• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৭ত আকৌ কুম্ভ! আয়োজন এইবাৰ নাচিক, কিয় ২ বছৰৰ অন্ততেই আয়োজিত হ’ব কুম্ভ? দেশৰ কোন কোন চহৰত অনুষ্ঠিত হয় কুম্ভমেলা?

২০২৭ত আকৌ কুম্ভ! আয়োজন এইবাৰ নাচিক, কিয় ২ বছৰৰ অন্ততেই আয়োজিত হ’ব কুম্ভ? দেশৰ কোন কোন চহৰত অনুষ্ঠিত হয় কুম্ভমেলা?

11 months ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

7 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

8 hours ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

9 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

10 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

11 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

12 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

13 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

13 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

14 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

14 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 day ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, January 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৭ত আকৌ কুম্ভ! আয়োজন এইবাৰ নাচিক, কিয় ২ বছৰৰ অন্ততেই আয়োজিত হ’ব কুম্ভ? দেশৰ কোন কোন চহৰত অনুষ্ঠিত হয় কুম্ভমেলা?

২০২৭ত আকৌ কুম্ভ! আয়োজন এইবাৰ নাচিক, কিয় ২ বছৰৰ অন্ততেই আয়োজিত হ’ব কুম্ভ? দেশৰ কোন কোন চহৰত অনুষ্ঠিত হয় কুম্ভমেলা?

editor by editor
February 28, 2025
in জীৱনশৈলী, ভাৰত
0
২০২৭ত আকৌ কুম্ভ! আয়োজন এইবাৰ নাচিক, কিয় ২ বছৰৰ অন্ততেই আয়োজিত হ’ব কুম্ভ? দেশৰ কোন কোন চহৰত অনুষ্ঠিত হয় কুম্ভমেলা?
0
SHARES
711
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সদ্য শেষ হৈছে উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা৷ দেশৰ নানান প্ৰান্তৰ পৰা ৫০ কোটিৰো বেছি মানুহে এই মেলাত গৈ ত্ৰিবেণী সংগমত ডুব দিছে৷ প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত ডুব দি পুণ্য অৰ্জন কৰিছে৷ প্ৰত্যেক ১২ বছৰৰ মূৰে মূৰে প্ৰয়াগৰাজত অনুষ্ঠিত হয় কুম্ভমেলা৷ কিন্তু তাৰমাজতো দুবাৰকৈ কুম্ভমেলা আয়োজিত হয়৷ পৰবৰ্তী কুম্ভমেলা অনুষ্ঠিত হ’ব ২০২৭ চনত৷ এইবাৰ আয়োজক চহৰ মহাৰাষ্ট্ৰৰ নাছিক৷

কিয় মাত্ৰ দুবছৰৰ ভিতৰতেই পৰবৰ্তী কুম্ভমেলাৰ আয়োজন কৰা হৈছে? সেই বিষয়েও বহুতেই জানিবলৈ আগ্ৰহী হৈ আছে৷ দেশৰ মুঠ ৪খন চহৰত কুম্ভমেলা হয়৷ প্ৰয়াগৰাজ, হৰিদ্বাৰ, নাছিক আৰু উজ্জয়িনী৷ প্ৰতিখন চহৰত কুম্ভমেলা আয়োজনৰ পৃথক হিচাপ আছে৷ সেই হিচাপ অনুসৰি নাচিকত পৰবৰ্তী কুম্ভৰ বছৰ ২০২৭ চন৷ নাছিক আৰু উজ্জয়িনীত কুম্ভমেলাৰ আয়োজন হ’ব ১২ বছৰৰ পাছত৷ এই মেলাক পূৰ্ণ কুম্ভমেলাই কোৱা হয়৷ ইয়াৰ গোদাবৰী নদীৰ তীৰত নাছিকত পূৰ্ণ কুম্ভমেলা হৈছিল ২০১৫চনত৷ সেই হিচাপ অনুসৰি ১২ বছৰ সম্পূৰ্ণ হ’ব ২০২৭ত৷

