• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কংগ্ৰেছত যোগ দিব প্ৰশান্ত কিশোৰে! জল্পনা কল্পনাই কি কয়?

কংগ্ৰেছত যোগ দিব প্ৰশান্ত কিশোৰে! জল্পনা কল্পনাই কি কয়?

4 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

48 minutes ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

1 hour ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

2 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

3 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

4 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

4 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

5 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

6 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

6 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

7 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

8 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কংগ্ৰেছত যোগ দিব প্ৰশান্ত কিশোৰে! জল্পনা কল্পনাই কি কয়?

editor by editor
April 16, 2022
in ভাৰত, ৰাজনীতি
0
কংগ্ৰেছত যোগ দিব প্ৰশান্ত কিশোৰে! জল্পনা কল্পনাই কি কয়?
0
SHARES
134
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে সঁচাকৈয়ে কংগ্ৰেছত যোগদান কৰিব নেকি? শনিবাৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব ছোনিয়া গান্ধী, ৰাহুল আৰু কেচি বেণুগোপালৰ সৈতে এখন বৈঠকত অংশ গ্ৰহণ কৰিব বুলি ৰাজনৈতিক মহলত জল্পনা-কল্পনা চলি আছে।

চলিত বছৰতে গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ইফালে ২০২৪ চনত অনুষ্ঠিত হ’ব লোকসভাৰ সাধাৰণ নিৰ্বাচন।

ইফালে ইটোৰ পিছত সিটো নিৰ্বাচনত শোচনীয় প্ৰদৰ্শন অব্যাহত ৰখাৰ পিছতে কংগ্ৰেছ দলৰ মাজতে বিদ্ৰোহৰ উকমুকনিৰ সৃষ্টি হৈছে৷ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কংগ্ৰেছক সংকটৰ পৰা উদ্ধাৰৰ কৰিবলৈ বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰিলেও সেয়া কাৰ্যক্ষেত্ৰত ব্যৰ্থ হৈছে৷

লগতে পঢ়ক শিশুৰ মোবাইলাতাংক! কেনেকৈ শিশুৰ মোবাইল মেনিয়া দূৰ কৰিব?

তেনে অৱস্থাত, দুই ৰাজ্যৰ আগন্তুক বিধানসভা আৰু ২০২৪ৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে বিজেপিক প্ৰতিহত কৰিবলৈ এতিয়া প্ৰশান্ত কিশোৰ শৰণাপন্ন হোৱাৰ বাহিৰে যেন অন্য পথ নাইকিয়া হৈছে৷

উল্লেখ্য যে যোৱা বছৰ প্ৰশান্ত কিশোৰে ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকাৰ গান্ধীৰ সৈতে কে’বাখনো বৈঠকত মিলিত হৈছিল। তেতিয়াও প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও মূৰকত সেয়া হৈ নুঠিল৷

প্ৰশান্ত কিশোৰৰ এক ঘণিষ্ঠ সূত্ৰৰ মতে যদিও কংগ্ৰেছে দাবী কৰিছে যে দলটোৱে মুখ্যতঃ গুজৰাট নিৰ্বাচন সন্দৰ্ভত পিকেৰ সৈতে আলোচনা কৰিছে৷ কিন্তু কংগ্ৰেছ নেতৃত্বই ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ওপৰতো এতিয়াৰে পৰা গুৰুত্ব দিবলৈ বিচাৰিছে।

লগতে পঢ়ক বিবাহ মঞ্চত কইনাক উপেক্ষা দৰাৰ! কি কাণ্ড সংঘটিত কৰিলে কইনাই?

ইফালে কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰা মতে কংগ্ৰেছ নেতৃত্বই পিকেৰ সৈতে সেই নিৰ্বাচনৰ ৰূপৰেখা সম্পৰ্কেও আলোচনা কৰিছে। কংগ্ৰেছৰ মতে প্ৰশান্ত কিশোৰে কেৱল গুজৰাট নিৰ্বাচনৰ বাবেহে কাম কৰিবলৈ বিচাৰিছিল।

সংবাদ মাধ্যমত প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰিব বুলিও চৰ্চা লাভ কৰিলেও সেয়া এতিয়া স্পষ্ট হোৱা নাই৷ কিন্তু প্ৰশান্ত কিশোৰে গুজৰাট নিৰ্বাচনত কংগ্ৰেছৰ হৈ ৰণনীতি প্ৰস্তুত কৰবিলৈ কংগ্ৰেছ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিলেও চলিত বছৰতে ভগ্নপ্ৰায় কংগ্ৰেছ দলটোক গুজৰাটত প্ৰশান্ত কিশোৰে পুনৰুজ্জীৱিত কৰিবলৈ সক্ষম হ’ব নে নাই সেয়া লক্ষণীয় হ’ব৷

উল্লেখ্য যে ২০১৭ চনত উত্তৰ প্ৰদেশ নিৰ্বাচনত প্ৰশান্ত কিশোৰে কংগ্ৰেছৰ ৰণনীতি প্ৰস্তুত কৰিলে নিৰ্বাচনত কংগ্ৰেছে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCongressPrashant Kishorepriyanka gandhirahul gandhisonia gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
খাদ্যত নিমখ বেছি! স্বামীয়ে পত্নীক, শহুৰেকে বোৱাৰীয়েক হত্যা

খাদ্যত নিমখ বেছি! স্বামীয়ে পত্নীক, শহুৰেকে বোৱাৰীয়েক হত্যা

হৰভজন সিঙৰ মহানুভৱতা! কৃষকৰ কন্যাৰ শিক্ষাত ব্যয় কৰিব দৰমহাৰ ধন

হৰভজন সিঙৰ মহানুভৱতা! কৃষকৰ কন্যাৰ শিক্ষাত ব্যয় কৰিব দৰমহাৰ ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.