• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 weeks ago
আপোনাৰ চুলিয়ে দিব ব্যক্তিত্বৰ ইংগিত, উঠিব সকলো ৰহস্যৰ পৰা পৰ্দা!

আপোনাৰ চুলিয়ে দিব ব্যক্তিত্বৰ ইংগিত, উঠিব সকলো ৰহস্যৰ পৰা পৰ্দা!

27 minutes ago
সকলোৱে আপোনাৰ দোষ বিচাৰি ফুৰিছে নেকি? জানক কেনেকৈ পাব মুক্তি!

সকলোৱে আপোনাৰ দোষ বিচাৰি ফুৰিছে নেকি? জানক কেনেকৈ পাব মুক্তি!

58 minutes ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যতবাণী, শীঘ্ৰে ৫ ৰাশিয়ে পাব অৰ্থ লাভৰ খবৰ!

2 hours ago
Job Search: ৩০ দিনতে চাকৰি কেনেকৈ বিচাৰি পাব? জানক টিপচ

Job Search: ৩০ দিনতে চাকৰি কেনেকৈ বিচাৰি পাব? জানক টিপচ

3 hours ago
ৰূপৰ অলংকাৰ পিন্ধাৰ পূৰ্বে সাৱধান, এটা ভুলে শেষ কৰিব জীৱন!

ৰূপৰ অলংকাৰ পিন্ধাৰ পূৰ্বে সাৱধান, এটা ভুলে শেষ কৰিব জীৱন!

3 hours ago
ঘৰতে বনাওক Melody ৰ দৰে চকলেট! অনুসৰণ কৰক টিপচ

ঘৰতে বনাওক Melody ৰ দৰে চকলেট! অনুসৰণ কৰক টিপচ

4 hours ago
গৰমে বৃদ্ধি কৰে হাৰ্ট এটেকৰ সম্ভাৱনা! বিশেষজ্ঞসকলে ক’লে এইদৰে…

গৰমে বৃদ্ধি কৰে হাৰ্ট এটেকৰ সম্ভাৱনা! বিশেষজ্ঞসকলে ক’লে এইদৰে…

5 hours ago
8th Pay Commission: প্ৰতিৰক্ষা কৰ্মচাৰীয়ে পালে ডাঙৰ নিশ্চয়তা, অৱসৰৰ সময়লৈকে পাব নেকি কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰ্যাদা?

8th Pay Commission: প্ৰতিৰক্ষা কৰ্মচাৰীয়ে পালে ডাঙৰ নিশ্চয়তা, অৱসৰৰ সময়লৈকে পাব নেকি কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰ্যাদা?

6 hours ago
মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

7 hours ago
কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

8 hours ago
প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

9 hours ago
কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

editor by editor
April 28, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ
0
SHARES
7.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বামী-স্ত্ৰীৰ সম্পৰ্ক হওক বা প্ৰেমিক-প্ৰেমিকাৰ জীৱন, সম্পৰ্কত আমি বহুতো কথাত মন দিব লাগে। সম্বন্ধত একো নহ’লেও তাত আবেগ,অনুভূতি,ভালপোৱাৰ এনাজৰী বৰ কটকটীয়া। আজিকালি বহুতে কোৱা শুনা যায় যে, নাৰীক বিলাসী জীৱন দি সুখী কৰি ৰাখিব পাৰি, কিন্তু আচলতে কথাবোৰ ইয়াৰ বিপৰীত। এগৰাকী নাৰীয়ে সংগী বা স্বামীৰ পৰা ধনৰ আশা নকৰে, তেওঁলোকে বিচাৰে অন্য কিবাহে। এনে বহুতো কাৰণ আছে, যিবোৰ এজন পুৰুষে জনাটো দৰকাৰ।

কাৰণবোৰ জানক

পত্নী বা প্ৰেমিকাক সন্মান কৰাঃ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে সন্মানেই আটাইতকৈ গুৰুত্বপূৰ্ণ। প্ৰতিগৰাকী পত্নী বা প্ৰেমিকাই আশা কৰে যে তেওঁৰ সংগীয়ে সন্মান দিব। ইয়াত অতি সৰু সৰু কথাবোৰ মনত ৰাখিব লাগে, যেনে ব্যক্তিগত কথাবোৰ আনৰ লগত ভাগ নকৰা। আনৰ আগত নিজৰ সংগীৰ লগত জোৰেৰে বা খঙেৰে কথা নাপাতিব। সকলো সময়ত সন্মান দিবলৈ চেষ্টা কৰক।

আৱেগিক সমৰ্থনঃ নাৰীসকল বহু বেছি আৱেগিক। তেওঁলোকে শাৰিৰীক সুখতকৈ মানসিক সুখ বিচাৰে। প্ৰতিগৰাকী মহিলাই নিজৰ সংগীৰ পৰা আৱেগিক সমৰ্থন আশা কৰে। যেনেকৈ দৈনন্দিন কথা-বতৰা, সুখ-দুখ আপোনাৰ সংগীৰ সৈতে ভাগ-বতৰা কৰা। সহজ ভাষাত ক’বলৈ গ’লে মহিলাসকলে তেওঁলোকৰ সংগীৰ মাজত এনে এজন বন্ধু বিচাৰে যাৰ লগত তেওঁলোকে সকলো কথা মুকলিকৈ শ্বেয়াৰ কৰিব পাৰে আৰু যিয়ে সকলো সময়তে তেওঁক সমৰ্থন কৰে।

আগবাঢ়ি যোৱাত সহায় কৰকঃ পুৰুষৰ দৰে বেছিভাগ মহিলাইও কাম কৰি আছে আৰু তেওঁলোকে আশা কৰে যে তেওঁলোকৰ সংগীয়ে তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰাটো। বহু সময়ত ছোৱালীয়ে কেৱল বিয়া হোৱাৰ বাবেই সপোন আৰু চাকৰি এৰিবলগীয়া হয় । একাংশই পত্নীয়ে কোনো কাম কৰাটো নিবিচাৰে।

কঠোৰ পৰিশ্ৰমী: এগৰাকী নাৰীয়ে সদায় পৰিশ্ৰমী আৰু দায়িত্বশীল পুৰুষক স্বামী বা সংগী হিচাপে পছন্দ কৰে। কিয়নো তেনেলোকে প্ৰতিটো সময়ত সহায় কৰিব পাৰে আৰু পত্নী পৰিয়ালক উদ্ধাৰ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ চুলিয়ে দিব ব্যক্তিত্বৰ ইংগিত, উঠিব সকলো ৰহস্যৰ পৰা পৰ্দা!
জীৱনশৈলী

আপোনাৰ চুলিয়ে দিব ব্যক্তিত্বৰ ইংগিত, উঠিব সকলো ৰহস্যৰ পৰা পৰ্দা!

May 22, 2026
সকলোৱে আপোনাৰ দোষ বিচাৰি ফুৰিছে নেকি? জানক কেনেকৈ পাব মুক্তি!
জীৱনশৈলী

সকলোৱে আপোনাৰ দোষ বিচাৰি ফুৰিছে নেকি? জানক কেনেকৈ পাব মুক্তি!

May 22, 2026
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যতবাণী, শীঘ্ৰে ৫ ৰাশিয়ে পাব অৰ্থ লাভৰ খবৰ!

May 22, 2026
Job Search: ৩০ দিনতে চাকৰি কেনেকৈ বিচাৰি পাব? জানক টিপচ
নিয়োগ

Job Search: ৩০ দিনতে চাকৰি কেনেকৈ বিচাৰি পাব? জানক টিপচ

May 22, 2026
Next Post
মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ'ব আচৰিত!

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ'ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.