• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰত যান পঠিয়াই দেশৰ কি লাভ? চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পাছত কেনেকৈ কাম কৰিব প্ৰজ্ঞানে? ইছৰোৰ মূল উদ্দেশ্য কি?

চন্দ্ৰত যান পঠিয়াই দেশৰ কি লাভ? চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পাছত কেনেকৈ কাম কৰিব প্ৰজ্ঞানে? ইছৰোৰ মূল উদ্দেশ্য কি?

3 years ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

3 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

4 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

4 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

5 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

6 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

6 hours ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

7 hours ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

8 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

8 hours ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

9 hours ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

10 hours ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

চন্দ্ৰত যান পঠিয়াই দেশৰ কি লাভ? চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পাছত কেনেকৈ কাম কৰিব প্ৰজ্ঞানে? ইছৰোৰ মূল উদ্দেশ্য কি?

editor by editor
August 23, 2023
in প্ৰযুক্তি, বিজ্ঞান, ভাৰত, লেখা
0
চন্দ্ৰত যান পঠিয়াই দেশৰ কি লাভ? চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পাছত কেনেকৈ কাম কৰিব প্ৰজ্ঞানে? ইছৰোৰ মূল উদ্দেশ্য কি?
0
SHARES
311
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বুধবাৰে সন্ধিয়া ৬ বাজি ৪মিনিটত চন্দ্ৰৰ বুকুত ভৰি দিব লেণ্ডাৰ বিক্ৰমে৷ প্ৰতীক্ষাৰ অন্ত পেলাই ইতিহাস ৰচিবলৈ সাজু ইছৰো৷ চন্দ্ৰযানৰ পূৰ্বৰ ২বাৰৰ বিফলতাৰ পৰা শিক্ষা লৈ এইবাৰ সকলোবোৰ খুটিনাটি মাৰি পৰীক্ষা কৰিছে ইছৰোৰ দলে৷ পূৰ্বৰ ভুলৰ পুনৰাবৃত্তি নহয় বুলি আশা বান্ধিছে সাধাৰণ জনতাইয়ো৷ ইছৰোৰ বিজ্ঞানীয়ে প্ৰকাশ কৰামতে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই কাম আৰম্ভ কৰিব লেণ্ডাৰ বিক্ৰমে বুকুত কঢ়িয়াই নিয়া ৰোভাৰ প্ৰজ্ঞানে?

বিক্ৰম অতি সাৱধানে আগবাঢ়িছে?
পুৰণা ভুলৰ পৰা শিক্ষা লৈ এইবাৰ অতি সতৰ্কতাৰে আগবাঢ়িছে লেণ্ডাৰ বিক্ৰম৷ স্বয়ংক্ৰিয় লেণ্ডাৰ বিক্ৰমক নিৰীক্ষণহে কৰিছে ইছৰোই৷ লেণ্ডাৰখনে নিজেই নিজৰ যাৱতীয় কাম কৰি আছে৷ চন্দ্ৰপৃষ্ঠত নামিবলৈ অনুকূল ঠাই বিচাৰিবলৈ সাজু হৈছে বিক্ৰম৷ নমাৰ পথত এখনৰ পাছত আনখন ছবি তুলি গৈছে বিক্ৰমে৷ বিক্ৰমৰ গাত লাগি থকা কেমেৰাৰে প্ৰতিমুহূৰ্ততে তুলি থকা হৈছে ফটো৷ যাত্ৰাৰ সমূহ ছবি বিক্ৰমে পঠিয়াই আছে মৰ্ত্যবাসীয়ে৷

বিক্ৰম কোনোকাৰণত বিফল হ’লে বিকল্প ব্যৱস্থা কি হ’ব?
ইছৰোৰ এগৰাকী শীৰ্ষ বিজ্ঞানীয়ে জনোৱা অনুসৰি, চন্দ্ৰৰ দক্ষিণ পৃষ্ঠত নামিবলৈ অনুকূল পৰিস্থিতি নাথাকিলে অৱতৰণৰ প্ৰক্ৰিয়া পিছুৱাই দিয়া হ’ব৷ যদি আজি নামিব নোৱাৰে তেন্তে আগন্তুক ২৭ আগষ্টৰ দিনা দ্বিতীয়বাৰৰ বাবে চেষ্টা চলাব লেণ্ডাৰ বিক্ৰমে৷

বিক্ৰমৰ বুকুত আছে প্ৰজ্ঞান
চন্দ্ৰৰ মাটিত লেণ্ডাৰ বিক্ৰম নমাৰ পাছতেই স্বয়ংক্ৰিয়ভাৱে খুলি যাব দুৱাৰ৷ এখন জখলা নিজে নিজেই নামি আহিব বিক্ৰমৰ পৰা৷ আৰু সেই জখলাৰে চন্দ্ৰপৃষ্ঠত নামিব ৰোভাৰ প্ৰজ্ঞান৷

