ৰাজ্যত কাইলৈৰ পৰা আগমন ঘটিব শীতৰ
হঠাৎ ৭ ৰ পৰা ১০ ডিগ্ৰী পৰ্যন্ত হ্ৰাস পালে তাপমাত্ৰা
এজাক বৰষুণে সলনি কৰিলে ৰাজ্যৰ বতৰ
ৰাজ্যৰ প্ৰতিখন জিলাতেই হ্ৰাস পালে তাপমাত্ৰা
গুৱাহাটীত ৩৮ ডিগ্ৰীৰ পৰা ২৭ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
গোলাঘাটত ৩৪ ডিগ্ৰীৰ পৰা ২৭ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
কাছাৰত ৩৮ ডিগ্ৰীৰ পৰা ২৭ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
ধুবুৰীত ৩৭ ডিগ্ৰীৰ পৰা ২৮ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
লখিমপুৰত ৩৭ ডিগ্ৰীৰ পৰা ২৭ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
ডিব্ৰুগড়ত ৩৭ ডিগ্ৰীৰ পৰা ২৬ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
যোৰহাটত ৩৭ ডিগ্ৰীৰ পৰা ২৭ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
ধেমাজিত ৩৭ ডিগ্ৰীৰ পৰা ২৬ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
তিনিচুকীয়াত ৩৭ ডিগ্ৰীৰ পৰা ২৬ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
বৰপেটাত ৩৮ ডিগ্ৰীৰ পৰা ২৭ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
গোৱালপাৰাত ৩৭ ডিগ্ৰীৰ পৰা ২৭ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
বঙাইগাওঁত ৩৭ ডিগ্ৰীৰ পৰা ২৭ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
নলবাৰীত ৩৮ ডিগ্ৰীৰ পৰা ২৭ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
বাক্সাত ৩৮ ডিগ্ৰীৰ পৰা ২৬ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
চিৰাঙত ৩৭ ডিগ্ৰীৰ পৰা ২৮ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
বিশ্বনাথত ৩৭ ডিগ্ৰীৰ পৰা ২৭ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
মানকাছাৰত ৩৭ ডিগ্ৰীৰ পৰা ২৬ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
তেজপুৰত ৩৮ ডিগ্ৰীৰ পৰা ২৭ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
নগাঁওত ৩৮ ডিগ্ৰীৰ পৰা ২৬ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
দক্ষিণ শালমৰাত ৩৭ ডিগ্ৰীৰ পৰা ২৮ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
মাজুলীত ৩৭ ডিগ্ৰীৰ পৰা ২৬ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
ডিফুত ৩৭ ডিগ্ৰীৰ পৰা ২৬ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
মৰিগাঁওত ৩৮ ডিগ্ৰীৰ পৰা ২৮ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
কৰিমগঞ্জত ৩৬ ডিগ্ৰীৰ পৰা ২৬ ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















