• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোকাৱহ! ত্ৰিৰংগা উত্তোলন কৰিবলৈ গৈ চিকিৎসকৰ কৰুণ মৃত্যু

শোকাৱহ! ত্ৰিৰংগা উত্তোলন কৰিবলৈ গৈ চিকিৎসকৰ কৰুণ মৃত্যু

4 years ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

17 minutes ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

48 minutes ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

3 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

16 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

16 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

17 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

17 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

18 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

19 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

19 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

20 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শোকাৱহ! ত্ৰিৰংগা উত্তোলন কৰিবলৈ গৈ চিকিৎসকৰ কৰুণ মৃত্যু

editor by editor
August 16, 2022
in ভাৰত
0
শোকাৱহ! ত্ৰিৰংগা উত্তোলন কৰিবলৈ গৈ চিকিৎসকৰ কৰুণ মৃত্যু
0
SHARES
464
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ সম্পন্ন কৰিবলৈ গৈ ঝাড়খণ্ডত তিনিগৰাকী ভাতৃ-ভগ্নীৰ মৃত্যুৰ হোৱাৰ দুখজনক খবৰে দেশবাসীৰ মনৰ পৰা মচ নৌখাওতেই অন্য এটা তদ্ৰূপ ঘটনা পোহৰলৈ আহিছে৷

এইবাৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত জাতীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ এজন চিকিৎসকে কৰুণভাৱে মৃত্যুক সাৱটি লৈছে৷

ঘটনাটো জম্মু-কাশ্মীৰত সংঘটিত হৈছে৷ জম্মু-কাশ্মীৰৰ এখন চিকিৎসালয়ৰ ওপৰত ত্ৰিৰংগা উত্তোলন কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন চিকিৎসকৰ৷

লগতে পঢ়ক গ্ৰাহকৰ মূৰত আকৌ ৰামটাঙোন! কাইলৈ পৰা বৃদ্ধি পাব আমুল গাখীৰৰ মূল্য

ঘটনাৰ বিৱৰণীৰ মতে জম্মু-কাশ্মীৰৰ কথুৱা জিলাৰ এখন চিকিৎসালয়ৰ চাদত জাতীয় পতাকা উত্তোলন কৰি থকা অৱস্থাত সোমবাৰে বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী চিকিৎসকৰ মৃত্যু হয়। চিকিৎসকজনৰ নাম ডাঃ পৱন কুমাৰ।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে হৰিয়া চকত থকা চৰকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চাদত থকা ১১ কিলোৱাট ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত জুই লগাত ডাঃ পৱন কুমাৰৰ মৃত্যু হয়৷ মৃত ডাঃ কুমাৰ চাদৱাল অঞ্চলৰ বাসিন্দা আছিল।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে স্থানীয় আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো হীৰানগৰ হাস্পতাললৈ প্ৰেৰণ কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamdoctor diedIndian National Flagjammu and kashmirnational flag
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে
জীৱনশৈলী

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

August 22, 2026
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ
জীৱনশৈলী

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

August 22, 2026
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?
বিনোদন

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

August 22, 2026
Next Post
সহকৰ্মীৰ আলিংগনত ভাঙিল ৩ ডাল কামিহাড়! ক্ষতিপূৰণ বিচাৰি আদালতত কোন মহিলা?

সহকৰ্মীৰ আলিংগনত ভাঙিল ৩ ডাল কামিহাড়! ক্ষতিপূৰণ বিচাৰি আদালতত কোন মহিলা?

শিশুৱে মোবাইল টিভিত মজি থাকে নেকি? এই নিচাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি?

শিশুৱে মোবাইল টিভিত মজি থাকে নেকি? এই নিচাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.