• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মন শান্ত হয়, ঘৰৰ পৰিবেশ শুদ্ধ থাকে! প্ৰতি সন্ধিয়া চাকি জ্বলাওঁতে এচামুচ ঘীউ দিলে কি কি সুফল পোৱা যাব?

6 days ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

3 hours ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

4 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

6 hours ago

17 hours ago
অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

18 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

19 hours ago
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

20 hours ago
বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

21 hours ago
ৰেকৰ্ড গঢ়ি ২৫ কোটি ২০ লাখত KKR য়ে ক্ৰয় কৰিলেও কেমৰণে পাব ১৩কোটিহে, বাকী ১২ কোটি ২০ লাখ ধন ক’লৈ যাব?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মন শান্ত হয়, ঘৰৰ পৰিবেশ শুদ্ধ থাকে! প্ৰতি সন্ধিয়া চাকি জ্বলাওঁতে এচামুচ ঘীউ দিলে কি কি সুফল পোৱা যাব?

মন শান্ত হয়, ঘৰৰ পৰিবেশ শুদ্ধ থাকে! প্ৰতি সন্ধিয়া চাকি জ্বলাওঁতে এচামুচ ঘীউ দিলে কি কি সুফল পোৱা যাব?

editor by editor
December 11, 2025
in জীৱনশৈলী
0
মন শান্ত হয়, ঘৰৰ পৰিবেশ শুদ্ধ থাকে! প্ৰতি সন্ধিয়া চাকি জ্বলাওঁতে এচামুচ ঘীউ দিলে কি কি সুফল পোৱা যাব?
0
SHARES
87
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহুতেই আছে যিসকলে প্ৰতি সন্ধিয়া ঘৰত ঘীউৰ প্ৰদীপ জ্বলায়৷ বহুতেই তেলৰ চাকিও জ্বলায়৷ অৱশ্যে ঘীউৰ প্ৰদীপ জ্বলালে গুণাগুণ বেলেগ৷ চাকি জ্বলাওতে যদি সামান্য ঘীউ দিয়ে তেতিয়া ভগৱান প্ৰসন্ন হয়৷ ঘীউৰ প্ৰদীপ জ্বলালে বুলিয়েই যে কেৱল ঘীউতেই আপুনি চাকিগছি জ্বলাব লাগিব তেনে নহয়৷  ঘৰত ঘীউৰ চাকি জ্বলালে ইয়াৰ উপকাৰীতাসমূহ কি কি?

উপকাৰিতা

মন শান্ত কৰে

মানসিকভাৱে যদি অস্থিৰ হৈ পৰে বা জীৱনত যদি কোনো বিষয়ক লৈ অত্যন্ত বিপাঙত পৰে তেতিয়া প্ৰতিদিনে সন্ধিয়া ভগৱানক বা তুলসীগছৰ তলত চাকি জ্বলালে উপকৃত হয় বুলি ধাৰণা কৰা হয়৷ ই আমাৰ মনক শান্ত কৰাত সহায় কৰে৷ দিগবিদিক হেৰুৱাই জ্ঞানশূন্য অৱস্থাত আমাক দিশা দেখুওৱাত সাহায্য কৰি ঘীউৰ চাকিয়ে৷

বাস্তৰ কল্যাণ

যি ঘৰত প্ৰতিদিনে সন্ধিয়া ঘীউৰ প্ৰদীপ জ্বলোৱা হয় সেই ঘৰত কাজিয়া অশান্তিৰ পৰিমাণ তুলনামূলকভাৱে কমি যায়৷ ঘৰত পজিটিভ শক্তি আহে৷ সদস্যসকলৰ মাজত সম্পৰ্কৰ বন্ধন দৃঢ় হয়৷

পজিটিভ শক্তিৰ সঞ্চাৰ হয়

বাস্তু তথা জীৱনৰ ওপৰত পজিটিভ প্ৰভাৱ পৰা দেখা যায়৷ ঘীউৰ চাকি জ্বলোৱাৰ ফলত আমাৰ নিগেটিভ চিন্তা বহুপৰিমাণে কমি থাকে বুলি বিশ্বাস কৰা হয়৷ ইয়াৰ ফলত আমাৰ মন শান্ত হয় আৰু যিকোনো কাম কৰাৰ শক্তি বৃদ্ধি পায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

December 17, 2025
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

December 16, 2025
অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই
অসম

অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

December 16, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
মুহূৰ্ততেই ভাঙি চুৰমাৰ বিলাসী ফেৰাৰি বাহন, আঘাতপ্ৰাপ্ত পিতৃ-পুত্ৰকে ধৰি দুই ছাফাইকৰ্মী, ক’ত, কেনেকৈ এই ঘটনা?

কাইলৈৰ ৰাশিফলঃ শুক্ৰবাৰো লক্ষ্মীবাৰ, সম্পদৰ দেৱীয়ে কৃপা কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন