• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় ইমান সোণৰ অলংকাৰ পৰিধান কৰিছিল বাপ্পী লাহিৰীয়ে? ফাদিল হ’ল ৰহস্য

কিয় ইমান সোণৰ অলংকাৰ পৰিধান কৰিছিল বাপ্পী লাহিৰীয়ে? ফাদিল হ’ল ৰহস্য

4 years ago
আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

9 minutes ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

ৰঙালীত পাব ৪ ৰাশিৰ ব্যক্তিয়ে ভাল খবৰ, জানো আহক দৈনিক ৰাশিফল

58 minutes ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

10 hours ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

11 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

11 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

11 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

11 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

12 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

13 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

13 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

14 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কিয় ইমান সোণৰ অলংকাৰ পৰিধান কৰিছিল বাপ্পী লাহিৰীয়ে? ফাদিল হ’ল ৰহস্য

editor by editor
February 16, 2022
in অসম, গুৱাহাটী, বিনোদন, বিবিধ, ভাৰত, সংগীত
0
কিয় ইমান সোণৰ অলংকাৰ পৰিধান কৰিছিল বাপ্পী লাহিৰীয়ে? ফাদিল হ’ল ৰহস্য
0
SHARES
536
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৭০ দশকতেই বলীউডত ডিস্ক’ আৰু ৰ’ক মিউজিকৰ ক্ষেত্ৰখনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা বিশিষ্ট সংগীতজ্ঞ বাপ্পী লাহিৰীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰে৷ ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে৷ তেওঁৰ মৃত্যুত শোক ছাঁ পৰিছে সমগ্ৰ দেশজুৰি, শোকস্তব্ধ অনুৰাগী৷

সোণৰ অলংকাৰৰ প্ৰতি বিশেষভাৱে আকৃষ্ট আছিল কণ্ঠশিল্পী বাপ্পী লাহিৰী৷ সংগীতৰ সমান্তৰালকৈ সোণ-ৰূপৰ প্ৰতি থকা আকৰ্ষণৰ বাবেও জনাজাত আছিল কণ্ঠশিল্পীগৰাকী৷ কিন্তু তেওঁ এই বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ পৰিধান কৰাৰ পাছত আছে এক ৰহস্য৷ এক ইণ্টাৰভিউত এই কথা প্ৰকাশ কৰিছিল বাপ্পী দাই৷ দৰাচলতে আমেৰিকাৰ প’পষ্টাৰ এলভিছ প্ৰেচলীৰ দ্বাৰা প্ৰভাৱিত আছিল বাপ্পী লাহিৰী৷ বিশেষকৈ কনচাৰ্টৰ সময়ত এলভিছে পৰিধান কৰে সোণৰ চেইন৷ এলভিছক দেখাৰ পাছৰ পৰাই তেৱোঁ সলনি কৰে নিজৰ ষ্টাইল আৰু এনেদৰে পিন্ধিবলৈ আৰম্ভ কৰে সোণৰ চেইন৷

২০১৪ চনত এক শপতনামাত উল্লেখ কৰা অনুসৰি বাপ্পী লাহিৰীৰ ওচৰত ৩৫ লাখ মূল্যৰ সোণ আৰু প্ৰায় ২.৫ লাখ মূল্যৰ ৰূপৰ অলংকাৰ আছিল৷

তাৰোপৰি, বাপ্পী দাৰ ওচৰত থকা সোণৰ পৰিমাণতকৈও অধিক সোণ আছে তেখেতৰ পত্নীৰ ওচৰত৷ বাপ্পী লাহিৰীৰ পত্নী চিত্ৰানীৰ লগত আছে ৯৬৭ কিলোগ্ৰাম সোণ আৰু ৮১৯ কিলোগ্ৰাম ৰূপ আছে৷ ইয়াৰ উপৰি ৪ লাখ টকাৰ অধিক মূল্যৰ হীৰা আছে চিত্ৰানীৰ লগত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bappy lahiribollywood singer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে
জীৱনশৈলী

আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

April 14, 2026
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল
জীৱনশৈলী

ৰঙালীত পাব ৪ ৰাশিৰ ব্যক্তিয়ে ভাল খবৰ, জানো আহক দৈনিক ৰাশিফল

April 14, 2026
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?
জীৱনশৈলী

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

April 13, 2026
Next Post
শীতৰ শেষ সৰাপাত’ , ৰোগগ্ৰস্ত কবিৰ শেষ আশা জীৱন বলুকাত এটি খোজ ধৰি ৰখাৰ…

শীতৰ শেষ সৰাপাত’ , ৰোগগ্ৰস্ত কবিৰ শেষ আশা জীৱন বলুকাত এটি খোজ ধৰি ৰখাৰ...

তালিবানৰ আসুৰিক যৌনতা : ইছলাম ত্যাগ আফগান মহিলাৰ

তালিবানৰ আসুৰিক যৌনতা : ইছলাম ত্যাগ আফগান মহিলাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.