• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোষ্ঠীত এই যোগ আছে যদি নিশ্চিন্ত থাকক! কম পৰিশ্ৰমতেই প্ৰচুৰ সফলতা অৰ্জন কৰে এই যোগ  থকা জাতকে

কোষ্ঠীত এই যোগ আছে যদি নিশ্চিন্ত থাকক! কম পৰিশ্ৰমতেই প্ৰচুৰ সফলতা অৰ্জন কৰে এই যোগ  থকা জাতকে

2 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

2 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

4 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

5 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

6 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

6 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

7 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

7 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

8 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

9 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

9 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোষ্ঠীত এই যোগ আছে যদি নিশ্চিন্ত থাকক! কম পৰিশ্ৰমতেই প্ৰচুৰ সফলতা অৰ্জন কৰে এই যোগ  থকা জাতকে

কোষ্ঠীত এই যোগ আছে যদি নিশ্চিন্ত থাকক! কম পৰিশ্ৰমতেই প্ৰচুৰ সফলতা অৰ্জন কৰে এই যোগ  থকা জাতকে

editor by editor
May 21, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কোষ্ঠীত এই যোগ আছে যদি নিশ্চিন্ত থাকক! কম পৰিশ্ৰমতেই প্ৰচুৰ সফলতা অৰ্জন কৰে এই যোগ  থকা জাতকে
0
SHARES
328
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ  জ্যোতিষ শাস্ত্ৰত কুবেৰ যোগক অত্যন্ত শুভ যোগ হিচাপে চিহ্নিত কৰা হৈছে৷ জ্যোতিষ অনুসৰি যি ব্যক্তিৰ জীৱনত কুবেৰ যোগ সৃষ্টি হয় তেতিয়াই ব্যক্তিজনৰ জীৱন ভৌতিক সুখ-সম্পদেৰে ভৰি উঠিব৷ কুবেৰ যোগক ধন লাভৰ সৈতে সম্পৰ্কযুক্ত বুলি কোৱা হয়৷ কোন ব্যক্তিৰ কোষ্ঠীত কুবেৰ যোগ তৈয়াৰ হয়, ইয়াৰ উপকাৰিতা কি, বিস্তাৰিতভাৱে জানি থওক৷

কোষ্ঠীত কুবেৰ যোগ

কোষ্ঠীত গ্ৰহৰ কিছু বিশেষ পৰিস্থিতিত তৈয়াৰ হয় কুবেৰ যোগ৷ কোষ্ঠীৰ দ্বিতীয় আৰু একাদশ স্থানৰ অধিপতিয়ে নিজৰ ৰাশি বা উচ্চ ৰাশিত উপস্থিত থাকিলে এই যোগ সৃষ্টি হয়৷ দ্বিতীয় আৰু একাদশ স্থানৰ অধিপতিৰ মাজত পৰস্পৰ ৰাশি বিনিময় বা যুঁটি হ’লে এই কক্ষৰ অধিপতিসকলৰ ওপৰত অন্য শুভ গ্ৰহৰ দৃষ্টি থাকিলে কুবেৰ যোগ আৰু শক্তিশালী হয়৷

জ্যোতিষ শাস্ত্ৰ অনুসৰি দ্বিতীয় কক্ষত ধন, অৰ্থ, সম্পত্তি, পাৰিবাৰিক সংসাধনৰ কাৰক গ্ৰহ৷ একাদশ স্থানটো লাভ, আয় আৰু ইচ্ছাপূৰণৰ প্ৰতিনিধিত্ব কৰি থাকে৷ জন্মছকৰ দ্বিতীয় কক্ষৰ অধিপতি ধন আৰু সম্পত্তিৰ কাৰক গ্ৰহ৷ দ্বিতীয় কক্ষ আৰু তাৰ সৈতে সম্পৰ্কযুক্ত গ্ৰহে ব্যক্তিৰ আৰ্থিক পৰিস্থিতি আৰু ভৌতিক সম্পত্তিক অত্যন্ত প্ৰভাৱিত কৰে৷ কোষ্ঠীৰ একাদশ স্থান আৰু তাৰ অধিপতি গ্ৰহ লাভ, আয় আৰু ইচ্চাপূৰণৰ কাৰক গ্ৰহ৷ আশা, আকাংশা আৰু বিভিন্ন মাধ্যমেৰে ধন লাভৰ কাৰক কক্ষ এয়া৷

কোষ্ঠীত কুবেৰ যোগৰ প্ৰভাৱ

কোনো ব্যক্তিৰ কোষ্ঠীত কুবেৰ যোগ তৈয়াৰ হ’লে তেওঁলোকৰ জীৱনত কেতিয়াও অৰ্থাভাৱে দেখা নিদিয়ে৷ অৰ্থ সঞ্চয়ৰ সুযোগ লাভ কৰে এই জাতকে৷ কেৰিয়াৰত নতুন সাফল্য আহিব৷ আৰ্থিক স্থায়ীত্ব বজায় ৰাখিব পাৰিব৷ জীৱনত সুখ-সমৃদ্ধি সদায়ে থাকিব৷

যি জাতকৰ কোষ্ঠীত কুবেৰ যোগ তৈয়াৰ হয় তেতিয়াই দৰমহাৰ ওপৰিও অন্যান্য উৎসৰ পৰা ধন লাভ কৰিব পাৰিব৷ বিশেষকৈ ব্যৱসায়ীসকলৰ আমদানি দ্ৰুততাৰে বৃদ্ধি পাব৷ ভৌতিক সুখ বৃদ্ধি হ’ব৷ ব্যক্তিয়ে নতুন ঘৰ, বাহন, সম্পত্তি ক্ৰয় কৰিব পাৰিব৷

কোষ্ঠীত কুবেৰ যোগ তৈয়াৰ হোৱাৰ ফলত ব্যৱসায়ত লাভ হ’ব৷ যি জাতকৰ জন্মছকত এই যোগ থাকে তেওঁ সামান্য চেষ্টাতেই ব্যৱসায়ত প্ৰচুৰ মুনাফা অৰ্জন কৰিব পাৰিব৷ ইয়াৰোপৰি কুবেৰ যোগৰ প্ৰভাৱত অৰ্থ সঞ্চয়ৰ পৰিমাণ বৃদ্ধি পায়৷ এই জাতকে সঠিক স্থানত অৰ্থ বিনিয়োগ কৰিব জানে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
জুনত বিৰল জ্যোতিষ ঘটনা, দুৰ্দান্ত লাভ ৬ ৰাশিৰ জাতকৰ

জুনত বিৰল জ্যোতিষ ঘটনা, দুৰ্দান্ত লাভ ৬ ৰাশিৰ জাতকৰ

গণেশক কাহানিও এই কেইপদ সামগ্ৰী নিদিব, পূজাত এই নিয়ম নামানিলে আপোনাৰ ভুল ক্ষমা নকৰে সিদ্ধিদাতাই

গণেশক কাহানিও এই কেইপদ সামগ্ৰী নিদিব, পূজাত এই নিয়ম নামানিলে আপোনাৰ ভুল ক্ষমা নকৰে সিদ্ধিদাতাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.