প্ৰজ্ঞানে নামিয়েই কাম কৰিবনে?
চন্দ্ৰৰ মাটিত নামি ৪ ঘণ্টা বিশ্ৰাম ল’ব প্ৰজ্ঞানে৷ তাৰপিছতহে লাহে লাহে কাম আৰম্ভ হব প্ৰজ্ঞানৰ৷ ৬টা চকাৰ ভৰত প্ৰতি ছেকেণ্ডত ১ ছেণ্টিমিটাৰ দূৰত্বকৈ চন্দ্ৰৰ দক্ষিণ পৃষ্ঠত ফুৰিব প্ৰজ্ঞানে৷

চন্দ্ৰলোকৰ ত্ৰিৰংগা
ৰোভাৰৰ সৈতে থাকিব একাধিক দিকনিৰ্দেশক স্বয়ংক্ৰিয় কেমেৰা৷ চন্দ্ৰৰ মাটিত এটাৰ পাছত আনটো অনুসন্ধান আৰম্ভ কৰিব প্ৰজ্ঞানে৷ চন্দ্ৰৰ মাটিত প্ৰজ্ঞানে ভাৰতীয় জাতীয় পতাকা আৰু ইছৰোৰ লগ আঁকিব প্ৰজ্ঞানে৷ ইয়াৰোপৰি চন্দ্ৰপৃষ্ঠৰ অজানা একাধিক তথ্য পঠিয়াব প্ৰজ্ঞানে৷ প্ৰজ্ঞানে চন্দ্ৰৰ পৰা যিসমূহ তথ্যসংগ্ৰহ কৰিব সেই সমূহ তথ্য লেণ্ডাৰ বিক্ৰমে পৃথিৱীলৈ পঠিয়াব৷

মূলত কি কি কাম কৰিব প্ৰজ্ঞানে?
একাধিক বৈদ্যুতিন যন্ত্ৰপাতি লৈ চন্দ্ৰপৃষ্ঠত নামিব ৰোভাৰ প্ৰজ্ঞান৷ লাখ লাখ বছৰ ধৰি চন্দ্ৰৰ মাটি কেনেদৰে তৈয়াৰ হৈছে এই সকলোবোৰ তথ্য লোৱাৰ চেষ্টা চলাব প্ৰজ্ঞানে৷ আগন্তুক ২ সপ্তাহ ধৰি স্পেকট্ৰোমিটাৰ বিশ্লেষণৰ মাধ্যমেৰে চন্দ্ৰৰ মাটিত কেনে খনিজ আছে তাকো খুটি নাটি পৰীক্ষা কৰিব৷ এই সমস্ত পৰীক্ষাসমূহ কৰাৰ বাবে লেণ্ডাৰ বিক্ৰম আৰু প্ৰজ্ঞানৰ সৈতে থাকিব অইন ৫টা বৈজ্ঞানিক যন্ত্ৰপাতি৷

সফল হ’লে ভৱিষ্যতে কি কি নতুন পৰিকল্পনা হাতত ল’ব বিজ্ঞানীয়ে?
অভিযান সফল হ’লে চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱা ভাৰত হ’ব প্ৰথমখন দেশ৷ ইমান দিনে উদঘাটন নোহোৱা বহু তথ্য ভাৰতীয় বিজ্ঞানীয়ে লাভ কৰিব৷ ভৱিষ্যতে যদি গৱেষণা চলোৱা হয় তেন্তে এই তথ্যসমূহে বহুতকে সহায় কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ
জীৱনশৈলী

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

March 29, 2026
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

March 29, 2026
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!
প্ৰযুক্তি

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

March 29, 2026
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!
বিশ্ব

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

March 29, 2026
Next Post
ইতিহাস ৰচি দক্ষিণ মেৰুত অৱতৰণ কৰিলে চন্দ্ৰযান-৩য়ে! এই সফল অভিযানত ইছৰোক সহায় কৰিলে ১০ টা বিশেষ সংস্থাই, এই বিশেষ ১০ টা সংস্থা কি কি?

ইতিহাস ৰচি দক্ষিণ মেৰুত অৱতৰণ কৰিলে চন্দ্ৰযান-৩য়ে! এই সফল অভিযানত ইছৰোক সহায় কৰিলে ১০ টা বিশেষ সংস্থাই, এই বিশেষ ১০ টা সংস্থা কি কি?

জোনবাইৰ দেশৰ সাধুনো কি জোনবাইয়ে আমাৰ হাতত মুঠিত! তৃতীয় বিশ্বৰ দেশ ভাৰতৰ বৈজ্ঞানিকৰ সফলতাক চেল্যুট জনাবলৈ বাধ্য হ’ল প্ৰথম বিশ্বৰ দেশৰ প্ৰতিজন বিজ্ঞানীয়ে,পঢ়ক যাত্ৰাৰ সবিশেষ কাহিনী

জোনবাইৰ দেশৰ সাধুনো কি জোনবাইয়ে আমাৰ হাতত মুঠিত! তৃতীয় বিশ্বৰ দেশ ভাৰতৰ বৈজ্ঞানিকৰ সফলতাক চেল্যুট জনাবলৈ বাধ্য হ’ল প্ৰথম বিশ্বৰ দেশৰ প্ৰতিজন বিজ্ঞানীয়ে,পঢ়ক যাত্ৰাৰ সবিশেষ কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.