• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন গাৰ্গৰ স্মৃতিত পশ্চিমবংগৰ কোচবিহাৰত নিৰ্মাণ কৰা হ’ব সু-উচ্চ মূৰ্তি, জুবিন গাৰ্গৰ স্মৃতিত কেইবাটাও উল্লেখনীয় সিদ্ধান্ত চুবুৰীয়া ৰাজ্যৰ

7 months ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

8 minutes ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

30 minutes ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

55 minutes ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

1 hour ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

2 hours ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

3 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

4 hours ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

5 hours ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

6 hours ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

7 hours ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুবিন গাৰ্গৰ স্মৃতিত পশ্চিমবংগৰ কোচবিহাৰত নিৰ্মাণ কৰা হ’ব সু-উচ্চ মূৰ্তি, জুবিন গাৰ্গৰ স্মৃতিত কেইবাটাও উল্লেখনীয় সিদ্ধান্ত চুবুৰীয়া ৰাজ্যৰ

জুবিন গাৰ্গৰ স্মৃতিত পশ্চিমবংগৰ কোচবিহাৰত নিৰ্মাণ কৰা হ’ব সু-উচ্চ মূৰ্তি, জুবিন গাৰ্গৰ স্মৃতিত কেইবাটাও উল্লেখনীয় সিদ্ধান্ত চুবুৰীয়া ৰাজ্যৰ

editor by editor
September 27, 2025
in জীৱনশৈলী
0
জুবিন গাৰ্গৰ স্মৃতিত পশ্চিমবংগৰ কোচবিহাৰত নিৰ্মাণ কৰা হ’ব সু-উচ্চ মূৰ্তি, জুবিন গাৰ্গৰ স্মৃতিত কেইবাটাও উল্লেখনীয় সিদ্ধান্ত চুবুৰীয়া ৰাজ্যৰ
0
SHARES
494
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯ ছেপ্টেম্বৰ শুকুৰবাৰে অসমে হেৰুৱাইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক৷ জুবিন গাৰ্গৰ মৃত্যুত শোকাহত হৈ আছে অসমবাসী৷ প্ৰিয় শিল্পীৰ মৃত্যুত ৰহস্যৰো সন্ধান পাইছে বহুজনে৷ ৰাজ্যজুৰি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ’ব পাৰে বুলি প্ৰতিবাদো অব্যাহত আছে৷ জুবিন গাৰ্গৰ মৃত্যুৰ লগে লগেই শেষ হৈছে এক সংগীতৰ অধ্যায়ো৷ জুবিনৰ মৃত্যুক লৈ দেশ বিদেশৰ বিভিন্নজনে বিভিন্ন ধৰণে শোকপ্ৰস্তাৱো গ্ৰহণ কৰিছে৷ শেহতীয়াকৈ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ চহৰত জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ মূৰ্তি স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে৷ কোচবিহাৰ চহৰ, কোচবিহাৰ জিলাৰ সদৰ চহৰত এই মূৰ্তি স্থাপন কৰা হ’ব৷

কোচবিহাৰ পৌৰসভাত চেয়াৰমেন ৰবীন্দ্ৰনাথ ঘোষে ইণ্ডিয়ান এক্সপ্ৰেছক দিয়া এক সাক্ষাৎকাৰত এই কথা স্পষ্ট কৰিছে৷ ইণ্ডিয়ান এক্সপ্ৰেছক জনায়, ‘জুবিন গাৰ্গ উত্তৰ পূৱ ভাৰতৰ সংস্কৃতিৰ প্ৰতীক আৰু কোচবিহাৰৰ সৈতেও জুবিনৰ সামাজিক আৰু সাংস্কৃতিক যোগসূত্ৰ আছে৷ তেওঁ বহুবাৰ কোচবিহাৰত গীত পৰিবেশনৰ বাবে আহিছে৷ সৰ্বশেষ পাৰ্ফৰমেন্স আছিল ২০১৮ চনত৷ কোচবিহাৰৰ মানুহেও তেওঁক শ্ৰদ্ধা কৰে ভালপায়৷ আমি ৰাসত এইবাৰ তেওঁৰ স্মৃতিক উৎসৰ্গা কৰাৰ বাবে এখন মঞ্চ তেওঁৰ নামত ৰখাৰ সিদ্ধান্ত লৈছো৷ মেলাত সৰ্বত্ৰ তেওঁৰ ছবি আৰু কাট আউট থাকিব৷ আমি তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিম আৰু কোচবিহাৰত তেওঁৰ মূৰ্তি স্থাপনৰো অনুমতি বিচাৰিম৷’

প্ৰতিবছৰে নৱেম্বৰ মাহত আয়োজিত ২০ দিনীয়া ৰাস মহোৎসৱত লক্ষাধিক মানুহে অংশগ্ৰহণ কৰে৷ জুবিনে তাতেই লোকসংগীত পৰিবেশনো কৰিছে৷ সেয়ে জুবিনৰ সৈতে এই ৰাস মহোৎসৱৰো বিশেষ যোগসূত্ৰ আছে৷ জুবিনে তাৰেই লোকসংগীত কান্দে কানাই গীতটিত সুৰ প্ৰদান কৰিছিল৷ তেওঁ লগতে জনাই যে, জুবিনৰ মৃত্যুৰ সমগ্ৰ কোচবিহাৰ আজি শোকস্তব্ধ৷ গায়কগৰাকীৰ মৃত্যুৰ সঠিক তদন্ত হওক৷ অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই SIT টিম গঠন কৰিছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?
জীৱনশৈলী

May 7, 2026
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!
জীৱনশৈলী

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

May 7, 2026
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!
জীৱনশৈলী

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

May 7, 2026
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!
জীৱনশৈলী

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

May 7, 2026
Next Post
শীঘ্ৰে অসমলৈ আহিব শ্যামকানু মহন্ত, আজিয়েই অসমলৈ আহিব নেকি শ্যামকানু?

নৱমীৰে আৰম্ভ হ’ব অক্টোবৰ মাহ! লাকী কোন কোন ৰাশি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন