• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

1 month ago
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

48 minutes ago
আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

1 hour ago
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

3 hours ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

10 hours ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

11 hours ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

11 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

12 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

12 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

13 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

14 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

15 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

iPhone Duo ইমান ব্যয়বহুল কিয়, ভাৰতত কিমান কৰ লোৱা হ'ব?

editor by editor
September 11, 2026
in বাণিজ্য, বিবিধ, লেখা
0
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Apple এ ভাৰতত প্ৰথমটো ফল্ডেবল আইফোন ডুঅ’ মুকলি কৰিছে। ইয়াৰ আৰম্ভণি মূল্য ২৫৬জিবি মডেলৰ বাবে ২৯৯,৯০০ টকা। 2TB ষ্ট’ৰেজৰ সৈতে টপ-অফ-দ্য-লাইন মডেলৰ মূল্য ৪৪৯,৯০০ টকা। আমেৰিকাত আইফোন ডুঅ’ৰ মূল্য ১,৯৯৯ ডলাৰৰ পৰা আৰম্ভ হয়, যাৰ অৰ্থ হ’ল ভাৰতীয় মুদ্ৰাত প্ৰায় ১.৯০ লাখ টকা। এতিয়া একাংশ আইফোন প্ৰেমীৰ বাঢ়িছে চিন্তা, কিয়নো তেওঁলোকে আইফোন ডুঅ’ ক্ৰয় কৰিব নে অন্য ঘৰৰ লাগতিয়াল সামগ্ৰী ক্ৰয় কৰিব! কিয়নো এই ফোনটোৰ মূল্যত আপুনি ঘৰৰ ফ্ৰিজ, ৱাচিং মেচিন, টিভি সকলো ক্ৰয় কৰিব পাৰিব, নহ’লে আপুনি চাৰিচকীয়া বাহনো ক্ৰয় কৰিব পাৰিব।

বজাৰত এই ফোনটো মুকলিৰ লগে লগে একাংশই সামাজিক মাধ্যমত বিভিন্ন meme  শ্বেয়াৰ কৰি আছে। প্ৰথম দৃষ্টিত আইফোন ডুঅ’ৰ দাম আমেৰিকাতকৈ ভাৰতত প্ৰায় ৫৮% বেছি যেন লাগে। অৱশ্যে দুয়োখন দেশৰ তালিকা মূল্য তুলনা কৰিলেই সম্পূৰ্ণ ছবিখন পোহৰলৈ নাযায়। ভাৰতীয় কৰ আৰু বিদেশৰ পৰা ফোনটো আমদানি কৰাৰ খৰচৰ কথা লক্ষ্য কৰিলে মূল্যৰ পাৰ্থক্য বহু পৰিমাণে কমি যায়।

আমেৰিকাৰ মূল্যত কৰো অন্তৰ্ভুক্ত

ভাৰত আৰু আমেৰিকাত আইফোনৰ দাম তুলনা কৰিলে প্ৰথমে কৰ সম্পৰ্কে বুজাটো গুৰুত্বপূৰ্ণ। আমেৰিকাত এপলৰ উল্লেখিত মূল্য ১,৯৯৯ ডলাৰত বিক্ৰী কৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই। ৰাজ্য অনুসৰি কৰ বেলেগ বেলেগ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকাত বিক্ৰী কৰ ৬%ৰ পৰা ১০%লৈকে হ’ব পাৰে। ফলস্বৰূপে তাত ফোনটো ক্ৰয় কৰাৰ প্ৰকৃত খৰচ প্ৰায় ২২০০ ডলাৰ হ’ব পাৰে। আনহাতে, ভাৰতত আইফোন ডুঅ’ৰ মূল্য ২৯৯,৯০০ টকাত ইতিমধ্যে ১৮% জি এছ টি অন্তৰ্ভুক্ত কৰা হৈছে।

