• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অকুতোভয়! বন্যজন্তু প্ৰেমৰ অপূৰ্ব নিদৰ্শন; নাহৰফুকুটীৰ ভৰিত ৰাখী পিন্ধাই চৰ্চিত কোন মহিলা?

অকুতোভয়! বন্যজন্তু প্ৰেমৰ অপূৰ্ব নিদৰ্শন; নাহৰফুকুটীৰ ভৰিত ৰাখী পিন্ধাই চৰ্চিত কোন মহিলা?

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

4 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

4 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

5 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

6 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

7 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

7 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

8 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

8 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

9 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

9 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

9 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অকুতোভয়! বন্যজন্তু প্ৰেমৰ অপূৰ্ব নিদৰ্শন; নাহৰফুকুটীৰ ভৰিত ৰাখী পিন্ধাই চৰ্চিত কোন মহিলা?

editor by editor
August 12, 2022
in বিবিধ, ভাৰত
0
অকুতোভয়! বন্যজন্তু প্ৰেমৰ অপূৰ্ব নিদৰ্শন; নাহৰফুকুটীৰ ভৰিত ৰাখী পিন্ধাই চৰ্চিত কোন মহিলা?
0
SHARES
6.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কালিৰ পৰা দেশত ৰাখী বন্ধন৷ ভাৰতীয় হিন্দু সমাজে ৰাখী বন্ধনক ভাতৃয়ে ভগ্নী ৰক্ষা কাৰৰ বিশেষ দিন হিচাপে পালন কৰে৷

দেশত উদযাপন কৰা ৰাখী বন্ধনৰ মাজতে এখন ভাইৰেল ফ’টোৱে সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছে৷ ভাইৰেল হোৱা ফ’টোখনত দেখা গৈছে এটা নাহৰফুটুকীটোৰ ভৰিত এগৰাকী মহিলা ৰাখী বান্ধি আছে৷

এই ফ’টোখনে এতিয়া সমগ্ৰ দেশ-বিদেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজস্থানৰ এখন গাঁৱৰ এই ফ’টোখন ইণ্টাৰনেটত শ্বেয়াৰ কৰিছে এজন বনকৰ্মীয়ে।

লগতে পঢ়ক ১২ বছৰীয়া কন্যা শিশুৰে বিবাহৰ বাবে সাজু হৈছিল ৭০ বছৰীয়া বৃদ্ধ! ইয়াৰ পিছত কি হ’ল?

প্ৰকাশিত খবৰ মতে আহত নাহৰফুটুকীটো ৰাজস্থানৰ এখন গাঁৱত প্ৰৱেশ কৰিছিল। গাঁওবাসীয়ে নাহৰফুটুকীটোক আক্ৰমণ কৰাৰ পৰিৱৰ্তে বন বিভাগক চমজাই দিয়ে। কিন্তু বন বিভাগক গতাই দিয়াৰ পূৰ্বে এগৰাকী মহিলাই আহত নাহৰফুটুকীটোৰ ভৰিত ৰাখী বান্ধি দিয়ে।

বনকৰ্মী সুশান্ত নন্দাই টুইটাৰত লিখিছে, ‘‘যুগ যুগ ধৰি ভাৰতৰ মানুহ আৰু বন্যপ্ৰাণী বিনাচৰ্ত প্ৰেমৰ দ্বাৰা বান্ধ খাই আহিছে। সেই ছবি ৰাজস্থানৰ এখন গাঁৱত দেখা গৈছিল। য’ত এগৰাকী মহিলাই শ্বাশ্বত প্ৰেমৰ আদৰ্শ ৰাখি আহত নাহৰফুটুকীটোক ৰাখী পিন্ধাই তাৰ পিছত বন বিভাগক গতাই দিলে।’’

For ages, man & animal in India have lived in harmony with unconditional love to the wild.
In Rajasthan, a lady shows this unfettered love to our wild by tying a Rakhi(symbol of love & brotherhood ) to an ailing Leopard before handing over to Forest Department.
(As received) pic.twitter.com/1jk6xi1q10

— Susanta Nanda IFS (@susantananda3) August 12, 2022

লগতে পঢ়ক ৰামানুজ কলেজৰ শ্ৰেণী কোঠাত অনৈতিক কাৰ্যত লিপ্ত শিক্ষাৰ্থী! ৭ ছাত্ৰ-ছাত্ৰীক নিলম্বন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ

এই ফ’টোখন ভাইৰেল হোৱাৰ পিছতে নেট-নাগৰিকে ব্যাপক সঁহাৰি দিয়া দেখা গৈছে। ভাৰতত মানুহ আৰু বন্যজন্তুবোৰ কেনেকৈ মিলাপ্ৰীতিৰে জীয়াই থাকে তাৰ শ্ৰেষ্ঠ উদাহৰণ তথা প্ৰতীক হিচাপেও ফ’টোখনক গণ্য কৰা হৈছে৷

জনাঞ্চলত প্ৰৱেশ কৰা বন্যজন্তুক মানুহে দেখা মাত্ৰকে আক্ৰমণৰ বাবে উদ্যত হোৱা দেখা যায়৷ ভাইৰেল হোৱা এই ফ’টোখনে মানুহৰ মাজত জন্তুপ্ৰেমৰ বাৰ্তা বিলাই বনজন্তুৰ প্ৰতি কৰা আক্ৰমণাত্মক আচৰণক সলনি কৰিব বুলি আশা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamleopardviral photo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
Next Post
৭৫ নে ৭৬? স্বৰাজৰ বয়সক লৈ চৰ্চা

৭৫ নে ৭৬? স্বৰাজৰ বয়সক লৈ চৰ্চা

ৰাকেশ ঝুনঝুনৱালা । ৫ হাজাৰ টকাৰ পৰা ৫.৫ বিলিয়ন ডলাৰলৈ বৃহৎ যাত্ৰা । ভাৰতীয় শ্বেয়াৰ বজাৰৰ যাদুকৰ আৰু নাই

ৰাকেশ ঝুনঝুনৱালা । ৫ হাজাৰ টকাৰ পৰা ৫.৫ বিলিয়ন ডলাৰলৈ বৃহৎ যাত্ৰা । ভাৰতীয় শ্বেয়াৰ বজাৰৰ যাদুকৰ আৰু নাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.