• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মন শান্ত হয়, ঘৰৰ পৰিবেশ শুদ্ধ থাকে! প্ৰতি সন্ধিয়া চাকি জ্বলাওঁতে এচামুচ ঘীউ দিলে কি কি সুফল পোৱা যাব?

মন শান্ত হয়, ঘৰৰ পৰিবেশ শুদ্ধ থাকে! প্ৰতি সন্ধিয়া চাকি জ্বলাওঁতে এচামুচ ঘীউ দিলে কি কি সুফল পোৱা যাব?

6 months ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

13 minutes ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

42 minutes ago
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

57 minutes ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

1 hour ago
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

2 hours ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

3 hours ago
সাজঘৰ

সাজঘৰ

3 hours ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

14 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

15 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

15 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

15 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মন শান্ত হয়, ঘৰৰ পৰিবেশ শুদ্ধ থাকে! প্ৰতি সন্ধিয়া চাকি জ্বলাওঁতে এচামুচ ঘীউ দিলে কি কি সুফল পোৱা যাব?

মন শান্ত হয়, ঘৰৰ পৰিবেশ শুদ্ধ থাকে! প্ৰতি সন্ধিয়া চাকি জ্বলাওঁতে এচামুচ ঘীউ দিলে কি কি সুফল পোৱা যাব?

editor by editor
December 11, 2025
in জীৱনশৈলী
0
মন শান্ত হয়, ঘৰৰ পৰিবেশ শুদ্ধ থাকে! প্ৰতি সন্ধিয়া চাকি জ্বলাওঁতে এচামুচ ঘীউ দিলে কি কি সুফল পোৱা যাব?
0
SHARES
94
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহুতেই আছে যিসকলে প্ৰতি সন্ধিয়া ঘৰত ঘীউৰ প্ৰদীপ জ্বলায়৷ বহুতেই তেলৰ চাকিও জ্বলায়৷ অৱশ্যে ঘীউৰ প্ৰদীপ জ্বলালে গুণাগুণ বেলেগ৷ চাকি জ্বলাওতে যদি সামান্য ঘীউ দিয়ে তেতিয়া ভগৱান প্ৰসন্ন হয়৷ ঘীউৰ প্ৰদীপ জ্বলালে বুলিয়েই যে কেৱল ঘীউতেই আপুনি চাকিগছি জ্বলাব লাগিব তেনে নহয়৷  ঘৰত ঘীউৰ চাকি জ্বলালে ইয়াৰ উপকাৰীতাসমূহ কি কি?

উপকাৰিতা

মন শান্ত কৰে

মানসিকভাৱে যদি অস্থিৰ হৈ পৰে বা জীৱনত যদি কোনো বিষয়ক লৈ অত্যন্ত বিপাঙত পৰে তেতিয়া প্ৰতিদিনে সন্ধিয়া ভগৱানক বা তুলসীগছৰ তলত চাকি জ্বলালে উপকৃত হয় বুলি ধাৰণা কৰা হয়৷ ই আমাৰ মনক শান্ত কৰাত সহায় কৰে৷ দিগবিদিক হেৰুৱাই জ্ঞানশূন্য অৱস্থাত আমাক দিশা দেখুওৱাত সাহায্য কৰি ঘীউৰ চাকিয়ে৷

বাস্তৰ কল্যাণ

যি ঘৰত প্ৰতিদিনে সন্ধিয়া ঘীউৰ প্ৰদীপ জ্বলোৱা হয় সেই ঘৰত কাজিয়া অশান্তিৰ পৰিমাণ তুলনামূলকভাৱে কমি যায়৷ ঘৰত পজিটিভ শক্তি আহে৷ সদস্যসকলৰ মাজত সম্পৰ্কৰ বন্ধন দৃঢ় হয়৷

পজিটিভ শক্তিৰ সঞ্চাৰ হয়

বাস্তু তথা জীৱনৰ ওপৰত পজিটিভ প্ৰভাৱ পৰা দেখা যায়৷ ঘীউৰ চাকি জ্বলোৱাৰ ফলত আমাৰ নিগেটিভ চিন্তা বহুপৰিমাণে কমি থাকে বুলি বিশ্বাস কৰা হয়৷ ইয়াৰ ফলত আমাৰ মন শান্ত হয় আৰু যিকোনো কাম কৰাৰ শক্তি বৃদ্ধি পায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ
জীৱনশৈলী

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

June 7, 2026
সাজঘৰ
অসম

সাজঘৰ

June 7, 2026
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ
জীৱনশৈলী

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

June 6, 2026
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক
জীৱনশৈলী

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

June 6, 2026
Next Post
মুহূৰ্ততেই ভাঙি চুৰমাৰ বিলাসী ফেৰাৰি বাহন, আঘাতপ্ৰাপ্ত পিতৃ-পুত্ৰকে ধৰি দুই ছাফাইকৰ্মী, ক’ত, কেনেকৈ এই ঘটনা?

মুহূৰ্ততেই ভাঙি চুৰমাৰ বিলাসী ফেৰাৰি বাহন, আঘাতপ্ৰাপ্ত পিতৃ-পুত্ৰকে ধৰি দুই ছাফাইকৰ্মী, ক’ত, কেনেকৈ এই ঘটনা?

কাইলৈৰ ৰাশিফলঃ শুক্ৰবাৰো লক্ষ্মীবাৰ, সম্পদৰ দেৱীয়ে কৃপা কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাক

কাইলৈৰ ৰাশিফলঃ শুক্ৰবাৰো লক্ষ্মীবাৰ, সম্পদৰ দেৱীয়ে কৃপা কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.