• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জয় শ্বাহ ICC প্রধান হোৱাটো প্ৰায় খাটাং… শ্বাহ গ’লে BCCIৰ অধ্যক্ষৰ আসনত বহিব পাৰে এজন অসমীয়া!

জয় শ্বাহ ICC প্রধান হোৱাটো প্ৰায় খাটাং… শ্বাহ গ’লে BCCIৰ অধ্যক্ষৰ আসনত বহিব পাৰে এজন অসমীয়া!

2 years ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

23 minutes ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

2 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

2 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

3 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

3 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

4 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

4 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

5 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

6 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

7 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

8 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

জয় শ্বাহ ICC প্রধান হোৱাটো প্ৰায় খাটাং… শ্বাহ গ’লে BCCIৰ অধ্যক্ষৰ আসনত বহিব পাৰে এজন অসমীয়া!

জয় শ্বাহ ICC প্রধান হোৱাটো প্ৰায় খাটাং... শ্বাহ গ’লে BCCIৰ অধ্যক্ষৰ আসনত বহিব পাৰে এজন অসমীয়া!

editor by editor
August 26, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
জয় শ্বাহ ICC প্রধান হোৱাটো প্ৰায় খাটাং… শ্বাহ গ’লে BCCIৰ অধ্যক্ষৰ আসনত বহিব পাৰে এজন অসমীয়া!
0
SHARES
547
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ICC ৰ চেয়াৰমেন হোৱাৰ দৌৰত এইবাৰ আগুৱাই আছে জয় শ্বাহ৷ বৰ্তমানৰ চেয়াৰমেন গ্ৰেগ বাৰ্কলে তৃতীয়বাৰৰ বাবে এই পদত বহিবলৈ ৰাজি নহয় বুলি প্ৰকাশ পাইছে বাতৰি৷ এই ক্ষেত্ৰত শ্বাহ যদি আই চি চি পৰবৰ্তী চেয়াৰমেন হয় তেন্তে ক্ৰিকেট বিশ্বত সৰ্বকনিষ্ঠ ICCৰ চেয়াৰমেন হ’ব জয় শ্বাহ৷  এইবাৰ ICCৰ দায়িত্ব যদি জয় শ্বাহে কান্ধ পাতি লয় তেন্তে ভাৰতীয় ক্ৰিকেট বৰ্ডৰ কি হ’ব?

বিশ্বৰ সকলোতকৈ ধনী ক্ৰিকেট বৰ্ডৰ সচিব হৈছে শ্বাহ৷ ICCলৈ লাভৰ ৭০ শতাংশ যায় ভাৰতৰ পৰা৷ ইয়াৰোপৰি ICC ফাইনেন্স এণ্ড কমাৰ্ছিয়েল এফেয়াৰ্ছ কমিটিৰো প্ৰধান শ্বাহ৷ ইয়াৰ পূৰ্বে ভাৰতৰ পৰা জগমোহন ডালমিয়া, শশাংক মনোহৰ, এন শ্ৰীনিৱাসন আৰু শৰদ পাৱাৰো ICCলৈ গৈছিল৷

ICCৰ নিৰ্বাচন কেতিয়া?

সূত্ৰৰ খবৰ অনুসৰি এইবাৰ ICCৰ নিৰ্বাচন নহ’বও পাৰে৷ যিয়ে চেয়াৰমেন পদৰ বাবে যুঁজ দিব খোজে তেওঁ ২৭ আগষ্টৰ ভিতৰত মনোনয়ন জমা দিব লাগিব৷

নতুন চেয়াৰমেনে কেতিয়াৰ পৰা দায়িত্ব ল’ব?

২০২০ চনৰ পৰা ICCৰ চেয়াৰমেন আছিল বাৰ্কলে৷ চলিত বছৰৰ নৱেম্বৰ মাহত তেওঁৰ ম্যাদ শেষ হৈছে৷ ১ ডিচেম্বৰৰ পৰা দায়িত্ব গ্ৰহণ কৰিব নতুন চেয়াৰমেনে৷

জয় শ্বাহ কিয় আগুৱাইছে?

শ্বাহে যদি মনোনয়ন জমা দিয়ে তেন্তে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হ’ব পাৰে৷ যদি শ্বাহ অবিহনে কোনোৱে মনোনয়ন জমা দিয়ে তেন্তে নিৰ্বাচন হ’ব৷ এই ক্ষেত্ৰত শ্বাহৰেই জয় হোৱাৰ সম্ভাৱনা অধিক৷ কারণ ভাৰত অবিহনে অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা ক্ৰিকেট বৰ্ডৰো সমৰ্থন জয় শ্বাহলৈকে আছে৷ ICCত মুঠ ১৭ টা ভোট আছে৷ তাৰমাজতেই ১২জন পূৰ্ণ সদস্য, ৩জন সহযোগী সদস্যই এটাকৈ ভোট দিব পাৰে৷ অৰ্থাৎ চেয়াৰমেন হ’বলৈ গ’লে ৯ টা ভোট পোৱাটো জৰুৰী৷ শ্বাহ নিৰ্বাচনত থিয় দিয়ে ভোট লাভত তেওঁৰ সমস্যা নাই৷ ৩৫ বছৰত শ্বাহে যদি আই চিচিৰ সৰ্বোচ্চ ক্ষমতালৈ আহে তেতিয়া সকলোতকৈ কম বয়সত এই পদত অধিষ্ঠিত হ’ব জয় শ্বাহ৷

ICCৰ চেয়াৰমেনৰ কাৰ্যকাল কিমান বছৰ?

