• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানেনে, জাপানী সকলে ভাৰতক এটা বেলেগ নামেৰেহে জানে বা মাতে, ইণ্ডিয়া বুলি ভুল নকৰিব

1 year ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

52 minutes ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

2 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

3 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

19 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

21 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

22 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

23 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

1 day ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জানেনে, জাপানী সকলে ভাৰতক এটা বেলেগ নামেৰেহে জানে বা মাতে, ইণ্ডিয়া বুলি ভুল নকৰিব

editor by editor
October 13, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
জানেনে, জাপানী সকলে ভাৰতক এটা বেলেগ নামেৰেহে জানে বা মাতে, ইণ্ডিয়া বুলি ভুল নকৰিব
0
SHARES
560
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জানেনে, জাপানী সকলে ভাৰতক এটা বেলেগ নামেৰেহে জানে বা মাতে, ইণ্ডিয়া বুলি ভুল নকৰিব

ভাৰত নাইবা ভাৰতবৰ্ষ নাইবা হিন্দুস্তান নাইবা ইণ্ডিয়া , ইয়াৰে এই কেইটা নামেৰেই আমাৰ দিশৰ পৰিচয় সমগ্ৰ বিশ্বৰ আগত । পাছে জানেনে ভাৰতক সমগ্ৰ বিশ্বৰ লোকে যি বুলি নামাতক কিয় জাপানী সকলে ভাৰতক এটা বেলেগ নামেৰেহে জানে তথা মাতে।

বহু শতিকা জুৰি ভাৰতক জাপানী সকলে বেলেগ বেলেগ নামেৰেই মাতি আহিছে। জাপানৰ সৈতে ভাৰতৰ সম্পৰ্ক বহু পুৰণি। ভাৰতক জাপানী সকলে টেনজিকু বুলি মাতে। অৱশ্যে চীনৰো কিছু অংশত ভাৰতক অন্য নামেৰে মাতে, সেই নাম হৈছে টিয়ানঝু।

টেনজিকু আৰু টিয়ানঝু কিছু সাদৃশ্য শব্দ। এই শব্দ প্ৰাচীন চীনৰ শব্দৰ পৰা লোৱা। টিয়ানঝু আৰু টেনজিকুৰ অৰ্থ স্বৰ্গীয় ক্ষেত্ৰ অথবা স্বৰ্গ। ভাৰতৰ জাপানী সকলে অতীজত স্বৰ্গীয় ক্ষেত্ৰ বুলি মানি আহিছিল।

অৱশ্যে ভাৰতক প্ৰাচীন কালত জম্বুদ্বীপ বুলিও জনা গৈছিল। জম্বুদ্বীপ শব্দটোৱে আক্ষৰিক অৰ্থত “জম্বু গছৰ দেশ”ক বুজায় য’ত জাম্বু (Syzygium cumini) গজে। এই শব্দটো দ্বিপা ধাৰণাটোৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, যাৰ অৰ্থ হৈছে “দ্বীপ” বা “মহাদেশ”। জম্বুদ্বীপ শব্দটো অশোকে নিজৰ ভূখণ্ডক প্ৰতিনিধিত্ব কৰিবলৈ ব্যৱহাৰ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indiaIndian Other NamejapanJapan PeopleTianju
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
Next Post
আজি শুক্লা একাদশী, চন্দ্ৰ দিনে ৰাতি কুম্ভ ৰাশিত থকাৰ ফলত সৌভগ্যৰে উপচি পৰিব ৫ ৰাশিৰ জীৱন

চুলিৰ পাছত এতিয়া চকুৰ চেলাউৰি আৰু নোম সৰিবলৈ আৰম্ভ হীনাৰ, ফটো শ্বেয়াৰ কৰি দোৱা কৰিবলৈ আহ্বান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন