• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি

কোন হ’ব কানাডাৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী, তালিকাৰ শীৰ্ষত ভাৰতীয় অনিতা আনন্দ

2 years ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

29 minutes ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

46 minutes ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

1 hour ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

2 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

3 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

4 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

4 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

5 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

5 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

6 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

7 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোন হ’ব কানাডাৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী, তালিকাৰ শীৰ্ষত ভাৰতীয় অনিতা আনন্দ

editor by editor
January 9, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
0
SHARES
122
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোন হ’ব কানাডাৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী, তালিকাৰ শীৰ্ষত ভাৰতীয় অনিতা আনন্দ

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ পদত্যাগৰ পিছত তেওঁৰ উত্তৰাধিকাৰীক লৈ এক জল্পনা-কল্পনাৰ আৰম্ভ হৈছে। খবৰ অনুসৰি ভাৰতীয় মূলৰ নেত্ৰী অনিতা আনন্দ প্ৰধানমন্ত্ৰী পদৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী। লিবাৰেল পাৰ্টিৰ নেতা আৰু প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে জাষ্টিন ট্ৰুডোৱে। অৱশ্যে লিবাৰেল পাৰ্টিৰ নতুন নেতা নিৰ্বাচিত নোহোৱালৈকে তেওঁ প্ৰধানমন্ত্ৰীৰ পদত থাকিব।

অনিতা আনন্দ বৰ্তমান কানাডাৰ পৰিবহণ আৰু আভ্যন্তৰীণ বাণিজ্য মন্ত্ৰী। অনিতা ইন্দিৰা আনন্দৰ জন্ম হৈছিল নোভা স্কটিয়াৰ কেণ্টভিলত। তেওঁৰ পিতৃ-মাতৃ ভাৰতীয় চিকিৎসক আছিল। তেওঁৰ পিতৃ তামিলনাডুৰ আৰু মাক পঞ্জাৱৰ।

কেৰিয়াৰৰ হিচাপে কবলৈ গলে অনিতাই ২০১৯ চনত প্ৰথমবাৰৰ বাবে অকভিলৰ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ২০১৯ চনৰ পৰা ২০২১ চনলৈ তেওঁ লোকসেৱা আৰু ক্ৰয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কোষাগাৰ ব’ৰ্ডৰ সভাপতি আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। জনসেৱা আৰু ক্ৰয় মন্ত্ৰী হিচাপে আনন্দই ক’ভিড-১৯ মহামাৰীৰ সময়ত কানাডাৰ লোকসকলৰ বাবে ভেকচিন, ব্যক্তিগত সুৰক্ষা সঁজুলি আৰু দ্ৰুত পৰীক্ষাৰ বাবে ঠিকাভিত্তিক আলোচনাৰ নেতৃত্ব দিছিল।

অনিতা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী হোৱাৰ সময়ত সেনাবাহিনীত যৌন অসৎ আচৰণৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছিল। ৰুছ-ইউক্ৰেইন যুদ্ধৰ সময়ত তেওঁ কিয়েভক ব্যাপক সামৰিক সাহায্য প্ৰদান কৰাৰ লগতে ইউক্ৰেইনৰ সৈন্যৰ প্ৰশিক্ষণৰ বাবে কৰ্মীও প্ৰদান কৰিছিল। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত অনিতা আনন্দক ট্ৰেজাৰী ব’ৰ্ডৰ অধ্যক্ষ পদৰ উপৰিও পৰিবহণ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Anita AnandCanadaCanada Prim Minister
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু
বিশ্ব

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

October 18, 2026
Next Post
শতিকাৰ ভয়ংকৰ বনজুই, ঘৰ হেৰুৱালে বহু কেইগৰাকী হলীউড তাৰকাই

শতিকাৰ ভয়ংকৰ বনজুই, ঘৰ হেৰুৱালে বহু কেইগৰাকী হলীউড তাৰকাই

‘মোৰ খাদ্যত বিষ দিয়া হৈছিল’ – বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ন’ভাক জ’কভিচৰ দাবীয়ে

'মোৰ খাদ্যত বিষ দিয়া হৈছিল' - বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ন’ভাক জ’কভিচৰ দাবীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.