• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

4 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

4 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

4 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

4 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

5 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

5 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

6 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

6 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

7 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

8 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

8 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

10 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

editor by editor
August 8, 2022
in অপৰাধ, ভাৰত, স্বাস্থ্য
0
ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিকিৎসকৰ অৱহেলাৰ বাবেই ৰোগীৰ মৃত্যু ঘটা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে৷ এনে কাণ্ডসমূহৰ তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলেও চিকিৎসকৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা প্ৰায়ে দেখা নাযায়৷

কিন্তু ইয়াৰ মাজতে এনে ধৰণৰ এক ঘটনা পোহৰলৈ আহিছে যে ৰোগীৰ চিকিৎসাত গাফিলতি কৰাৰ অভিযোগত এগৰাকী মহিলা স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে৷

ঘটনাটো মহাৰাষ্ট্ৰৰ জালনা চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ৷ ঘটনাৰ বিৱৰণীৰ মতে ব্যক্তিগত চিকিৎসালয়খনত প্ৰসৱৰ পিছত এগৰাকী ২৬ বছৰীয়া মহিলাৰ চিকিৎসাৰ ক্ষেত্ৰত সংশ্লিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞগৰাকীয়ে গাফিলতি কৰাৰ অভিযোগ উত্থাপন হয়৷

 

লগতে পঢ়ক তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

বিষয়টোৰ সন্দৰ্ভত চিকিৎসকগৰাকীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হয়৷ উক্ত তদন্তত চিকিৎসকগৰাকীয়ে ৰোগীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত গাফিলতি কৰাৰ প্ৰমাণ পোৱা গৈছে৷ চৰকাৰী চিকিৎসকৰ পেনেলে অভিযুক্ত চিকিৎসকগৰাকীৰ বিৰুদ্ধে প্ৰতিবেদন দিয়াৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

বিষয়টোৰ তদন্ত কৰা চৰকাৰী চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় চমুকৈ জি এইচ এম চিৰ জ্যেষ্ঠ চিকিৎসকৰ কমিটীৰ প্ৰতিবেদনৰ উদ্ধৃতি দি দেওবাৰে আৰক্ষী বিষয়াই কয় যে সংশ্লিষ্ট চিকিৎসকগৰাকীয়ে প্ৰসূতিগৰাকীক অনভিজ্ঞ নাৰ্চিং কৰ্মচাৰীৰ হাতত এৰি মৰ্নিং ৱাক কৰিবলৈ গৈছিল।

উল্লেখ্য যে ২০২২ চনৰ ১৩ এপ্ৰিলত জালনাৰ চিকিৎসালয়ত প্ৰসৱৰ বাবে নেহা লিধোৰীয়া নামৰ মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছিল। আৰক্ষীয়ে জনোৱা মতে, যোৱা ১৩ এপ্ৰিলত নেহা লিধোৰীয়া মহিলাগৰাকীয়ে সন্তান জন্ম দিয়াৰ পিছত ব্যাপক ৰক্তক্ষয়ৰ আৰম্ভ হয়৷ প্ৰচণ্ড ৰক্তক্ষৰণৰ পিছতে প্ৰসূতি মহিলাগৰাকীৰ মৃত্যু হয়। মহিলা ৰোগীগৰাকীৰ স্বামীয়ে তেওঁৰ পত্নীৰ মৃত্যুৰ তদন্তৰ দাবীত চৰকাৰী জিলা চিকিৎসালয়ত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে এই অভিযোগৰ ভিত্তিতে তদন্তৰ বাবে জি এম চি এইচৰ পেনেল প্ৰেৰণ কৰা হয়।

 

লগতে পঢ়ক যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে

‘‘তাই এটি সুস্থ সন্তান প্ৰসৱ কৰিছিল। ১৩ এপ্ৰিলৰ পুৱা মহিলা চিকিৎসকগৰাকীয়ে অনভিজ্ঞ নাৰ্চিং ষ্টাফৰ সৈতে ৰোগীক এৰি মৰ্নিং ৱাকলৈ যোৱাৰ সময়ত পি পি এইচ ৰোগত আক্ৰান্ত হৈছিল। চিকিৎসক আৰু নাৰ্চিং কৰ্মচাৰীয়ে ৰোগীক প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰা নাছিল।’’ এজন আৰক্ষী বিষয়াই কয়।

তেওঁ কয়, ‘‘চিকিৎসকে ৰোগীৰ অৱস্থা আৰু তেজৰ প্ৰয়োজনীয়তাৰ বিষয়ে সঠিক তথ্য নিদিলে। যাৰ ফলত অত্যধিক তেজ ক্ষয় হৈ নেহাৰ মৃত্যু হয়।’’

আৰক্ষী বিষয়াগৰাকীয়ে কয় যে চিকিৎসকৰ গাফিলতিৰ ফলত ৰোগীগৰাকী মৃত্যুমুখত পৰাৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইন ৩০৪ নং ধাৰাৰ অধীনত স্ত্ৰীৰোগ বিশেষজ্ঞগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamWoman Doctor Charged
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ
অপৰাধ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

October 17, 2026
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!
জীৱনশৈলী

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

October 17, 2026
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’
ভাৰত

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

October 17, 2026
Next Post
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.