• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ মোদী-শ্বাহৰ গুজৰাটৰ পৰা ১০০০ কোটি মূল্যৰ ড্ৰাগছ জব্দ

আকৌ মোদী-শ্বাহৰ গুজৰাটৰ পৰা ১০০০ কোটি মূল্যৰ ড্ৰাগছ জব্দ

4 years ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

26 minutes ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

1 hour ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

2 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

3 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

3 hours ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

4 hours ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

4 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

5 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

6 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

7 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

8 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আকৌ মোদী-শ্বাহৰ গুজৰাটৰ পৰা ১০০০ কোটি মূল্যৰ ড্ৰাগছ জব্দ

editor by editor
August 16, 2022
in অপৰাধ, ভাৰত
0
আকৌ মোদী-শ্বাহৰ গুজৰাটৰ পৰা ১০০০ কোটি মূল্যৰ ড্ৰাগছ জব্দ
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুম্বাই এণ্টি নাৰ্কটিকছ চেলৰ ৱৰ্লি ইউনিটে মঙলবাৰে গুজৰাটৰ ভাৰুচ জিলাৰ অংকলেশ্বৰ অঞ্চলত এটা ড্ৰাগছ কাৰখানা জব্দ কৰিছে। এই অভিযানত দলটোৱে প্ৰায় ৫১৩ কিলোগ্ৰাম এমডি ড্ৰাগছো উদ্ধাৰ কৰিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই ড্ৰাগছৰ মূল্য ১০২৬ কোটি টকা বুলি কোৱা হৈছে। মুম্বাই এণ্টি নাৰ্কটিক চেলেও এই গোচৰত এগৰাকী মহিলাকে ধৰি ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰ পূৰ্বে জুন মাহত গুজৰাটৰ সাগৰীয় অঞ্চলত জব্দ কৰা হৈছিল কোটি কোটি টকাৰ ড্ৰাগছ। গুজৰাটৰ কুচ্চ জিলাৰ জাখোৱা জিলাত বি এছ এফ আৰু কুচ্চ আৰক্ষীয়ে যুটীয়া অভিযানত বিপুল পৰিমাণৰ হেৰ’ইন জব্দ কৰিছিল। এই কাৰ্যত গুজৰাট এটিএছ আৰু ইণ্ডিয়ান ক’ষ্ট গাৰ্ডে পাকিস্তানী নাওৰে ৭ গৰাকী পাকিস্তানীক হত্যা কৰিছিল।

ইফালে যোৱা বছৰ ২০২১ চনৰ ছেপ্টেম্বৰ মাহত গুজৰাটৰ আদানী মুন্দ্ৰা বন্দৰত ৩০০০ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য ২১ হাজাৰ কোটি বুলি কোৱা হৈছিল।

লগতে পঢ়ক প্ৰেমে নামানে বয়সৰ কোনো সীমনা! ২৭ বছৰীয়া যুৱকেৰে বিয়া ৭৪ বছৰীয়া বৃদ্ধাৰ

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে আফগানিস্তানৰ পৰা আমদানি কৰা দুটা কণ্টেইনাৰৰ পৰা ৩০০০ কিলোগ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিছিল। এই গোচৰত চেন্নাইৰ পৰাও দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়। তাৎপৰ্যপূৰ্ণভাৱে মুন্দ্ৰা বন্দৰটো গৰাকী হৈছে আদানী গ্ৰুপ। আদানী বন্দৰ হৈছে গৌতম আদানীৰ এটা কোম্পানী।

ইয়াৰ পূৰ্বে ২০২২ চনৰ মে’ মাহত ৫৬ কিলোগ্ৰাম আৰু ২০২২ চনৰ জুলাই মাহত ৭৫ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰা হৈছিল। গুজৰাটত নিৰন্তৰ ড্ৰাগছ জব্দ কৰাৰ বিষয়টোক লৈ কংগ্ৰেছে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অভিযোগ যে ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলে ড্ৰাগছৰ নিচাযুক্ত ব্যৱসায়ত লিপ্ত হৈ আছে, যাৰ বাবে এনে ঘটনা ৰোধ কৰিব পৰা নাই।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Anti Narcotics Cellasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assammumbai anti narcotics cellncb
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী
বিবিধ

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

July 10, 2026
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন
ভাৰত

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

July 10, 2026
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম
ভাৰত

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

July 10, 2026
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা
বিবিধ

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

July 8, 2026
Next Post
শোকাৱহ! ত্ৰিৰংগা উত্তোলন কৰিবলৈ গৈ চিকিৎসকৰ কৰুণ মৃত্যু

শোকাৱহ! ত্ৰিৰংগা উত্তোলন কৰিবলৈ গৈ চিকিৎসকৰ কৰুণ মৃত্যু

সহকৰ্মীৰ আলিংগনত ভাঙিল ৩ ডাল কামিহাড়! ক্ষতিপূৰণ বিচাৰি আদালতত কোন মহিলা?

সহকৰ্মীৰ আলিংগনত ভাঙিল ৩ ডাল কামিহাড়! ক্ষতিপূৰণ বিচাৰি আদালতত কোন মহিলা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.