• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেদাৰনাথৰ সৈতে আছে বিশেষ সংযোগ! ৰামৰ এই মূৰ্তিয়েই স্থাপিত হ’ব অযোধ্যাৰ মন্দিৰত

কেদাৰনাথৰ সৈতে আছে বিশেষ সংযোগ! ৰামৰ এই মূৰ্তিয়েই স্থাপিত হ’ব অযোধ্যাৰ মন্দিৰত

2 years ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

25 seconds ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

54 minutes ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

2 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

2 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

3 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

12 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

12 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

13 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

13 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

14 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

14 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেদাৰনাথৰ সৈতে আছে বিশেষ সংযোগ! ৰামৰ এই মূৰ্তিয়েই স্থাপিত হ’ব অযোধ্যাৰ মন্দিৰত

editor by editor
January 2, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কেদাৰনাথৰ সৈতে আছে বিশেষ সংযোগ! ৰামৰ এই মূৰ্তিয়েই স্থাপিত হ’ব অযোধ্যাৰ মন্দিৰত
0
SHARES
427
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম জন্মভূমি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে মন্দিৰত ৰামৰ কোনটো মূৰ্তি প্ৰতিষ্ঠা হ’ব সেই মূৰ্তিৰ নিৰ্বাচন প্ৰক্ৰিয়া অৱশেষত সম্পন্ন হৈছে। ৰাম মন্দিৰ কমিটিৰ কেইবাগৰাকীও সদস্যৰ সন্মতিক্ৰমে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত ট্ৰাষ্টে মূৰ্তি চিনাক্ত কৰি উলিয়াইছে। ৰামৰ মূৰ্তিটোক শিশু ৰাম হিচাপেই কল্পনা কৰা হৈছে। এই মুৰ্তিটোৰ হাতত কি কি থাকিব সেই বিষয়েও জনাইছে কমিটিয়ে।

শিশু ৰামৰ বিশেষ মূৰ্তিটোৰ হাতত থাকিব তীৰ-ধনু। কৰ্ণাটকৰ প্ৰখ্যাত ভাস্কৰ অৰুণ যোগীৰাজে এই মূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে। অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে কেইবাটাও মূৰ্তি নিৰ্মাণ কৰা হৈছিল। এই আটাইকেইটা মূৰ্তিৰ মাজত গৰ্ভগৃহত স্থাপন কৰিবলৈ অৰুণ যোগীৰাজৰ মূৰ্তিটোহে চিনাক্ত কৰা হৈছে। বিগত শুক্ৰবাৰ অৰ্থাৎ ২৯ ডিচেম্বৰত মূৰ্তি চিনাক্তকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ট্ৰাষ্টৰ সদস্য বিমলেন্দ মোহন প্ৰতাপ মিশ্ৰই জনোৱা অনুসৰি সেইদিনটোত এখন বিশেষ বৈঠক ট্ৰাষ্টে অনুষ্ঠিত কৰিছিল। তাতেই মন্দিৰৰ বাবে মূৰ্তি বাচনি কৰা হয়।

https://x.com/JoshiPralhad/status/1741868129289138340?s=20

সোমবাৰে পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰা হৈছে মূৰ্তিৰ ছবি। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে মূৰ্তিৰ ফটো শ্বেয়াৰ কৰি লিখিছে, ‘মহীশূৰৰ শিল্পী অৰুণ যোগীৰাজৰ এই মূৰ্তিয়েই অযোধ্যাৰ মন্দিৰত স্থাপন কৰা হ’ব।’ এক্স হেণ্ডেলত লিখা পোষ্টত মন্ত্ৰীগৰাকীয়ে লগতে লিখিছে, ‘য’তেই ৰাম, তাতেই হনুমান। অযোধ্যত ভগৱান ৰামৰ প্ৰাণপ্ৰতিষ্ঠাৰ বাবে মূৰ্তি নিৰ্বাচন চূড়ান্ত হৈছে। আমাৰ দেশৰ প্ৰখ্যাত ভাস্কৰ শ্ৰী অৰুণ যোগীৰাজে তৈয়াৰ কৰা ভগৱান ৰামৰ এই মূৰ্তিয়েই অযোধ্যাত স্থাপন কৰিম। এই ৰামৰ মূৰ্তিয়ে ৰাম-হনুমানৰ অদম্য সম্পৰ্কৰ এক উদাহৰণ ফুটাই তুলিবলৈ সক্ষম হৈছে। ইফালে আপোনালোকে জানেই কৰ্ণাটকটো হনুমানৰেই দেশ।’

