• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমে নামানে বয়সৰ কোনো সীমনা! ২৭ বছৰীয়া যুৱকেৰে বিয়া ৭৪ বছৰীয়া বৃদ্ধাৰ

প্ৰেমে নামানে বয়সৰ কোনো সীমনা! ২৭ বছৰীয়া যুৱকেৰে বিয়া ৭৪ বছৰীয়া বৃদ্ধাৰ

4 years ago
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

10 minutes ago
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

46 minutes ago
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

2 hours ago
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

2 hours ago
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

3 hours ago
মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

3 hours ago
সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

3 hours ago
‘ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত!’ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, নগাওঁৰ ভোটাৰ প্ৰদ্যুত বৰদলৈয়ে নগাওঁত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

‘ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত!’ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, নগাওঁৰ ভোটাৰ প্ৰদ্যুত বৰদলৈয়ে নগাওঁত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

4 hours ago
মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?

মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?

4 hours ago
সকলো ওলাই আহক, আজি বতৰ বেয়া সেয়ে সোনকালে ওলাই আহি ভোট দিয়ক, ভোটদান কৰি অসমবাসীক কি ক’লে বিজয় গুপ্তাই?

সকলো ওলাই আহক, আজি বতৰ বেয়া সেয়ে সোনকালে ওলাই আহি ভোট দিয়ক, ভোটদান কৰি অসমবাসীক কি ক’লে বিজয় গুপ্তাই?

4 hours ago
Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

4 hours ago
শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰেমে নামানে বয়সৰ কোনো সীমনা! ২৭ বছৰীয়া যুৱকেৰে বিয়া ৭৪ বছৰীয়া বৃদ্ধাৰ

editor by editor
August 16, 2022
in জীৱনশৈলী, বিবিধ
0
প্ৰেমে নামানে বয়সৰ কোনো সীমনা! ২৭ বছৰীয়া যুৱকেৰে বিয়া ৭৪ বছৰীয়া বৃদ্ধাৰ
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমে নামানে বয়সৰ সীমা৷ এই কথাকে আকৌ এবাৰ প্ৰমাণ কৰিছে এগৰাকী ২৭ বছৰীয়া যুৱক আৰু ৭৪ বছৰীয়া বৃদ্ধাই৷ বয়সৰ সীমাক নেওচি এই দুই প্ৰেমিক-প্ৰেমিকাই বিবাহপাশত আৱদ্ধ হ’ব৷ তেওঁলোকৰ মাজৰ বয়সৰ ব্যৱধান হৈছে প্ৰায় ৪৭ বছৰ৷

৭৪ বছৰীয়া কেথী জেনকিন্সে এডাল্ট ফ্ৰেণ্ড ফাইণ্ডাৰ চাইটত আমেৰিকাৰ টেক্সাছৰ ২৭ বছৰীয়া দেৱঘ্না অব্ৰিকৰে পৰিচয় ঘটিছিল। ইয়াৰ পাছতে দুয়ো সিদ্ধান্ত ল’লে যে প্ৰথমে ইজনে সিজনক সুশৰীৰে সাক্ষাৎ কৰিব। দুয়োৰে সাক্ষাৎ ঘটাৰ পাছতে তেওঁলোকৰ মাজত আৰম্ভ হয় প্ৰেমৰ সম্পৰ্ক৷

এবছৰতকৈও অধিক সময় ধৰি তেওঁলোক প্ৰেমৰ সম্পৰ্কত আছে। এতিয়া তেওঁলোকে এই  সম্পৰ্কক স্থায়ী নাম আৰু পৰিচয় দিব খুজিছে৷

লগতে পঢ়ক পাৰিবাৰিক সংঘাত! ছমহীয়া সংসাৰ ভাঙি চুৰমাৰ, পুখুৰীত জাঁপ দি আত্মহনন কমল-সুৰভীৰ

সংবাদ পত্ৰ দ্য মিৰ’ৰৰ মতে দেৱঘ্নই কয় যে ‘‘মই তেওঁৰ ফ’টো দেখা পাইছিলো। মই তেওঁৰ প্ৰফাইলটো পঢ়ি মেছেজ কৰিলো এই আশাৰে যে মই এটা ৰিপ্লাই পাম। তেৱোঁ অনলাইন আছিল আৰু উত্তৰ দিলে। মই কেথীৰ ফোন নম্বৰটো বিচাৰিলো আৰু তেওঁ লগে লগে নম্বৰটো দিলে।’’

দেৱঘ্নাই লগতে কয় যে নম্বৰ বিনিময়ৰ পিছত তেওঁলোকে চাৰি মাহ ধৰি কথা পাতিছিল। ইয়াৰ পিছত দুয়োৰে লগ হৈছিল। কেথীয়ে ইয়াৰ আগতেও বহু সম্পৰ্কত আছিল যদিও তেওঁ কেতিয়াও বিয়া কৰাই নাছিল। তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত বৃদ্ধা মহিলা। তেওঁৰ চাৰিটা সন্তান, ১৩ গৰাকী নাতি আৰু ৩৬ গৰাকী প্ৰপৌত্ৰ আছে।

লগতে পঢ়ক প্ৰাক-স্বাধীন কালৰ ভাৰতৰ জাতীয় পতাকা উদ্ধাৰ, ৯০ বছৰে আৱদ্ধ হৈ আছিল এটা ট্ৰাঙ্কত!

দেৱঘ্নাই ৱালমাৰ্টত ষ্টকাৰ হিচাপে কাম কৰে। ২৪ বছৰ বয়সত বিবাহপাশত আবদ্ধ হৈছিল। অৱশ্যে তেওঁলোকৰ সন্তান নাই। কেথীক লগ পোৱাৰ কিছু সময়ৰ আগতে ২০২১ চনত তেওঁৰ বিবাহ বিচ্ছেদ হয়। তেওঁ স্বীকাৰ কৰিছে যে কেথীৰ সৈতে তেওঁৰ সম্পৰ্ক পূৰ্বৰ সম্পৰ্কৰ পৰা পৃথক।

দেৱঘ্নাই লগতে কয় যে কেথী তেওঁৰ বাবে নিখুঁত। তেওঁ জীৱনত বহুত অভিজ্ঞ আৰু মোক বহুত শিকাইছে। আমি কেতিয়াও কাজিয়া নকৰো। আমি বিৰক্ত নোহোৱাকৈ বহু ঘণ্টা কথা পাতিব পাৰো আৰু তেওঁৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest Portal in AssamUS Couple to Marry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?
জীৱনশৈলী

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?
জীৱনশৈলী

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

April 9, 2026
Next Post
গ্ৰাহকৰ মূৰত আকৌ ৰামটাঙোন! কাইলৈ পৰা বৃদ্ধি পাব আমুল গাখীৰৰ মূল্য

গ্ৰাহকৰ মূৰত আকৌ ৰামটাঙোন! কাইলৈ পৰা বৃদ্ধি পাব আমুল গাখীৰৰ মূল্য

আকৌ মোদী-শ্বাহৰ গুজৰাটৰ পৰা ১০০০ কোটি মূল্যৰ ড্ৰাগছ জব্দ

আকৌ মোদী-শ্বাহৰ গুজৰাটৰ পৰা ১০০০ কোটি মূল্যৰ ড্ৰাগছ জব্দ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.