• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘শ্ৰীভূমি’ত আনন্দ উল্লাহ, বহু বছৰৰ মূৰকত পূৰণ হ’ল ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৰ্ণনা

‘শ্ৰীভূমি’ত আনন্দ উল্লাহ, বহু বছৰৰ মূৰকত পূৰণ হ’ল ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৰ্ণনা

2 years ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

5 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

6 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

7 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

7 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

7 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

8 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

8 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

9 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

9 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

11 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

11 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

‘শ্ৰীভূমি’ত আনন্দ উল্লাহ, বহু বছৰৰ মূৰকত পূৰণ হ’ল ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৰ্ণনা

editor by editor
November 20, 2024
in উত্তৰ-পূব, গুৱাহাটী
0
‘শ্ৰীভূমি’ত আনন্দ উল্লাহ, বহু বছৰৰ মূৰকত পূৰণ হ’ল ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৰ্ণনা
0
SHARES
174
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘শ্ৰীভূমি’ত আনন্দ উল্লাহ, বহু বছৰৰ মূৰকত পূৰণ হ’ল ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৰ্ণনা

পোৰ্ট ব্লেয়াৰ গুচি শ্ৰী বিজয়া পুৰম হোৱাৰ পাছত এইবাৰ অসমৰো এখন জিলাৰ নাম সলনি। কৰিমগঞ্জ হলগৈ ‘শ্ৰীভূমি’। এতিয়াৰে পৰা সকলো কাগজে পত্ৰই , সকলো কামতে কৰিমগঞ্জ ‘শ্ৰীভূমি’ বুলি জনা যাব।

এক সংবাদমেলত এই বিষয়ে কালি ১৯ নৱেম্বৰ তাৰিখে সদৰি কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই নাম সলনিৰ কথা উল্লেখ কৰি তেখেতে কয়- ১০০ বছৰ পূৰ্বে ‘কবিগুৰু’ ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিমগঞ্জ জিলাক ‘শ্ৰীভূমি’ বুলি বৰ্ণনা কৰিছিল। অৰ্থাৎ মা লক্ষ্মীৰ ভূমি। অসম কেবিনেটে আমাৰ মানুহৰ এই দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিছে।

অসমৰ মুখ্যমন্ত্ৰীয়ে এখন ছবি শ্বেয়াৰ কৰি কয় যে কৰিমগঞ্জক শ্ৰীভূমি নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্তই ” জিলাখনৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাক প্ৰতিফলিত কৰিব”। লগতে ইয়াকো কয় যে, পাছলৈ পৰ্যায়ক্ৰমে অসমৰ বহু গাঁও আৰু অঞ্চলৰ নামো সলনি কৰা হ’ব।

বৰ্তমানে কৰিমগঞ্জ গুচি ‘শ্ৰীভূমি’ হোৱা জিলাত জনতাৰ মাজত আনন্দ উল্লাহ দেখা পোৱা গৈছে। ফটকা ফুটাই বহু ঠাইত সুখ ব্যক্ত কৰিছে ‘শ্ৰীভূমি’ৰ জনতাই।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ছেপ্টেম্বৰ মাহত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী প’ৰ্ট ব্লেয়াৰৰ নাম সলনি কৰি শ্ৰী বিজয়া পুৰম নামেৰে নামাকৰণ কৰিছিল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঔপনিৱেশিক ছাপৰ পৰা মুক্ত কৰাৰ দৃষ্টিভংগী” বাস্তৱায়িত কৰিবলৈ এই কাম কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam karimgangeKarimgange now Shree BhumiShree Bhumi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন
অসম

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

August 21, 2026
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?
ভাৰত

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

August 21, 2026
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’
অসম

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

August 20, 2026
Next Post
পিশাচ যোগ লগতে শনি-ৰাহুৰ মিলনে নতুন বছৰত বিপদ কঢ়িয়াই আনিব ৩ ৰাশি জীৱনলৈ

পিশাচ যোগ লগতে শনি-ৰাহুৰ মিলনে নতুন বছৰত বিপদ কঢ়িয়াই আনিব ৩ ৰাশি জীৱনলৈ

হায়ৰে সমাজ! থিয়েটাৰ চোৱাৰ বাবেই বস্ত্ৰনগৰীত এঘৰীয়া হ’ল শিক্ষকৰ পৰিয়াল

হায়ৰে সমাজ! থিয়েটাৰ চোৱাৰ বাবেই বস্ত্ৰনগৰীত এঘৰীয়া হ'ল শিক্ষকৰ পৰিয়াল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.