বৰ্তমান ভাৰতলৈ আইফোন ডুঅ’ৰ আমদানি

এপলে বিগত কেইবছৰমানৰ পৰা ভাৰতত বৃহৎ পৰিসৰত আইফোন নিৰ্মাণ কৰি আহিছে। আমদানি ব্যয় কম হোৱাৰ ফলত ভাৰতত নিৰ্মিত আইফোন মডেলৰ দাম কম ৰখাটো সহজ হৈ পৰে। অৱশ্যে আইফোন ডুঅ’ৰ ক্ষেত্ৰত পৰিস্থিতি বেলেগ। এয়া এপলৰ প্ৰথমটো ভাঁজ কৰিব পৰা আইফোন আৰু বৰ্তমান ইয়াক সম্পূৰ্ণ একত্ৰিত ইউনিট হিচাপে ভাৰতলৈ আমদানি কৰা হৈছে। ভাঁজ কৰিব পৰা ফোন নিৰ্মাণৰ প্ৰযুক্তিও নিয়মীয়া স্মাৰ্টফোনতকৈ অধিক জটিল। পৰ্দা, হিঞ্জ, আৰু অন্যান্য উপাদানসমূহ নিৰ্মাণ কৰিবলৈ বহুত বেছি নিখুঁততাৰ প্ৰয়োজন। ইয়াৰ উপৰিও ভাৰতলৈ আমদানি কৰা আইফোন ডুঅ’ৰ ওপৰত ২৮% আমদানি শুল্ক আৰোপ কৰিব পাৰি। ভাৰতত এই ফোনটোৰ স্থানীয় উৎপাদন আৰম্ভ কৰিবলৈ এপলে কিছু সময় লাগিব পাৰে।

কৰ আৰু শুল্ক আঁতৰাই দিলে কিমান পাৰ্থক্য আহিব?

ভাৰতত আইফোন ডুঅ’ৰ ২৯৯,৯০০ টকা মূল্যৰ পৰা যদি ১৮% জিএছটি আঁতৰাই দিয়া হয় তেন্তে প্ৰায় ২৫৪,১৫৩ টকা হয়। আনুমানিক ২৮% আমদানি শুল্ক বাদ দিলে ইয়াৰ মূল্য প্ৰায় ১৯৮,৫৫৭ টকা হয়, যিটো প্ৰায় ২,০৮৭ ডলাৰৰ সমতুল্য। ইফালে, আমেৰিকাত ইয়াৰ তালিকা মূল্য ১,৯৯৯ ডলাৰ। অৰ্থাৎ কৰ আৰু আমদানিৰ খৰচ বাদ দিয়াৰ পিছত দুয়োখন দেশৰ মাজত প্ৰাৰম্ভিক পাৰ্থক্য মাত্ৰ প্ৰায় ৮৮ ডলাৰ। কিন্তু এইটো এটা আনুমানিক গণনা, আৰু এপলৰ যোগান শৃংখল আৰু কৰ গাঁথনিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰকৃত খৰচ ভিন্ন হ’ব পাৰে।

ইয়াৰ পিছত আইফোন ডুঅ’ সস্তা হ’ব পাৰেনে?

এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল যে ভৱিষ্যত প্ৰজন্মত আইফোন ডুঅ’ ভাৰতত সস্তা হ’বনে? ইয়াৰ মূল উত্তৰ এপলৰ স্থানীয় উৎপাদনত নিহিত হৈ আছে। যদিহে এপল আৰু ইয়াৰ উৎপাদন অংশীদাৰসকলে ভাৰতত আইফোন ডুঅ’ উৎপাদন আৰম্ভ কৰে তেন্তে আমদানিৰ কিছু খৰচ হ্ৰাস পাব পাৰে। ১৬ অক্টোবৰৰ পৰা ভাৰতত আইফোন ডুঅ’ৰ প্ৰি-অৰ্ডাৰ আৰম্ভ হ’ব, ২৩ অক্টোবৰৰ পৰা বিক্ৰী আৰম্ভ হ’ব।

(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24asom live 24 digitaliPhone DuoiPhone Duo cost
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ
অপৰাধ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

October 25, 2026
আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম
জীৱনশৈলী

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

October 25, 2026
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ
জীৱনশৈলী

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

October 25, 2026
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প
বিশ্ব

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

October 24, 2026
Next Post
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.