• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানেনে, আপুনি চিনি পোৱা এ আৰ ৰহমান পূৰ্বে আছিল দিলীপ কুমাৰ, নাম সলনিৰ পাছৰ কাহিনী কি

জানেনে, আপুনি চিনি পোৱা এ আৰ ৰহমান পূৰ্বে আছিল দিলীপ কুমাৰ, নাম সলনিৰ পাছৰ কাহিনী কি

1 year ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

4 minutes ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

26 minutes ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

1 hour ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

2 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

4 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

4 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

5 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

5 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

6 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

6 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

7 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জানেনে, আপুনি চিনি পোৱা এ আৰ ৰহমান পূৰ্বে আছিল দিলীপ কুমাৰ, নাম সলনিৰ পাছৰ কাহিনী কি

editor by editor
November 20, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
জানেনে, আপুনি চিনি পোৱা এ আৰ ৰহমান পূৰ্বে আছিল দিলীপ কুমাৰ, নাম সলনিৰ পাছৰ কাহিনী কি
0
SHARES
86
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জানেনে, আপুনি চিনি পোৱা এ আৰ ৰহমান পূৰ্বে আছিল দিলীপ কুমাৰ, নাম সলনিৰ পাছৰ কাহিনী কি

অস্কাৰ বিজয়ী সংগীতকাৰ তথা গায়ক এ আৰ ৰহমান বৰ্তমান সময়ত সংবাদ মাধ্যমৰ বাতৰিৰ শিৰোনামত। ২৯ বছৰীয়া বিবাহ বিচ্ছেদৰ খবৰ বৰ্তমানে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এ আৰ ৰহমান। কোনোদিনে পৰিয়ালৰ লোকক কেমেৰাৰ আগলৈ ননা, ব্যক্তিগত জীৱন সদায়ে লাইমলাইটৰ পৰা আঁতৰাই ৰখা এ আৰ ৰহমানৰ খবৰে এতিয়া সকলোফালে চৰ্চিত।

এ আৰ ৰহমানৰ জন্ম ৬ জানুৱাৰী ১৯৬৬ চনত চেন্নাইত জন্ম হৈছিল ৰহমানৰ। জন্মতে তেখেতৰ নাম আছিল দিলীপ কুমাৰ। যি কথা হয়তো বহু লোকেই নাজানে। বা তেখেতৰ এই নাম সলনিৰ কাৰণ হয়তো নাজানে।

প্ৰথমাৱস্থাত হিন্দু ধৰ্মৰ হলেও পাছলৈ এগৰাকী ছুফী লোকৰ পৰামৰ্শ অনুসৰি হিন্দুৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। আৰু নিজৰ নাম দিলীপ কুমাৰৰ পৰা আল্লাহ ৰকখা ৰহমান (Allah Rakha Rahman) কৰি লৈছিল।

তেওঁৰ এই যাত্ৰা কেৱল ব্যক্তিগত নাছিল, নতুন পৰিচয় লৈ সংগীত জগতত প্ৰৱেশ কৰি আজি বিশ্বৰ শ্ৰেষ্ঠ সংগীতজ্ঞৰ ভিতৰত অন্যতম হৈ পৰিছে।

ৰহমানৰ পিতৃ আৰ কে শেখৰ মালয়ালম ছবিৰ সুৰকাৰ আছিল। অৱশ্যে ৰহমানৰ শৈশৱ সংগ্ৰামেৰে ভৰা আছিল। মাত্ৰ ৯ বছৰ বয়সতে পিতৃক হেৰুৱাই পৰিয়ালটোৱে গভীৰ আৰ্থিক দুৰ্দশাৰ সন্মুখীন হ’বলগীয়া হৈছিল। পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছিল যে এসাঁজ খাদ্যৰ বাবে ঘৰৰ বাদ্যযন্ত্ৰবোৰো এটা এটাকৈ বিক্ৰী কৰিবলগীয়া হৈছিল। কিন্তু এই অসুবিধাবোৰে ৰহমানক ভাঙি পেলোৱাৰ পৰিৱৰ্তে তেওঁক অধিক শক্তিশালীহে কৰি তুলিছিল।

ৰহমানৰ বয়স ১১ বছৰ বয়সত শৈশৱৰ বন্ধু শিৱমণিৰ সৈতে মিলি ‘ৰহমান বেণ্ড ৰুটছ’ত নামৰ গ্ৰুপ খুলি চিন্থেচাইজাৰ বাদ্যযন্ত্ৰ বজাবলৈ আৰম্ভ কৰিছিল। পাছলৈ তেঁওলোকে চেন্নাইৰ বিখ্যাত বেণ্ড ‘নেমেছিছ এভিনিউ’ও প্ৰতিষ্ঠা কৰিছিল।

লণ্ডনৰ ট্ৰিনিটি কলেজৰ পৰা বৃত্তি লাভ কৰাৰ পাছত ৰহমানৰ সংগীতৰ ভাবমূৰ্তি আৰু অধিক উন্নত হয়। তাতেই তেওঁ পশ্চিমীয়া শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰে, যাৰ ফলত তেওঁৰ সংগীতৰ বৈচিত্ৰ্য আৰু গভীৰতা আহি পৰে।

সংগীত জগতত আত্মপ্ৰকাশ কৰাৰ পিছত ৰহমানে ১৯৯২ চনত চলচ্চিত্ৰ পৰিচালক মণিৰত্নমৰ ছবি ‘ৰোজা’ৰ জৰিয়তে প্ৰথম ছবি লাভ কৰে। এই ছবিখনৰ সংগীতে ৰহমানক ৰাতিটোৰ ভিতৰতে তাৰকাত পৰিণত কৰি তোলে। প্ৰথমখন ছবিৰ বাবে তেওঁক ফিল্মফেয়াৰ বঁটাৰে সন্মানিত কৰা হয়। ইয়াৰ পিছত ৰহমানে নিজৰ সংগীত শৈলীৰে বলীউডৰ পৰা হলিউডলৈ এক বিশেষ স্থান ৰাখে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: A R RahmanDilip Kumar Vs A R rahmanIndian MusicMusician
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!
জীৱনশৈলী

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

March 27, 2026
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?
জীৱনশৈলী

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

March 27, 2026
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?
বিনোদন

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

March 27, 2026
Next Post
‘শ্ৰীভূমি’ত আনন্দ উল্লাহ, বহু বছৰৰ মূৰকত পূৰণ হ’ল ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৰ্ণনা

'শ্ৰীভূমি'ত আনন্দ উল্লাহ, বহু বছৰৰ মূৰকত পূৰণ হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৰ্ণনা

পিশাচ যোগ লগতে শনি-ৰাহুৰ মিলনে নতুন বছৰত বিপদ কঢ়িয়াই আনিব ৩ ৰাশি জীৱনলৈ

পিশাচ যোগ লগতে শনি-ৰাহুৰ মিলনে নতুন বছৰত বিপদ কঢ়িয়াই আনিব ৩ ৰাশি জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.