• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিনি নাবালিকা ছাত্ৰীক অপহৰণ, তাৰ পিছত ধৰ্ষণ; দুই মহিলাসহ ৪ গৰাকীক গ্ৰেপ্তাৰ

তিনি নাবালিকা ছাত্ৰীক অপহৰণ, তাৰ পিছত ধৰ্ষণ; দুই মহিলাসহ ৪ গৰাকীক গ্ৰেপ্তাৰ

4 years ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

5 minutes ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

33 minutes ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

3 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

3 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

4 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

5 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

5 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

5 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

6 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

7 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

7 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

তিনি নাবালিকা ছাত্ৰীক অপহৰণ, তাৰ পিছত ধৰ্ষণ; দুই মহিলাসহ ৪ গৰাকীক গ্ৰেপ্তাৰ

editor by editor
August 12, 2022
in অপৰাধ, ভাৰত
0
তিনি নাবালিকা ছাত্ৰীক অপহৰণ, তাৰ পিছত ধৰ্ষণ; দুই মহিলাসহ ৪ গৰাকীক গ্ৰেপ্তাৰ
0
SHARES
7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ এবাৰ দিল্লীত ধৰ্ষণৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। তিনিগৰাকী স্কুলীয়া ছাত্ৰীক অপহৰণ কৰাৰ পিছতে দিল্লীৰ ৰোহিনী অঞ্চলত পানীয়ত টোপনিৰ বড়ি মিহলাই খোৱাই ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে দুগৰাকী মহিলাসহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি যোৱা ৬ আগষ্টত মছজিদ মঠ অঞ্চলৰ এজন বাসিন্দাই ডিফেন্স কলনী থানালৈ গৈ অভিযোগ কৰিছিল যে তেওঁৰ কন্যা পুৱা ৭:৩০ বজাত স্কুললৈ যোৱা পিছৰে পৰা নিৰুদ্দেশ হৈ আছে।

পিতৃয়ে দাবী কৰে যে তেওঁৰ কন্যাই স্কুলৰ বাহনত বিদ্যালয়লৈ গৈছিল যদিও বিয়লি প্ৰায় ২ বজাত স্কুল বাছৰ চালকে সেই দাবী নস্যাৎ কৰি কয় যে ছাত্ৰীগৰাকীয়ে স্কুল বাছত উঠা নাছিল। পিছত আৰক্ষীৰ তদন্তত ছাত্ৰীগৰাকীয়ে স্কুললৈ নোযোৱাটোহে স্পষ্ট হয়।

লগতে পঢ়ক Jioৰ বাম্পাৰ অফাৰ! ১৫ দিনলৈ বিনামূলীয়াকৈ দিব ইন্টাৰনেট!

ইয়াৰ পাছতে গম পোৱা যায় যে কেৱল এগৰাকী ছাত্ৰীয়েই নহয়, সেইদিনা বিদ্যালয়খনৰ অন্য দুগৰাকী ছাত্ৰীও বিদ্যালয়লৈ নগৈ নিৰুদ্দেশ হৈ আছিল। ইয়াৰ পাছতে আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰে। নিৰুদ্দেশ হোৱা ছাত্ৰীকেইগৰাকীৰ অভিভাৱক আৰু সহপাঠীসকলক আৰক্ষীয়ে জেৰা আৰম্ভ কৰাৰ লগতে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হয়।

আৰক্ষীয়ে অভিযান চলাই অৱশেষত কাৰোল বাগ এলেকাত তিনিওগৰাকী নিৰুদ্দেশ হোৱা ছাত্ৰীকেই উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ছাত্ৰীকেইগৰাকীক উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীয়ে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱায়।

ইফালে উদ্ধাৰ কৰাৰ পাছতে ছাত্ৰীকেইগৰাকী সমগ্ৰ ঘটনা সদৰী কৰে। তেওঁলোকে জনোৱা মতে, অভিযুক্তৰ এজনে তেওঁলোকক ৰোহিনী অঞ্চলৰ এটা ঘৰলৈ লৈ যায়। তাৰপাছতে তেওঁলোকক তাত বন্দী কৰি ৰাখি পাছত ধৰ্ষণ কৰে। কেনেবাকৈ আটাইকেইগৰাকী ছাত্ৰীয়ে সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক এইবাৰ ভাৰাতীয়াৰ মূৰত ৰামটাঙোন! ভাৰাতীয়াই দিব লাগিব ১৮ শতাংশ জিএছটি!

ছাত্ৰীকেইগৰাকীয়ে প্ৰকাশ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে সেই স্থানত অভিযান চলাই এটা মানৱ সৰবৰাহকাৰী চক্ৰৰ ক্ৰমে লাল শৰ্মা, সন্দীপ, ৰুকচন, জ্যোতি নামৰ চাৰি সদস্যক গ্ৰেপ্তাৰ কৰে৷ ধৃতসকলক সোধা-পোছা কৰাৰ পাছত আৰক্ষীয়ে জানিবলৈ দিয়ে যে অভিযুক্তসকলে ছাত্ৰীকেইগৰাকীক চণ্ডীগড়লৈ চোৰাংভাৱে লৈ যোৱাৰ পৰিকল্পনা কৰিছিল।

ধৃত ৰুকচন আৰু জ্যোতিক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰু আৰক্ষীয়ে বাকী দুই অভিযুক্তক জেৰা অব্যাহত আছে।

ইফালে দিল্লী মহিলা আয়োগে ১৪ আগষ্টৰ ভিতৰত এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ পৰা সম্পূৰ্ণ প্ৰতিবেদন বিচাৰিছে। দিল্লী মহিলা আয়োগৰ এক বিবৃতিত কোৱা হৈছে যে ছাত্ৰীকেইগৰাকীয়ে একেলগে মুম্বাইলৈ যোৱাৰহে পৰিকল্পনা কৰিছিল আৰু ইয়াৰ বাবেই তেওঁলোকে নতুন দিল্লী ষ্টেচনত উপস্থিত হৈছিল। তাতে এজন অচিনাকি মানুহৰ সৈতে তেওঁলোকৰ কথা-বতৰা হয় আৰু টিকট দিয়াৰ নামত ব্যক্তিজনে ছাত্ৰীকেইগৰাকীক ৰোহিনী অঞ্চলৰ এটা কোঠালৈ নি তাতে আৱদ্ধ কৰি সতীৰ্থৰ সৈতে ধৰ্ষণ কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamrapedTeenagers Raped
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ
ভাৰত

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

July 22, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
Next Post
ৰামানুজ কলেজৰ শ্ৰেণী কোঠাত অনৈতিক কাৰ্যত লিপ্ত শিক্ষাৰ্থী! ৭ ছাত্ৰ-ছাত্ৰীক নিলম্বন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ

ৰামানুজ কলেজৰ শ্ৰেণী কোঠাত অনৈতিক কাৰ্যত লিপ্ত শিক্ষাৰ্থী! ৭ ছাত্ৰ-ছাত্ৰীক নিলম্বন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ

১২ বছৰীয়া কন্যা শিশুৰে বিবাহৰ বাবে  সাজু হৈছিল ৭০ বছৰীয়া বৃদ্ধ! ইয়াৰ পিছত কি হ’ল?

১২ বছৰীয়া কন্যা শিশুৰে বিবাহৰ বাবে সাজু হৈছিল ৭০ বছৰীয়া বৃদ্ধ! ইয়াৰ পিছত কি হ’ল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.