• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় কাজলে কোনোদিনে পিতৃ কিম্বা মাতৃৰ উপাধী গ্ৰহণ নকৰিলে

কিয় কাজলে কোনোদিনে পিতৃ কিম্বা মাতৃৰ উপাধী গ্ৰহণ নকৰিলে

1 year ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

1 hour ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

2 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

3 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

4 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

4 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

5 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

6 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

7 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

8 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিয় কাজলে কোনোদিনে পিতৃ কিম্বা মাতৃৰ উপাধী গ্ৰহণ নকৰিলে

editor by editor
April 11, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কিয় কাজলে কোনোদিনে পিতৃ কিম্বা মাতৃৰ উপাধী গ্ৰহণ নকৰিলে
0
SHARES
593
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিয় কাজলে কোনোদিনে পিতৃ কিম্বা মাতৃৰ উপাধী গ্ৰহণ নকৰিলে

বলীউডৰ অন্যতম অভিনেত্ৰী কাজল আজিৰ দিনটো এগৰাকী সফল তথা আগশাৰীৰ অভিনেত্ৰী। ৫০ বছৰীয়া কাজলে বিগত তিনিটা দশক ধৰি বলীউডত ৰাজ কৰি আহিছে। ১৯৯২ চনত কমল সদনা অভিনীত ছবি বেখুদীৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰা কাজলে আৰু কোনোদিনে পিছলৈ উভতি চাব লগা নহল।

মাতৃ তনুজাৰ দৰেই কাজল হিন্দী চিনেমাৰ এগৰাকী সফল অভিনেত্ৰী। কাজলে অভিনয় উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে। মাতৃ বলীউডৰ এগৰাকী সফল অভিনেত্ৰী হোৱাৰ লগতে পিতৃ শ্বোমু মুখাৰ্জীও চিনেমাৰ সৈতে জড়িত আছিল। কাজলৰ সমগ্ৰ পিতৃ তথা মাতৃৰ পৰিয়াল চিনেমাত সক্ৰিয় আছিল।

কিন্তু ইমানৰ পিছতো কাজলে বলীউডত প্ৰৱেশ কৰিবলৈ কাৰোৰে সহায় লোৱা নাছিল। বৰঞ্চ কাকোকে নিজৰ প্ৰকৃত পৰিচয় নিদিবৰ বাবে নিজৰ উপাধীয়ো ব্যৱহাৰ কৰা নাছিল। নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলত কাজলে আজিৰ দিন পাইছে।

অভিনয়ৰ দিনত বহুতেই প্ৰশ্ন কৰিছিল ইমান ডাঙৰ মুখাৰ্জী পৰিয়ালৰ দুহিতা হৈয়ো কিয় কাজলে সেই উপাধী গ্ৰহণ কৰা নাছিল। পিতৃৰ সৈতে কিবা মনোমালিন্য আছিল বুলি ভাবিছিল বহুতেই। কিন্তু কাজলে কোৱা অনুসৰি সকলোতকৈ অধিক প্ৰেম পিতৃৰ সৈতেই আছিল। মাতৃ তনুজাত কৈ পিতৃ শ্বমুৰ অধিক কাষ চাপিছিল কাজল।

কিন্তু বলীউডত আহিবলৈ কাৰোৰে সহায় বিচৰা নাছিল কাজলে। সকলো নিজৰ দমত কৰিব বিচাৰিছিল। এই ক্ষেত্ৰত কাজলে নিজেই কৈছে- মই নিজৰ প্ৰতি সঁচা হ’ব বিচাৰিছিলো আৰু উত্তৰাধিকাৰৰ কোনো বোজা বিচৰা নাছিলো। সেইবাবেই মই ভাবিছিলো যে যদি মই মোৰ উপাধিটো আঁতৰাই কেৱল কাজল নামেৰে বলীউডলৈ যাওঁ, তেন্তে মোৰ ওপৰত কোনো হেঁচা নাথাকিব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodBollywood MoviekajolKajol Actress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

October 6, 2026
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?
অসম

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

October 6, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

October 6, 2026
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!
জীৱনশৈলী

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

October 6, 2026
Next Post
গণিত নে জ্যোতিষ, প্ৰথমে কি আহিছিল? ইতিহাসে কি কয় ?

গণিত নে জ্যোতিষ, প্ৰথমে কি আহিছিল? ইতিহাসে কি কয় ?

২ আৰু ৭ মে’ত কেইবাখনো জিলাত স্থানীয় বন্ধ ঘোষণা প্ৰশাসনৰ

২ আৰু ৭ মে'ত কেইবাখনো জিলাত স্থানীয় বন্ধ ঘোষণা প্ৰশাসনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.