মূৰ্তি চিনাক্তকৰণৰ পাছতেই ভাস্কৰ্যশিল্পী অৰুণ যোগীৰাজে সংবাদসংস্থা পিটিআইৰ আগত দিয়া সাক্ষাৎকাৰত কৈছে যে, তেওঁ তৈয়াৰ কৰা মূৰ্তিটো ৰাম মন্দিৰ ট্ৰাষ্টে বাছনি কৰাৰ কথা এতিয়াও তেওঁ আনুষ্ঠানিকভাৱে গম পোৱা নাই। দেশক তিনিজন ভাস্কৰ্যশিল্পীক ৰামৰ মূৰ্তি তৈয়াৰ কৰাৰ বাবে নিৰ্বাচন কৰা হৈছিল। তাৰমাজতেই তেওঁক চিনাক্ত কৰাৰ খবৰ যদি সত্য তেন্তে এয়া ভাললগাৰেই কথা বুলি কৈ অৰুণ যোগীৰাজে কয়, ‘মোক বাছনি কৰাৰ খবৰটো যদি সত্য, তেন্তে মোৰবাবে ইয়াতকৈ আনন্দৰ খবৰ কি হ’ব পাৰে! মই নিৰ্মাণ কৰা ৰামৰ মূৰ্তিটো শিশু ৰামৰ। কাৰণ এইটো ঈশ্বৰৰ অৱতাৰৰ মূৰ্তি। মূৰ্তিটো দেখি মানুহৰ মনত দেৱত্বৰ অনুভৱ আহিব বুলি মই ভাৱো। সন্তানসদৃশ মুখৰ ওপৰিও ঐশ্বৰিক দিশটো মূৰত ৰাখিব লাগিব। মই প্ৰায় ৬-৭ মাহ আগতেই নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলো। মোৰ মূৰ্তি নিৰ্বাচিত নহ’লেও জনতাই যদি এই মূৰ্তি দেখি ভালপায় তেন্তে তাতেই মই সুখী।’

উল্লেখ্য যে ইয়াৰ পূৰ্বে অৰুণ যোগীৰাজে কেদাৰনাথৰ আদি শংকৰাচাৰ্যৰ মূৰ্তি আৰু দিল্লীৰ ইণ্ডিয়া গেটৰ কাষত থকা সুভাষচন্দ্ৰ বসুৰ মূৰ্তিও তৈয়াৰ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ
বাণিজ্য

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ
জীৱনশৈলী

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

April 7, 2026
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!
জীৱনশৈলী

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

April 7, 2026
Next Post
দেশজুৰি আৰম্ভ হৈছে কাৰ্ডলেছ ATM! UPIৰে কেনেকৈ ATMৰ পৰা ধন উলিয়াব? শিকি থওক সবিশেষ

দেশজুৰি আৰম্ভ হৈছে কাৰ্ডলেছ ATM! UPIৰে কেনেকৈ ATMৰ পৰা ধন উলিয়াব? শিকি থওক সবিশেষ

নৱবৰ্ষ জাপানত কটাবলৈ গৈছিলো কিন্তু… ভয়াৱহ ভূমিকম্পৰ মাজত জাপানত আৱদ্ধ জুনিয়ৰ এন টি আৰ বৰ্তমান কেনে আছে?

নৱবৰ্ষ জাপানত কটাবলৈ গৈছিলো কিন্তু... ভয়াৱহ ভূমিকম্পৰ মাজত জাপানত আৱদ্ধ জুনিয়ৰ এন টি আৰ বৰ্তমান কেনে আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.