• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰামানুজ কলেজৰ শ্ৰেণী কোঠাত অনৈতিক কাৰ্যত লিপ্ত শিক্ষাৰ্থী! ৭ ছাত্ৰ-ছাত্ৰীক নিলম্বন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ

ৰামানুজ কলেজৰ শ্ৰেণী কোঠাত অনৈতিক কাৰ্যত লিপ্ত শিক্ষাৰ্থী! ৭ ছাত্ৰ-ছাত্ৰীক নিলম্বন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ

4 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

2 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

2 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

2 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

3 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

3 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

4 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

5 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

6 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

6 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

7 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

8 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

ৰামানুজ কলেজৰ শ্ৰেণী কোঠাত অনৈতিক কাৰ্যত লিপ্ত শিক্ষাৰ্থী! ৭ ছাত্ৰ-ছাত্ৰীক নিলম্বন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ

editor by editor
August 12, 2022
in অসম, শিক্ষা
0
ৰামানুজ কলেজৰ শ্ৰেণী কোঠাত অনৈতিক কাৰ্যত লিপ্ত শিক্ষাৰ্থী! ৭ ছাত্ৰ-ছাত্ৰীক নিলম্বন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ
0
SHARES
95.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্ৰেণী কক্ষত অসৎ কৰ্মত লিপ্ত হৈ মহাবিদ্যালয়ৰ ৭ গৰাকীকৈ শিক্ষাৰ্থীয়ে নিলম্বিত হৈছে৷ এই আপত্তিজনক কাণ্ডটো অসমৰে এখন মহাবিদ্যালয়ত সংঘটিত হৈছে৷

শিচলৰৰ ৰামানুজ গুপ্তা মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে ইজনে সিজনক সাৱটি ধৰি থকা অৱস্থাতে ধৰা পৰে৷ জানিব পৰা মতে একেটা শ্ৰেণীৰে এগৰাকী শিক্ষাৰ্থীয়ে তেওঁলোকৰ এই কাণ্ডৰ ভিডিঅ’ ৰেৰ্ডিং কৰিছিল৷

ইয়াৰ পিছতে উক্ত ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰলে হৈ পৰে৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীকেইগৰাকীৰ এই কাণ্ডক নেটনাগৰিকসকলে তীব্ৰ ভাষাৰে সমালোচনা কৰে৷

লগতে পঢ়ক অসমতো জাত-পাতৰ নিলৰ্জ ছবি! গাঁতৰ পৰা মৃতদেহ উলিয়াই সৎকাৰ প্ৰশাসনৰ

আনকি একাংশই মহাবিদ্যালয় প্ৰশাসনক দোষাৰোপ কৰিছে। বুধবাৰে মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিষয়টো দৃষ্টিগোচৰ হোৱাত এই কাণ্ডত জড়িত শিক্ষানুষ্ঠানখনৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীক নিলম্বন কৰে। সাতগৰাকী শিক্ষাৰ্থীৰ ভিতৰত চাৰিগৰাকী ছাত্ৰী আৰু তিনিগৰাকী ছাত্ৰ আছে৷

মহাবিদ্যালয় প্ৰশাসনে জাননী জাৰি কৰি ছাত্ৰ-ছাত্ৰীসকলক স্পষ্টভাৱে অশ্লীল কাৰ্যত জড়িত আছিল বুলি জনাইছে। এনে কাৰ্যকলাপে শিক্ষাষ্ঠানখনৰ অনুশাসনৰ পৰিপন্থী আৰু সেয়ে ঘটনাৰে জড়িত ছাত্ৰ-ছাত্ৰীকেইগৰাকীক অনিৰ্দিষ্টকাললৈ শ্ৰেণীত উপস্থিত থকাৰ পৰা নিলম্বন কৰা হৈছে।

মহাবিদ্যালয়ৰ অধ্যক্ষ পূৰ্ণদীপ চন্দাই কয় যে, কোনো শিক্ষক উপস্থিত নথকা অৱস্থাত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে এই অশোভনীয় কাম কৰিছিল। মহাবিদ্যালয় চৌহদত আমাৰ চিচিটিভি কেমেৰা আছে আৰু চৌহদত মোবাইল ফোন নিয়াও নিষিদ্ধ। তেওঁ লগতে কয় যে ছাত্ৰ-ছাত্ৰীসকল একাদশ শ্ৰেণীৰ নতুন শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানখনত যোগদান কৰাৰ প্ৰায় ১৫ দিনহে হৈছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamramanuj gupta junior college
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি
অসম

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

October 14, 2026
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!
অসম

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

October 14, 2026
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা
অসম

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

October 14, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

October 14, 2026
Next Post
১২ বছৰীয়া কন্যা শিশুৰে বিবাহৰ বাবে  সাজু হৈছিল ৭০ বছৰীয়া বৃদ্ধ! ইয়াৰ পিছত কি হ’ল?

১২ বছৰীয়া কন্যা শিশুৰে বিবাহৰ বাবে সাজু হৈছিল ৭০ বছৰীয়া বৃদ্ধ! ইয়াৰ পিছত কি হ’ল?

‘উপসৰ্গ’ৰ পৰিচালক কংকন ডেকাৰ সৈতে চিনেমাৰ কথা-বতৰা

‘উপসৰ্গ’ৰ পৰিচালক কংকন ডেকাৰ সৈতে চিনেমাৰ কথা-বতৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.