন আৰু ভাৰসাম্যও স্বাভাৱিক আছিল৷ তাত কোনো বিপজ্জনক পণ্যও নাছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

September 12, 2026
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ
জীৱনশৈলী

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

September 12, 2026
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?
বিনোদন

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

September 12, 2026
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!
বাণিজ্য

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

September 12, 2026
Next Post
ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.