• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰলোকত অৱতৰণৰ বাবে কিয় বুধবাৰৰ সন্ধিয়াকেই বাছি লৈছে ইছৰোই? ৰহস্য লুকাই আছে দিন ৰাতিৰ হিচাপত

চন্দ্ৰলোকত অৱতৰণৰ বাবে কিয় বুধবাৰৰ সন্ধিয়াকেই বাছি লৈছে ইছৰোই? ৰহস্য লুকাই আছে দিন ৰাতিৰ হিচাপত

3 years ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

1 hour ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

2 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

3 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

4 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

4 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

5 hours ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

5 hours ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

6 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

7 hours ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

7 hours ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

8 hours ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

চন্দ্ৰলোকত অৱতৰণৰ বাবে কিয় বুধবাৰৰ সন্ধিয়াকেই বাছি লৈছে ইছৰোই? ৰহস্য লুকাই আছে দিন ৰাতিৰ হিচাপত

editor by editor
August 23, 2023
in প্ৰযুক্তি, বিজ্ঞান, ভাৰত
0
চন্দ্ৰলোকত অৱতৰণৰ বাবে কিয় বুধবাৰৰ সন্ধিয়াকেই বাছি লৈছে ইছৰোই? ৰহস্য লুকাই আছে দিন ৰাতিৰ হিচাপত
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাত্ৰ কেইটামান ঘণ্টা হাতত। আৱেগ, উদ্বেগ সামৰি দেশবাসীয়ে প্ৰহৰ গণিছে। বুধবাৰে সন্ধিয়া চন্দ্ৰপৃষ্ঠত নামিব চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে। সন্ধিয়া ৬বাজি ৪ মিনিটত লেণ্ডাৰখনে চন্দ্ৰপৃষ্ঠত নামিব। আৰু লেণ্ডাৰখন নমাৰ পাছতেই বিক্ৰমৰ ভিতৰৰ পৰা ওলাই আহিব প্ৰজ্ঞান। কিন্তু চন্দ্ৰপৃষ্ঠত বুধবাৰেই কিয় নামিব লেণ্ডাৰ বিক্ৰম? ভাৰতীয় মহাকাশ সংস্থাই কিয় বুধবাৰৰ দিনটোৱেই বাছি ল’লে লেণ্ডাৰখন অৱতৰণৰ বাবে?

ইছৰোৰ বিজ্ঞানীৰ চন্দ্ৰযান-৩ৰ সফল অৱতৰণ হ’বই। লেণ্ডাৰখনক নমাবৰ বাবে ২৩ আগষ্ট দিনটো বহু ভাৱি গুনীয়েই বাছি লৈছে ইছৰোৰ বিজ্ঞানীৰ দলে? চন্দ্ৰলোকত অৱতৰণৰ পাছতেই লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানে বাকী অভিযান আগুৱাই নিব। ইয়াৰ বাবে ব্যৱহাৰ হ’ব সৌৰশক্তি। ইফালে পৃথিৱীৰ ১৪ দিনত চন্দ্ৰত এদিন হয়। ইফালে চন্দ্ৰতো ১৪ দিন পোহৰ আৰু ১৪ দিন ৰাতি হৈ থাকে। ৰাতি হৈ থকা ১৪ দিনত চন্দ্ৰপৃষ্ঠত অভিযান চলোৱা সম্ভৱ নহয়। সেয়ে পোহৰ হৈ থকা ১৪ দিনতেই অভিযান চলাব ইছৰোই। সেয়ে ২৩ আগষ্ট বুধবাৰৰ দিনটো অভিযানৰ বাবে বাছি ল’লে ইছৰোই। কাৰণ এতিয়া চন্দ্ৰত পোহৰ হৈ আছে।

ইছৰোয়ে যানখন পঠিওৱাৰ পূৰ্বেই সকলো হিচাপ কৰি লৈছে। কাৰণ ২২ আগষ্টলৈ চন্দ্ৰত ৰাতি হৈয়েই আছিল। ২৩ আগষ্টৰ পৰা আকৌ দিন হৈছে চন্দ্ৰত। সেয়ে ২৩ আগষ্টতেই চন্দ্ৰৰ দক্ষিণ মেৰুত নামিব লেণ্ডাৰ বিক্ৰম। এই সময়ত সূৰ্যৰ পোহৰে উজলাই ৰাখিব চন্দ্ৰপৃষ্ঠ। ২৩ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈকে পোহৰ পৰি থাকিব চন্দ্ৰপৃষ্ঠত। ফলত সৌৰশক্তিৰ ব্যৱহাৰ কৰি নিজৰ কাম কৰিব বিক্ৰমৰ পৰা ওলাই অহা প্ৰজ্ঞানে।

ইছৰোৰ প্ৰাক্তন ডাইৰেক্টৰ প্ৰমোদ কালৰ মতে, চন্দ্ৰৰ দক্ষিণ মেৰুৰ তাপমাত্ৰা মাইনাছ ২৩০ ডিগ্ৰী পৰ্যন্ত নামি যায়। আন্ধাৰত ঠাণ্ডাও বাঢ়ি যায়। তীব্ৰ শীতত দক্ষিণ মেৰুত চন্দ্ৰযানে অভিযান চলাব নোৱাৰে। সেয়ে চন্দ্ৰযান অৱতৰণৰ বাবে এই সময়েই বাছি লৈছে চন্দ্ৰযান-৩য়ে। পৰিকল্পনা মতেই সকলো আগবাঢ়িছে। বিক্ৰম বিজ্ঞানীৰ কাঢ়া নজৰত আছে। বিক্ৰম সঠিক সময়তেই অৱতৰণ কৰিব বুলি আত্মবিশ্বাসী এতিয়া চন্দ্ৰযান-৩ৰ সৈতে জড়িত প্ৰতিজন বিজ্ঞানীয়েই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!
প্ৰযুক্তি

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

March 29, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

March 29, 2026
Next Post
চন্দ্ৰযান-২ আৰু চন্দ্ৰযান-৩ উৎক্ষেপণত নিধি জড়িত হৈ আছে, ইছৰোৰ বিজ্ঞানী অসমৰ বোৱাৰী নিধি শৰ্মাৰ কথা আজিও নাজানে বহুতেই

চন্দ্ৰযান-২ আৰু চন্দ্ৰযান-৩ উৎক্ষেপণত নিধি জড়িত হৈ আছে, ইছৰোৰ বিজ্ঞানী অসমৰ বোৱাৰী নিধি শৰ্মাৰ কথা আজিও নাজানে বহুতেই

চন্দ্ৰত যান পঠিয়াই দেশৰ কি লাভ? চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পাছত কেনেকৈ কাম কৰিব প্ৰজ্ঞানে? ইছৰোৰ মূল উদ্দেশ্য কি?

চন্দ্ৰত যান পঠিয়াই দেশৰ কি লাভ? চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পাছত কেনেকৈ কাম কৰিব প্ৰজ্ঞানে? ইছৰোৰ মূল উদ্দেশ্য কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.