২০২৭ চনৰ ১৭ জুলাইৰ পৰা ১৭ আগষ্ট পৰ্যন্ত চলিব কুম্ভমেলা৷ শিপ্ৰা নদীৰ ধাৰত উজ্জয়িনীত শেষবাৰ কুম্ভমেলা হৈছিল ২০১৬ চনত৷ ১২ বছৰৰ হিচাপ অনুসৰি তাতেই  আকৌ পূৰ্ণকুম্ভ আয়োজিত হ’ব ২০২৮ চনত৷ অৰ্থাৎ দুবছৰৰ ভিতৰতেই মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশত দুটাকৈ কুম্ভমেলা আয়োজিত হ’ব৷

প্ৰয়াগৰাজ আৰু হৰিদ্বাৰৰ ক্ষেত্ৰত কুম্ভমেলাৰ হিচাপ কিছু পৃথক৷  এই দুই চহৰত ১২ বছৰৰ অন্তৰে অন্তৰে পূৰ্ণকুম্ভৰ ওপৰিও ৬ বছৰৰ অন্তৰে অন্তে এটা অৰ্ধ কুম্ভমেলাও আয়োজন কৰা হয়৷ প্ৰয়াগৰাজৰ পৰবৰ্তী কুম্ভমেলাটো আৰু ৬ বছৰৰ পাছত অৰ্থাৎ ২০৩১ চনত অনুষ্ঠিত হ’ব৷

হৰিদ্বাৰত শেষবাৰ কুম্ভমেলা হৈছিল ২০২১ চনত৷ সেয়া আছিল পূৰ্ণকুম্ভ৷ নিয়ম অনুসৰি হৰিদ্বাৰত ২০২৭ চনত এটা অৰ্ধ কুম্ভমেলাৰ আয়োজন হোৱাৰ কথা৷ ২০২৭ চনত একেবছৰতেই সেয়ে দুইস্থানত কুম্ভমেলাৰ আয়োজন হ’ব৷ অৱশ্যে এই দুই কুম্ভ মেলাৰ আয়োজনৰ সময় ভিন্ন৷ হৰিদ্বাৰত এপ্ৰিল মাহত কুম্ভমেলাৰ আয়োজন কৰা হয়৷ নাছিকৰ কুম্ভমেলাৰ সময় জুলাই আৰু আগষ্ট৷ উজ্জয়িনীতো কুম্ভমেলা হয় এপ্ৰিল মাহত৷

পূৰ্ণ আৰু অৰ্ধকুম্ভৰ বাহিৰেও এক কুম্ভমেলা আছে যাক কোৱা হয় মহাকুম্ভ৷ কুম্ভৰ আয়োজন কৰা স্থানত ১৩ টা পূৰ্ণকুম্ভ সম্পূৰ্ণ হ’লে মহাকুম্ভ হয়৷ অৰ্থাৎ চলিত বছৰত প্ৰয়াগৰাজত অনুষ্ঠিত হৈ অহাৰ  কুম্ভৰ মুঠ ১৩টা পূৰ্ণ কুম্ভ সম্পূৰ্ণ হৈছিল সেয়ে এই কুম্ভক মহাকুম্ভ বুলি কোৱা হৈছে৷ সম্প্ৰতি প্ৰয়াগৰাজৰ সেই ১৩ তম মহাকুম্ভৰেই আয়োজন কৰা হৈছিল৷ সেয়ে এই মেলাৰ জনপ্ৰিয়তা আৰু চাহিদা আছিল তুলনামূলকভাৱে বেছি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ
জীৱনশৈলী

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

January 17, 2026
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

January 17, 2026
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ
জীৱনশৈলী

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

January 17, 2026
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
Next Post
কৰ্কটৰ কেমোথেৰাপিৰ শেষত ইমিউনোথেৰাপি কৰাইছে হিনা খানে! কিন্তু ইমিউনোথেৰাপি কি? কৰ্কট ৰোগীয়ে কিয় কৰিব লাগে এই চিকিৎসা?

কৰ্কটৰ কেমোথেৰাপিৰ শেষত ইমিউনোথেৰাপি কৰাইছে হিনা খানে! কিন্তু ইমিউনোথেৰাপি কি? কৰ্কট ৰোগীয়ে কিয় কৰিব লাগে এই চিকিৎসা?

কাইলৈৰ পৰা আৰম্ভ হ’ব ৰোজা মাহ! এই মাহত কি কি নিয়ম মানি চলিব ইছলামধৰ্মী লোকে?

কাইলৈৰ পৰা আৰম্ভ হ’ব ৰোজা মাহ! এই মাহত কি কি নিয়ম মানি চলিব ইছলামধৰ্মী লোকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.