ICCৰ বৰ্তমান সংবিধান অনুযায়ী, এজন চেয়াৰমেনে দুবছৰকৈ তিনিবাৰ অৰ্থাৎ মুঠ ছবছৰ দায়িত্বত থাকিব পাৰিব৷ ICCয়ে তেওঁলোকৰ সংবিধান পৰিবৰ্তন কৰিব পাৰে৷ চেয়াৰমেনৰ ম্যাদ ছবছৰ থাকিব৷ দুবছৰ কৈ তিনি বাৰৰ পৰিবৰ্তে তিনিবছৰকৈ দুবাৰ কৰিব পাৰে৷

একেলগে BCCI আৰু ICC ৰ চেয়াৰমেন হ’ব পাৰিবনে শ্বাহ?

২০১৬ চনৰ পৰা নিয়ম পৰিবৰ্তন হৈছে৷ আইচিচিৰ চেয়াৰমেন হ’বলৈ গ’লে পূৰ্বৰ পদ এৰিব লাগিব৷ অৰ্থাৎ শ্বাহ যদি আইচিচিৰ চেয়াৰমেন হয় তেন্তে বিচিচিআইৰ সচিবৰ পদ তেওঁ এৰিব লাগিব৷ ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত বৰ্ডৰ সচিব হিচাপে শ্বাহৰ ম্যাদ শেষ হৈছে৷ ICCৰ চেয়াৰমেন হ’লে তেতিয়া তেওঁ আকৌ সচিব পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব৷ অৱশ্যে BCCIয়ে জনোৱা অনুসৰি বিচিচিআইৰ সংবিধানৰ কিছু পৰিবৰ্তন হৈছে৷ ২০২৫ চনত শ্বাহৰ ম্যাদ শেষ হোৱাৰ পাছত নিয়ম মানি তিনি বছৰৰ বাবে কুলিং অফ পিৰিয়ডত থাকিব লাগিব৷ অৰ্থাৎ তিনি বছৰৰ বাবে ভাৰতৰ কোনো ক্ৰিকেট সংস্থাত থাকিব পাৰিব তেওঁ৷ কিন্তু শ্বাহ যদি ছবছৰৰ বাবে আইচিচিৰ চেয়াৰমেন হয় তেন্তে সেই ম্যাদ শেষ হোৱাৰ পাছত তেওঁ কোনো কুলিং অফ পিৰিয়ডত থাকিব নালাগে৷ সেই ক্ষেত্ৰত তেওঁ আকৌ ভাৰতীয় বৰ্ডলৈ উভতিব পাৰে৷

শ্বাহ ICCত গ’লে BCCI ৰ নতুন সচিব কোন?

এতিয়ালৈকে কাৰো নাম সন্মুখলৈ অহা নাই৷ ভাৰতীয় ক্ৰিকেট বৰ্ডৰ বেছিভাগ প্ৰশাসকৰ বয়স হৈছে৷ প্ৰাক্তন দুই সভাপতি সৌৰভ গংগোপাধ্যায় আৰু অনুৰাগ ঠাকুৰৰ সম্ভাৱনা নাই৷ কাৰণ BCCIৰ সংবিধানৰ ১৪(৭) ধাৰা অনুসৰি এজন বৰ্ডৰ সভাপতি দ্বিতীয় বাৰৰ বাবে সভাপতি পদৰ যুঁজত নামিব পাৰে৷ বহুতে বৰ্ডৰ কোষাধ্যক্ষ আশিস শেলাৰ আৰু যুটীয়া সচিব দেৱজিৎ শইকীয়াৰো সুযোগ আছে সচিব হোৱাৰ৷ নতুনসকলৰ মাজত সুযোগ আছে অভিষেক ডালমিয়াৰো৷ এতিয়াও অৱশ্যে কাৰো নাম লোৱা নাই BCCIয়ে৷ শ্বাহে পদত্যাগ কৰিলেহে নতুন নাম ঘোষণা হ’ব৷

ICCৰ চেয়াৰমেন হ’লে শ্বাহৰ চেলেঞ্জ কি কি?

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত টি-২০ বিশ্বকাপৰ আয়োজন কৰি সমালোচনাৰ মুখত পৰিছে আই চিচি৷ কলম্বোত আই চিচিৰ বৈঠকত বিশ্বকাপৰ বাজেটক লৈয়ো প্ৰশ্ন উঠিছিল৷ টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ ভৱিষ্যতক লৈয়ো উঠিছে প্ৰশ্ন৷ আইচিচিৰ চেয়াৰমেন হ’ল আৰম্ভণিতেই এই সকলো সমস্যা দূৰ কৰিব লাগিব শ্বাহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য
জীৱনশৈলী

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

March 30, 2026
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল
বিনোদন

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

March 30, 2026
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!
প্ৰযুক্তি

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

March 30, 2026
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!
জীৱনশৈলী

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

March 30, 2026
Next Post
৫ নতুন জিলা পালে লাডাখে, মোদী চৰকাৰৰ বৃহৎ ঘোষণাক লৈ কিয় সুখী নহয় সোনম ৱাংছুক?

৫ নতুন জিলা পালে লাডাখে, মোদী চৰকাৰৰ বৃহৎ ঘোষণাক লৈ কিয় সুখী নহয় সোনম ৱাংছুক?

কিয় মাজনিশা জন্মিছিল শ্ৰীকৃষ্ণ? আজিয়েই জানি থওক শ্ৰীকৃষ্ণৰ এই জন্মকাহিনী?

কিয় মাজনিশা জন্মিছিল শ্ৰীকৃষ্ণ? আজিয়েই জানি থওক শ্ৰীকৃষ্ণৰ এই জন্মকাহিনী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.